ৰাজ্যসভাত ৫ ৰ পৰা ১০১ লৈ কেনেকৈ বৃদ্ধি হ’ল বিজেপি সাংসদৰ সংখ্যা ?

Share This Article

অসমৰ পবিত্ৰ মাৰ্ঘেৰিটা আৰু ৰণগৌৰা নাৰ্জাৰীয়ে ৰাজ্যসভাৰ নিৰ্বাচনত বিজয় সাব্যস্ত কৰিলে ৷ এই বিজয় ৰাজনৈতিক কাৰণত বিজেপিৰ বাবে আছিল অতি গুৰুত্বপূৰ্ণ ৷ কাৰণ , শেহতীয়া ৰাজ্যসভাৰ নিৰ্বাচনৰ পাছতে ৰাজ্যসভাত বিজেপি সাংসদৰ সংখ্যা ১০১ লৈ বৃদ্ধি পালে ৷ ৰাজ্যসভাত ১০০ ৰ অধিক সাংসদৰ পৰিক্ৰমা বিজেপিয়ে কেনেদৰে অতিক্ৰম কৰিলে , সেয়া চাও আহক অজিৰ দস্তাবেজত-

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.