মুখ্যমন্ত্ৰীৰ ঘণিষ্ঠ ধানুকাই ১৮ টকাৰ চেনিটাইজাৰ যোগান ধৰিলে ১০০ টকাত

Share This Article

মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ব্যৱসায়িক সম্পৰ্ক থকা এগৰাকী ব্যৱসায়ী ঘনশ্যাম ধানুকা ৷ এই ধানুকাক দিয়া হৈছিল ৪৩১ শতাংশ অধিক দৰত চেনিটাইজাৰ যোগানৰ ঠিকা ৷ ১৮ টকাৰ চেনিটাইজাৰ ধানুকাই যোগান ধৰিলে ১০০ টকাত ৷ চাওক দ্য ৱায়াৰ আৰু দ্য ক্ৰছকাৰেন্টৰ বিশেষ অনুসন্ধানমূলক প্ৰতিবেদন-

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.