সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

thecrosscurrent

সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত খহি পৰিল টানেল , মৃত্যু শ্ৰমিকৰ

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত সংঘটিত হৈছে এক বৃহৎ অঘটন ৷ মূল বান্ধলৈ পানী আহিবৰ বাবে নিৰ্মান কৰি থকা ইনটেক্ট টানেল খহি পৰাৰ ফলতেই এজন শ্ৰমিকৰ মৃত্যু হয় ৷ নিহত শ্ৰমিকজন গোগামুখৰ জিতু হাতীবৰুৱা বুলি জানিব পৰা গৈছে ৷ অহা আগষ্ট মাহৰ পৰা…

বিজেপি নেত্ৰীৰ বাবে লজ্জানত হ’ল নেকি ভাৰত ?

বিজেপি নেত্ৰীৰ বিতৰ্কিত মন্তব্যই আন্ত:ৰাষ্ট্ৰীয় স্তৰত লজ্জিত কৰিছে ভাৰতক ৷ টাইমছ নাওৰ এক বিতৰ্কত ভাগ লৈ বিজেপিৰ মুখপাত্ৰ নুপূৰ শৰ্মাই পয়গম্বৰ মহম্মদ সন্দৰ্ভত এক অতি অশালীন মন্তব্য কৰিছিল ৷ তাৰ পাছতেই দেশে বিদেশে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়…

পিপিই কিট বিতর্কই তোলপাৰ লগাইছে ৰাষ্ট্ৰীয় ৰাজনীতি৷

পিপিই কিট বিতর্কই তোলপাৰ লগাইছে ৰাষ্ট্ৰীয় ৰাজনীতি৷ আপৰ সংবাদমেলৰ পিছত দেশজুৰি অব্যাহত প্ৰতিক্ৰিয়া৷ কি ক'লে দিল্লীৰ আপ,কংগ্ৰেছ আৰু বিজেপি নেতাই? ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত কি কলে হিমন্ত বিশ্ব শর্মাই? এক প্ৰতিবেদন৷ …

পি পি ই কীট কেলেংকাৰীত জড়িত মুখ্যমন্ত্ৰীৰ পৰিয়াল। মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবী

https://youtu.be/VUl-w64K29Q কেন্দ্ৰীয় সংস্থাৰ দ্বাৰা পি পি ই কীটৰ বিচাৰ আৰু মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবীৰে ৰাজপথত নামিল বিৰোধী দল-সংগঠন। স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে সহযোগ কৰিব পাৰে তলৰ লিংকত ক্লিক কৰি –…

কোন সোমাব হিমন্ত বিশ্ব শর্মাৰ নতুন মন্ত্ৰী সভাত?

https://youtu.be/3Cjcxf4bnSQ খালী আছে ৫ খন চকী৷ কোন সোমাব হিমন্ত বিশ্ব শর্মাৰ নতুন মন্ত্ৰী সভাত? কিয় চর্চালৈ বিদ্যা সিং ইংলেং,ৰুপেশ গোৱালা,ৰুপজ্যোতি কুর্মী,সুশান্ত বৰগোহাই অথবা জয়ন্ত মল্ল বৰুৱা? হিমন্ত বিশ্ব শর্মাৰ মন্ত্ৰীসভাত স্থান পাব…

ডলু গ্ৰীন ফিল্ড নিৰ্মাণৰ বাবে কেন্দ্ৰলৈ যোৱাই নাছিল কোনো প্ৰস্তাৱ। তেনেহ’লে কিয় চলোৱা হল…

আজিৰ পৰা প্ৰায় কেই সপ্তাহ মানৰ আগৰ কথা। বৰাকৰ ডলু চাহ বাগিছাৰ ২৫০০ বিঘা জোৰা ভূমিত চলিছিল প্ৰশাসনৰ বুলডোজাৰ। প্ৰায় ২০০ খন এক্সেভেটৰ লৈ উচ্ছেদ চলোৱা হৈছিল ডলু চাহ বাগানত৷ উদেশ্য বৰাকৰ ডলু চাহ বাগিছাত নির্মাণ হব গ্ৰীণ ফিল্ড বিমানবন্দৰ৷…

কোভিডৰ ঠিকা আৰু কলকাতাৰ কোম্পেনীৰ মাজত কি সম্পৰ্ক আছে?

কোভিডৰ ঠিকা আৰু কলকাতাৰ কোম্পেনীৰ মাজত আছে এক বিশেষ সম্পৰ্ক ৷ কলকাতাৰ কোন স্থানৰ পৰা ধন বিনিয়োগ হয় অসমত ? এতিয়া কি চলি আছে তাত ? চাওক এই বিশেষ প্ৰতিবেদন- COVID FILES (PART-2) প্ৰতিবেদন-৪ https://youtu.be/vRMzX7F5NUg