টেগ thecrosscurrent

এটা মাত্ৰ পৰীক্ষাৰ বিফলতাই জীৱনৰ মূল্য হ্ৰাস নকৰে। কাৰণ জীৱন অমূল্য, জীৱন অনুপম।

এটা মাত্ৰ পৰীক্ষাৰ বিফলতাই জীৱনৰ মূল্য হ্ৰাস নকৰে। কাৰণ জীৱন অমূল্য, জীৱন অনুপম। মেট্ৰিকত সফল সকললৈ শুভেচ্ছা৷ আশাজনক ফলাফল নোপোৱা সকললৈ এই প্ৰতিবেদন৷

কিয় দিল্লীৰ দৰে নহ’ল অসমৰ শিক্ষা?

দিল্লীতকৈ বেছি শিক্ষক আছে অসমত৷ অথচ মেট্ৰিকৰ এই ফলাফল কিয় অসমত? কিয় দিল্লীৰ দৰে নহ’ল অসমৰ শিক্ষা?

কিয় নিম্নগামী হৈছে মেট্ৰিকত উত্তীর্ণৰ হাৰ?

কিয় নিম্নগামী হৈছে মেট্ৰিকত উত্তীর্ণৰ হাৰ? মেট্ৰিকৰ ফলাফলৰ কেইটামান উদ্বেগজনক দিশ-

বিজেপি নেত্ৰীৰ হজৰত মহম্মদক অপমান: কোন দেশৰ কি প্ৰতিক্ৰিয়া ?

বিজেপি নেত্ৰী নুপূৰ শৰ্মাই হজৰত মহম্মদ সন্দৰ্ভত কৰা অশালীন মন্তব্যৰ পাছতে আন্ত:ৰাষ্ট্ৰীয় স্তৰত ভাৰত প্ৰবল চাপৰ সন্মুখীন হৈছে ৷ বিশেষকৈ আৰৱ দেশসমূহে বিজেপি নেত্ৰীগৰাকীৰ এই মন্তব্যৰ পাছত ভাৰতক ৰাজহুৱাকৈ ক্ষমা খোজাৰ দাবী জনাইছে ৷ বিজেপিয়ে নুপূৰ শৰ্মাক দলৰ পৰা নিলম্বিত…

বিজেপি প্ৰবক্তাৰ লাক-বান্ধ নোহোৱা কথাই কেনেদৰে ৰাষ্ট্ৰীয় স্বাৰ্থ বিঘ্নিত কৰিছে?

বিজেপি প্ৰবক্তাৰ লাক-বান্ধ নোহোৱা কথাই কেনেদৰে ৰাষ্ট্ৰীয় স্বাৰ্থ বিঘ্নিত কৰিছে? স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে সহযোগ কৰিব পাৰে তলৰ লিংকত ক্লিক কৰি – Visit: Follow Us Facebook: YouTube: Instagram: Twitter: #BJPGovt #NupurSharma…

৫৭ খন দেশৰ সংগঠনে ক’লে – ভাৰত ঠেক মনোবৃত্তিৰ , নাকচ কৰিলে বিদেশ মন্ত্ৰালয়ে , কিন্তু কিয় ?

৫৭ খন দেশৰ সংগঠনে ক’লে – ভাৰত ঠেক মনোবৃত্তিৰ , নাকচ কৰিলে বিদেশ মন্ত্ৰালয়ে , কিন্তু কিয় ? ‘টাইমছ নাও’ চেনেলত বিজেপি মুখপাত্ৰ নুপূৰ শৰ্মাই পয়গম্বৰ মহম্মদ সন্দৰ্ভত কৰা অশালীন মন্তব্যৰ পাছতেই আন্ত:ৰাষ্ট্ৰীয় স্তৰত তীব্ৰ চাপৰ সন্মুখীন হৈছে ভাৰত ৷…

মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পত্নীৰ বিৰুদ্ধে গোচৰ : লুকুৱাবলৈ বিয়পোৱা হ’ল নেকি ভুৱা বাতৰি ?

দ্য ক্ৰছকাৰেন্ট আৰু দ্য ৱায়াৰৰ যৌথ অনুসন্ধানত ফাদিল হোৱা কোভিড ফাইলছ এতিয়া ৰাজ্যৰ ৰাজনীতিত প্ৰধান ইছ্যু হৈ পৰিছে ৷ কভিডকালত পি পি ই কীটৰ ঠিকা লৈ মুখ্যমন্ত্ৰীৰ পৰিয়াল দুৰ্নীতিত জড়িত হোৱাৰ অভিযোগ তুলি আজি ৰাজ্যজুৰি উত্তাল বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে…