সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

thecrosscurrent

কলকাতাৰ কোম্পেনীৰ জড়িয়তে ধন বিনিয়োগ : ৯ জুনলৈ ইডিৰ জিন্মাত কেজৰিৱালৰ স্বাস্থ্যমন্ত্ৰী

অহা ৯ জুনলৈ ই ডিৰ জিন্মাতে থাকিব দিল্লীৰ স্বাস্থ্যমন্ত্ৰী সত্যেন্দ্ৰ জৈন ৷ অবৈধ ধন সৰবৰাহৰ গোচৰত ই ডিয়ে সোমবাৰে গ্ৰেপ্তাৰ কৰিছিল অৰবিন্দ কেজৰিৱাল মন্ত্ৰীসভাৰ জ্যেষ্ঠ মন্ত্ৰীগৰাকীক ৷ মঙলবাৰে সত্যেন্দ্ৰ জৈনক আদালতত হাজিৰ কৰোৱাৰ পাছত তেওক ৯…

জি নিউজৰ স্বাত্বাধিকাৰীৰ বাবে কি কৰিছে বিজেপিয়ে ?

জি নিউজৰ স্বত্বাধিকাৰী তথা জি গ্ৰুপৰ অধ্যক্ষ সুভাষ চন্দ্ৰাই ৰাজস্থানত ৰাজ্যসভাৰ প্ৰাৰ্থীৰূপে মনোনয়ন দাখিল কৰিছে ৷ বিজেপি সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থীৰূপে তেও মনোনোয়ন দাখিল কৰে ৷ ইয়াৰ পূৰ্বে তেও হাৰিয়ানাৰ পৰা ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত…

COVID FILES : চীনৰ ৫০ হাজাৰ পি পি ই কীট ক’লৈ গ’ল ? সৰৱ কংগ্ৰেছ- অজাপ – ৰাইজৰ দল

দ্য ক্ৰছকাৰেন্ট আৰু দ্য ৱায়াৰৰ অনুসন্ধানমূলক প্ৰতিবেদনে জোকাৰণিৰ সৃষ্টি কৰিছে ৰাজ্যৰ ৰাজনীতিত ৷ ২০২০ চনৰ ১৫ এপ্ৰিলত তেতিয়াৰ স্বাস্থ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই মাজনিশা বিমান বন্দৰত উপস্থিত হৈ চীনৰ পৰা ৫০ হাজাৰ পি পি ই কীট অসমলৈ আহি…

প্ৰতিহিংসাৰ ৰাজনীতি: দেশত আৰম্ভ হৈ গ’ল নেকি গৃহযুদ্ধ ?

দেশত সূচনা হৈছে গৃহযুদ্ধৰ ৷ প্ৰতিহিংসা আৰু প্ৰতিস্পৰ্ধাই অশান্ত কৰি তুলিছে ইখনৰ পাছত সিখন ৰাজ্য ৷ কেন্দ্ৰীয় চৰকাৰে বিৰোধীক মষিমূৰ কৰিবলৈ যিপাত অস্ত্ৰ ব্যৱহাৰ কৰিছে , সেই একেপাতেই অস্ত্ৰ হাতত তুলি লৈছে বিৰোধী শাসিত ৰাজ্যসমূহেও ৷ ৰাজ্যৰ…

এতিয়া ঘৰতে সৰিয়হৰ খেতি কৰি মিঠাতেল খাব নে কি কৰিব অতুল বৰাই?

শাক পাচলিৰ দাম বাঢ়িছে,অতুল বৰাই ঘৰতে খেতি কৰি শাক পাচলি খাইছে৷ আজি অভাবনীয় হাৰত মিঠাতেলৰ দাম বাঢ়িল৷ এতিয়া ঘৰতে সৰিয়হৰ খেতি কৰি মিঠাতেল খাব নে কি কৰিব অতুল বৰাই? স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে সহযোগ কৰিব পাৰে তলৰ…

অখিল গগৈৰ মানহানি কৰি বিপদত কৰিমউদ্দিন বৰভূঞা ৷

অখিল গগৈৰ মানহানি কৰি বিপদত কৰিমউদ্দিন বৰভূঞা৷ অখিলৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি সত্য প্ৰমাণত ব্যর্থ হল কৰিমউদ্দিন৷ কৰিমউদ্দিন বৰভূঞাৰ বিৰুদ্ধে এইবাৰ আদালতৰ দাৰস্থ হ’ল অখিল গগৈ৷তৰিলে এশ কোটি টকাৰ মানহানি গোচৰ- স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ…

ছোনিয়াৰ সন্মুখত ৯ ঘন্টা ধৰি কি ক’লে প্ৰশান্ত কিশোৰে ?

৯ ঘন্টা প্ৰশান্ত কিশোৰে ক’লে , মনোযোগেৰে শুনি গ’ল প্ৰশান্ত কিশোৰে ৷ কিন্তু শেষত গাঁঠি লাগিল ক’ত ? নিজেই ক’লে প্ৰশান্ত কিশোৰে- স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে সহযোগ কৰিব পাৰে তলৰ লিংকত ক্লিক কৰি –…

পেট্ৰ’লক লৈ কি ৰাজনীতি কৰিছে প্ৰধানমন্ত্ৰীয়ে?

পেট্ৰ’লক লৈ কি ৰাজনীতি কৰিছে প্ৰধানমন্ত্ৰীয়ে? স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে সহযোগ কৰিব পাৰে তলৰ লিংকত ক্লিক কৰি – https://rzp.io/l/ZrpLsROos Visit: https://thecrosscurrent.in/ Follow Us Facebook:…

অসমক কেঞ্চাৰ চিকিৎসাৰ ক্ষেত্ৰত এখোজ ওপৰলৈ লৈ যোৱা ৰতন টাটাৰ ওচৰত আজি কৃতজ্ঞ অসমবাসী

কাকতৰ বিজ্ঞাপনত নাছিল ৰতন টাটাৰ নাম অথবা ফটো৷ নাছিল ৰতন টাটাৰ নামেৰে কোনো প্ৰচাৰ৷ নিৰৱে আহি অসুস্থ মানুহজনে ভাগ ল’লে কেঞ্চাৰ চিকিৎসালয়ৰ উদ্বোধনী অনুষ্ঠানত৷ অসমক কেঞ্চাৰ চিকিৎসাৰ ক্ষেত্ৰত এখোজ ওপৰলৈ লৈ যোৱা ৰতন টাটাৰ ওচৰত আজি কৃতজ্ঞতাৰে মূৰ…