সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

the_crosscurrent

মাওবাদীৰ আক্ৰমণত ক’ত নিহত হ’ল ২ জোৱান ?

ছট্টিছগড়ত পুণৰ মাওবাদীৰ ভয়াবহ আক্ৰমণত নিহত হ’ল আই টি বি পিৰ দুজন জোৱান ৷ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ছট্টিছগড়ৰ নাৰায়নপুৰ জিলাত সংঘটিত হয় এই আক্ৰমণৰ ঘটনা ৷ মাওবাদীৰ আক্ৰমণত নিহত হোৱা জোৱান দুগৰাকীৰ ভিতৰত এগৰাকী হ’ল সহকাৰী কামাণ্ডেন্ট সুধাকৰ…

ভাৰতক স্থিতি সলনি  কৰিবলৈ কিয় আহ্বান জনাইছে তালিবানে ?

আফগানিস্তানলৈ ভাৰতীয় সেনা প্ৰেৰণ নকৰিবলৈ পূৰ্বেই ভাবুকি দিছিল তালিবানে ৷ এইবাৰ  আফগানিস্তানৰ ক্ষমতালৈ অহাৰ পাছত তালিবান বাহিনীয়ে ভাৰতক নিজৰ স্থিতি সলনি কৰিবলৈ আহ্বান জনাইছে ৷ তালিবানৰ মুখপাত্ৰ শাহীন সুহেলে কয় যে পূৰ্বৰ আশ্ৰফ ঘানি চৰকাৰৰ…

ক’ৰোণা ৰুধিবলৈ চীনত কিয় চৰকাৰে ঘৰে ঘৰে লগাইছে তলা ?

চীনলৈ আকৌ উভতি আহিছে ক’ৰোণা ভাইৰাছ ৷ দেশখনত ক’ৰোণাৰ ডেল্টা ভেৰিয়েন্‌টৰ সংক্ৰমণ ধৰা পৰাৰ পাছত চীনা চৰকাৰে লৈছে  কঠোৰ পদক্ষেপ ৷ ছোচিয়েল মেডিয়াত প্ৰচাৰিত হোৱা কেতবোৰ ভিডিওত দেখা পোৱা গৈছে যে ক’ৰোণাৰ সংক্ৰমণ ৰোধ কৰিবলৈ বহু ঘৰ তলা লগাই বন্ধ কৰি…

মিজোৰাম ভ্ৰমণত নাথাকিব বাধা – নিষেধ : আইজলৰ বৈঠকত কি সিদ্ধান্ত হ’ল ?

এতিয়াৰে পৰা অসমৰ নাগৰিকে মিজোৰাম ভ্ৰমণ কৰাৰ ক্ষেত্ৰত নাথাকিব কোনো বাধা নিষেধ ৷ মিজোৰাম ভ্ৰমণৰ ক্ষেত্ৰত অসম চৰকাৰে জাৰি কৰা পূৰ্বৰ সতৰ্কতা প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লৈছে ৷আজি আইজলত অসম চৰকাৰ আৰু মিজোৰাম চৰকাৰৰ মন্ত্ৰীৰ মাজত অনুষ্ঠিত বৈঠকৰ…

মিজোৰামৰ মুখ্যমন্ত্ৰীলৈ চিঠিত কি লিখিলে যুৱ-ছাত্ৰ পৰিষদে ?

আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ তৰফৰ পৰা শেহতীয়া অসম- মিজোৰাম সীমা সংঘাত সন্দৰ্ভত মিজোৰামৰ মুখ্যমন্ত্ৰীলৈ এখন পত্ৰ প্ৰেৰণ কৰা হয় | পত্ৰযোগে যুৱ ছাত্ৰ পৰিষদে অসম আৰু মিজোৰামৰ  সাতামপুৰুষীয়া এনাজৰী অটুট ৰখাৰ আহ্বান জনায় |পত্ৰখনত এইদৰে…