সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

thecrosscurrent

আহি আছে ঘূৰ্ণীবতাহ ‘আমফান’

ৰঙাচকু দেখুৱাই আহি আছে ‘আমফান’৷ জন্মৰ ২৪ ঘন্টাৰ ভিতৰতে বিধ্বংসী ৰূপ লৈছে আমফানে৷ আমফান এবিধ ঘূৰ্ণী বতাহৰ নাম ৷ জলবায়ু বিজ্ঞানী সকলৰ মতে সাগৰৰ জলপৃষ্ঠৰ উষ্ণতা ২৬.৫ডিগ্ৰী চেলচিয়াছতকৈ বেছি হ’লেই ঘূৰ্ণীবতাহ তৈয়াৰ হয়৷ এইবাৰ বংগোপসাগৰৰ জলপৃষ্ঠৰ…

এজন অসমীয়া বিষয়াৰ কৰ্তব্যনিষ্ঠা

চৰকাৰী বিষয়া বুলি ক’লেই বহুতৰে নাক কোচ খাই আহে৷ সাধাৰণ মানুহৰ প্ৰতি কৰা দুৰ্ব্যৱহাৰ , ৰঙা ফিটাৰ মেৰপেছ – বেছিভাগ মানুহৰে চৰকাৰী বিষয়াৰ লগত অভিজ্ঞতা মধুৰ নহয় ৷ কি্ন্তু তাৰ মাজতো আছে বিৰল ব্যতিক্ৰম৷ তেনে এগৰাকী বিষয়া হ’ল মুম্বাইত অসম ভৱনৰ…

ন্যায় ব্যৱস্থা এতিয়া ধনীৰ পক্ষত : এজন ন্যায়াধীশৰ স্বীকাৰোক্তি

ভাৰতীয় ন্যায় ব্যৱস্থা এতিয়া দুখীয়াৰ বিৰুদ্ধে আৰু ধনীৰ পক্ষত থিয় দিছে৷ কিন্তু বাস্তৱত এয়া বিপৰীত হোৱা উচিত৷ কাৰণ , দুখীয়াকহে অধিক নিৰাপত্তৰ প্ৰয়োজন ,ধনীক নহয়৷- এজন ন্যায়াধীশৰ মুকলি স্বীকাৰোক্তি এয়া৷ অলপতে উচ্চতম ন্যায়ালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰা…

আকৌ এজন ক’ৰোনাত আক্ৰান্ত: অসমত ৯৭ লৈ বৃদ্ধি

অসমত পুনৰ ক'ৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে ৷ কাছাৰৰ এগৰাকী ২৮ বছৰীয়া ব্যক্তি এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে৷ কালি তেওঁ চেন্নাইৰ পৰা আহিছিল৷ সম্প্ৰতি আক্ৰান্ত ব্যক্তিজন শিলচৰ মেডিকেল কলেজত চিকিৎসাধীন ৷ ইয়াকে লৈ অসমত ক'ৰোনা আক্ৰান্তৰ…

এখন ফটো,এজন মানুহ আৰু এটা কাহিনী…

ছ’চিয়েল মেডিয়াত ভাইৰেল হৈ পৰা এখন ফটো৷ কালি পিটিআইৰ জড়িয়তে আহিল সংবাদ মাধ্যমৰ কাৰ্যালয়লৈ৷ সকলোৰে চকু থৰ হৈ ৰ’ল৷ ফোনত কাৰোবাৰ সৈতে কথা পাতি থকা এজন মজদুৰ,ক্ৰন্দনৰত মুখায়ব৷ কি কথা পাতিছে তেওঁ ?ফোনৰ সিপাৰত কোন আছে? আৰম্ভ হ’ল…

অসমত ৯ বছৰীয়া শিশুৰ দেহত ক’ৰোনা

অসমত এইবাৰ ৯ বছৰীয়া শিশুৰ দেহলৈ সংক্ৰমিত হ'ল ক'ৰোনা৷ আক্ৰান্ত শিশুটি যোৰহাটৰ ৷ শিশুটি শেহতীয়াকৈ দিল্লীৰ পৰা অসমলৈ আহিছিল৷ তেওঁৰ নাম ফাৰহান আখটাৰ ৷ ঘৰ যোৰহাট টাউনৰ ৩ নং ৱাৰ্ডত বুলি জানিব পৰা গৈছে৷ বৰ্তমান অসমত মুঠ ক'ৰোনা আক্ৰান্তৰ সংখ্যা…

আজি ১৭ মে’ : ন’ ৱান কিল্ড পৰাগ…

আজি ১৭ মে'৷ ১৯৯৬ চনৰ আজিৰ এই দিনটোতে মহানগৰীৰ ৰাজপথত মুকলিকৈ গুলীয়াই হত্যা কৰা হৈছিল সাংবাদিক পৰাগ কুমাৰ দাসক৷ সকলোৱে দেখিছিল বন্দুকধাৰী আততায়ীয়ে গুলীয়াইছে পৰাগ কুমাৰ দাসক ৷ অভিযুক্তৰ নামো মুকলিকৈ উচ্ছাৰিত হ'ল৷ বিচাৰৰ ভাৰ দিয়া হ'ল চি বি…

১০০ লৈ অলপ বাকী: কাৰ প্ৰতি হিমন্ত বিশ্ব শৰ্মাৰ এই বিশেষ অনুৰোধ?

অসমত কালি নিশাৰ ভিতৰত পৰিস্থিতিৰ আকস্মিক অৱনতি ঘটে ৷ নিশাৰ ভিতৰত ৪ গৰাকী নতুন লোক ক’ৰোনাত আক্ৰান্ত হৈছে৷ স্বাস্থ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰা মতে ইয়াৰে দুগৰাকী গুৱাহাটীৰ,এগৰাকী শোনিতপুৰৰ আৰু আনগৰাকী শিৱসাগৰৰ৷ এইদৰে নিশাটোৰ ভিতৰত…

ভাৰতত ক’ৰোনা:২৪ ঘন্টাত সৰ্বাধিক লোক আক্ৰান্ত

• ভাৰতত শণিবাৰৰ দিনটোত সৰ্বাধিক লোক ক’ৰোনাত আক্ৰান্ত হয়৷ যোৱা ২৪ ঘন্টাত দেশত মুঠ ৪,৯৮৭ গৰাকী লোকৰ দেহলৈ এই ভাইৰাছ সংক্ৰমিত হয়৷ ইয়াকে লৈ ভাৰতত এতিয়া মুঠ ক’ৰোনা আক্ৰান্তৰ সংখ্যা হ’ল ৯০,৯২৭৷ • যোৱা ২৪ ঘন্টাত মৃত্যু হ’ল ১২০ গৰাকী লোকৰ ৷ ভাৰতত…

৯২ৰ পৰা ৯৪ হ’ল ক’ৰোণা আক্ৰান্তৰ সংখ্যা, এইবাৰ গুৱাহাটীত

পুনৰ বাঢ়িল ক’ৰোণা আক্ৰান্তৰ সংখ্যা ৷বেয়া খবৰৰ উপৰি পুনৰ বেয়া খবৰ ৷পুনৰ ২জন ক’ৰোণা ৰোগী  চিনাক্ত হ’ল অসমত৷ ৷দুয়োগৰাকী নতুন ক’ৰোণা ৰোগী গুৱাহাটীৰ ৷ জনালে শেহতীয়া টুইটযোগে মন্ত্ৰী হিমন্ত বিশ্বই ৷ শেহতীয়া আপডেট অনুসৰি ক’ৰোণা ৰোগীৰ সংখ্যা…