সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

quarantine

এজন যুৱকক লৈ বিপাঙত এটা কোৱাৰেণ্টীন চেণ্টাৰৰ কৰ্তৃপক্ষ

ক'ৰোনাৰ সাম্প্ৰতিক পৰিস্থিতিত চৰকাৰে কোৱাৰেণ্টীনৰ বিশেষ ব্যৱস্থা কৰিছে। বহুসময়ত ছচিয়েল মিডিয়াকে ধৰি বিভিন্ন মাধ্যমত চৰকাৰে কোৱাৰেণ্টীনত থকা লোকসকলক যোগান ধৰা খাদ্যক লৈ সমালোচনা কৰিছে বিভিন্নজনে। খাদ্যৰ লগতে লেতেৰা পৰিৱেশৰ কথাও চৰ্চিত হৈছে।…

মই মন্ত্ৰী, কোৱাৰেণ্টাইনত নাথাকো

আজি সোমবাৰৰ পৰা আৰম্ভ হল বিমানসেৱা। কেন্দ্ৰৰ নিৰ্দেশনা- বিমানৰ পৰা নমাৰ পিছতে থাকিব লাগিব প্ৰতিষ্ঠানিক কোৱাৰেণ্টীনত। কিন্তু এই নিয়মতো সাধাৰণ জনতাৰ বাবে। সেয়ে বাংগালুৰুত বিমানবন্দৰৰ পৰা নামিয়ে নিজা ব্যক্তিগত বাহনত উঠি পোনে পোনে নিজৰ ঘৰলৈ গল…

গুৱাহাটীত কোৱাৰেণ্টাইনত মৃত্যু

গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত কোৱাৰেণ্টাইনতে মৃত্যু ঘটে তনুৰাম শইকীয়া নামৰ এজন ব্যক্তিৰ৷ দৰঙৰ দলগাঁৱৰ তনুৰাম শইকীয়া কৰ্কট ৰোগত আক্ৰান্ত আছিল৷ মুম্বাইত চিকিৎসা কৰাবলৈ গৈ লকডাউনৰ বাবে ৪০ দিন আবদ্ধ হৈ থাকি যোৱা ৫ মে’ত মুম্বাইৰ পৰা…