সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

ranjitkumardas

ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহকত মন্ত্ৰী ৰঞ্জিত দাসৰ নৃত্য

ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহকত ব্যতিক্ৰমী ৰূপত দেখা গল যোগান মন্ত্ৰী ৰঞ্জিত দাসক।কাৰ্যনিৰ্বাহক সভাৰ দ্বিতীয় দিনা পৰম্পৰাগত সাজপাৰ পৰিধান কৰি থিয়নামত আত্মহাৰা মন্ত্ৰী জন। উল্লেখযোগ্য যে জালুকবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত উত্তৰ গুৱাহাটীৰ…

মন্ত্ৰী ৰঞ্জিত দাসৰ যুক্তি ২৪ ঘন্টাও নিটিকিল কিয় ?

গাঁৱত ঘৰ সাজিলেও পঞ্চায়তক দিব লাগিব কৰ ৷ ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ‘আদৰ্শ নাগৰিক চনদ’ মুকলিৰে এই ঘোষণা কৰিছিল মঙলবাৰে ৷ ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পাছত বুধবাৰে…

নতুন পঞ্চায়ত কৰক লৈ অখিলৰ হুংকাৰ : আকৌ পথৰুঘাটৰ বিদ্ৰোহ হ’ব

আকৌ পথৰুঘাটৰ বিদ্ৰোহ হ'ব , আকৌ ফুলগুৰিৰ ধেৱা হ'ব ৷ - গাঁৱত ঘৰ সাজিলেও কৰ দিয়াৰ নতুন নীতি ঘোষণা কৰাৰ পাছতে এইদৰে গৰজি উঠিছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ ৷ আজি বিধানসভা চৌহদত সাংবাদিকৰ আগত তেও কয় যে বিজেপি চৰকাৰে অসমীয়া জাতিক…

উপ- নিৰ্বাচনৰ বাবে সাজু বিজেপি : কোন মন্ত্ৰীক ক’ৰ দায়িত্ব ?

ৰাজ্যৰ চাৰিটা সমষ্টিত উপ- নিৰ্বাচন অনুষ্ঠিত হোৱাটো এতিয়ালৈকে নিশ্চিত হৈছে ৷ উপ -  নিৰ্বাচনৰ বাবে এতিয়াৰ পৰাই সাজু হৈছে শাসকীয় বিজেপি দল ৷ প্ৰতিটো সমষ্টিৰ উপ - নিৰ্বাচনৰ প্ৰস্তুতিৰ বাবে গঠন কৰা হৈছে একোখনকৈ সমিতি ৷ সমষ্টি অনুযায়ী এজন বা দুজন…

সৰভোগত নিমিলা অংক ৰঞ্জিত দাসৰ : ৰাজ্যিক বিজেপিৰ সভাপতিয়ে সমষ্টি সলনি কৰিব নেকি ?

ৰাজ্যৰ ৰাজনীতিৰ বহু ৰথী – মহাৰথীৰ ভৰিৰ তলৰ মাটিত কপঁনি উঠিছে ৷ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ভোটৰ অংকও নিমিলা হৈ আহিছে ৷ যাৰ বাবে শাসকীয় দলৰে বহু হেভীৱেট নেতাই বৰ্তমান প্ৰতিনিধিত্ব কৰি থকা সমষ্টি বাদ দি আন সমষ্টি বাছি লোৱাৰ প্ৰক্ৰিয়া…