সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

rajyasabha

ৰাজ্যসভাৰ পৰা বহিস্কৃত হ’ল ১৯ জন সাংসদ

ৰাজ্যসভাৰ পৰা বহিস্কৃত হ’ল ১৯ বিৰোধী সাংসদ৷ ৰাজ্যসভাৰ মজিয়াত বিশৃংখলতা সৃষ্টি কৰাৰ অভিযোগত বহিস্কাৰ কৰা হ’ল এই ১৯ সাংসদক৷ শুক্ৰবাৰ পর্যন্ত সংসদৰ পৰা বহিস্কাৰ হৈ ৰ’ব এই সকল সাংসদ৷ সোমবাৰে লোকসভাৰ পৰা বহিস্কাৰ হৈছিল চাৰি গৰাকী কংগ্ৰেছ সাংসদ৷…

ৰাজ্যসভাত ৫ ৰ পৰা ১০১ লৈ কেনেকৈ বৃদ্ধি হ’ল বিজেপি সাংসদৰ সংখ্যা ?

অসমৰ পবিত্ৰ মাৰ্ঘেৰিটা আৰু ৰণগৌৰা নাৰ্জাৰীয়ে ৰাজ্যসভাৰ নিৰ্বাচনত বিজয় সাব্যস্ত কৰিলে ৷ এই বিজয় ৰাজনৈতিক কাৰণত বিজেপিৰ বাবে আছিল অতি গুৰুত্বপূৰ্ণ ৷ কাৰণ , শেহতীয়া ৰাজ্যসভাৰ নিৰ্বাচনৰ পাছতে ৰাজ্যসভাত বিজেপি সাংসদৰ সংখ্যা ১০১ লৈ বৃদ্ধি পালে ৷…

হৰ্ছ ট্ৰেডিঙ আচলতে কি ?

উনৈশ  শতিকাৰ আৰম্ভণিত কেমব্ৰিজ অভিধানত অন্তৰ্ভুক্ত হৈছিল এটা শব্দ ৷ হৰ্ছ ট্ৰেডিঙ ৷ ঘোৰাৰ বেচা কিনা সংক্ৰান্ততে এই শব্দটো ব্যৱহাৰ কৰা হৈছিল ৷ কিন্তু লাহে লাহে হৰ্ছ ট্ৰেডিঙ হৈ পৰিল এটা ৰাজনৈতিক শব্দ ৷ উনৈশ শতিকাৰ আৰম্ভণিৰ দিনবোৰত ভাল প্ৰজাতিৰ…

৪ অক্টোবৰত অসমত অনুষ্ঠিত হব ৰাজ্য সভাৰ উপ নিৰ্বাচন

বহু জল্পনা কল্পনাৰ অন্তত ৪ অক্টোবৰত অসমত ৰাজ্য সভাৰ এখন আসনৰ উপ নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে। যিহেতু বিশ্বজিৎ দৈমাৰীৰ পদত্যাগৰ পাছত খালী হৈ আছিল ৰাজ্য সভাৰ এখন আসন। ১৫ ছেপ্টম্বৰত নিৰ্বাচনৰ অধিসূচনা ঘোষণা কৰা হব বুলি জনাইছে নিৰ্বাচন আয়োগে।…

বিজেপি সাংসদৰ ওপৰত প্ৰধানমন্ত্ৰী মোদীৰ ইমান খঙ কিয় ?

বিজেপিৰ অধিকসংখ্যক সাংসদ ৰাজ্যসভাত অনুপস্থিত থকাক লৈ ক্ষোভ ব্যক্ত কৰিছে বজেপি নেতা তথা  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ সংসদত অনুপস্থিত থকা সাংসদৰ তালিকা বিচাৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে৷ এই ঘটনাৰ পৰা সংসদ আৰু সাংসদক লৈ প্ৰধানমন্ত্ৰী মোদী অধিক…