সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

#PPEKit

কোভিডৰ ভয়াৱহ সময়ত পিপিই কিটক লৈ আপোনাৰ পত্নীয়ে যি হেতালি খেলিলে তাৰ শাস্তি কি হ’ব?

কোভিডৰ ভয়াৱহ সময়ত পিপিই কিটক লৈ আপোনাৰ পত্নীয়ে যি হেতালি খেলিলে তাৰ শাস্তি কি হ’ব? আপোনাৰ পত্নীক অধিক দৰদত পিপিই কিটৰ ঠিকা দিয়াটো কোভিডৰ নামত কেলেংকাৰি বুলি কিয় নকম? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাক প্ৰশ্ন ৰাইজৰ দলৰ৷ দ্য ক্ৰছকাৰেন্ট আৰু দ্য…

‘পিপিই কিট বিক্ৰী কৰা নাছিল ৰিনিকি ভূঞা শর্মাই, দানহে দিছিল৷’

‘পিপিই কিট বিক্ৰী কৰা নাছিল ৰিনিকি ভূঞা শর্মাই,দানহে দিছিল৷’ দ্য ক্ৰছকাৰেন্ট আৰু দ্য ৱায়াৰৰ প্ৰতিবেদনৰ ওপৰত হিমন্ত বিশ্ব শর্মা আৰু পত্নীয়ে দিয়া ভাষ্য কিয় অযুক্তিকৰ আৰু অগ্ৰহণযোগ্য? https://youtu.be/5CayAQtIsF8

মুখ্যমন্ত্ৰী পৰিয়ালৰ লগত কি সম্পর্ক ধানুকাৰ?

মুখ্যমন্ত্ৰী পৰিয়ালৰ লগত কি সম্পর্ক ধানুকাৰ? মনিপুৰৰ কোম্পানীৰ লগত কি সম্পর্ক মুখ্যমন্ত্ৰীৰ পত্নী আৰু পিতৃৰ? মুখ্যমন্ত্ৰী পৰিয়াল আৰু ধানুকা পৰিয়ালৰ মাজৰ সম্পর্কৰৰ সৱিশেষ এই প্ৰতিবেদনত- https://youtu.be/Xdvu1LZprcM

মুখ্যমন্ত্ৰীৰ ঘণিষ্ঠ ধানুকাই ১৮ টকাৰ চেনিটাইজাৰ যোগান ধৰিলে ১০০ টকাত

মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ব্যৱসায়িক সম্পৰ্ক থকা এগৰাকী ব্যৱসায়ী ঘনশ্যাম ধানুকা ৷ এই ধানুকাক দিয়া হৈছিল ৪৩১ শতাংশ অধিক দৰত চেনিটাইজাৰ যোগানৰ ঠিকা ৷ ১৮ টকাৰ চেনিটাইজাৰ ধানুকাই যোগান ধৰিলে ১০০ টকাত ৷ চাওক দ্য ৱায়াৰ আৰু দ্য ক্ৰছকাৰেন্টৰ বিশেষ…

নিৰপেক্ষ উচ্চ পৰ্যায়ৰ তদন্ত কৰক নতুবা মূখ্যমন্ত্রীয়ে পদত্যাগ কৰক : ইয়ং আচাম

যি সময়ত কোভিড মহামাৰীয়ে সমগ্ৰ বিশ্ব স্তব্ধ কৰি পেলাইছিল,লকডাউনৰ বাবে সাধাৰণ মানুহ ঘৰৰ পৰা বাহিৰলৈ ওলাব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হৈছিল,তেনেসময়ত অসমত কোভিড প্ৰতিৰোধী সামগ্ৰীৰ ঠিকা আবণ্টনৰ নামত যি কেলেংকাৰীৰ কথা আৰটিআই যোগে পোহৰলৈ আহিছে তাত…

COVID FILES : চীনৰ ৫০ হাজাৰ পি পি ই কীট ক’লৈ গ’ল ? সৰৱ কংগ্ৰেছ- অজাপ – ৰাইজৰ দল

দ্য ক্ৰছকাৰেন্ট আৰু দ্য ৱায়াৰৰ অনুসন্ধানমূলক প্ৰতিবেদনে জোকাৰণিৰ সৃষ্টি কৰিছে ৰাজ্যৰ ৰাজনীতিত ৷ ২০২০ চনৰ ১৫ এপ্ৰিলত তেতিয়াৰ স্বাস্থ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই মাজনিশা বিমান বন্দৰত উপস্থিত হৈ চীনৰ পৰা ৫০ হাজাৰ পি পি ই কীট অসমলৈ আহি…