সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

#PMOindia

মোডীৰ বাংলাদেশ ভ্ৰমণৰ সময়ত হিংসাত্মক ঘটনা সংঘটিত কৰোৱা ৰিজৱান ৰফিকক গ্ৰেপ্তাৰ ঢাকা আৰক্ষীৰ

ভাৰতৰ প্ৰধানমন্ত্ৰী মোডীৰ ঢাকা ভ্ৰমণৰ সময়ত হিংসাত্মক ঘটনা সংঘটিত কৰোৱা ৰিজৱান ৰফিকক গ্ৰেপ্তাৰ কৰিছে ঢাকা মেট্ৰ'পলিটান আৰক্ষীয়ে। ঢাকা মেট্ৰ'পলিটান আৰক্ষীৰ চোৰাংচোৱা শাখাই সন্ত্ৰাসবাদী সংগঠন হেফাজত-ই-ইছলামৰ সদস্য ৰিজৱান ৰফিকক গ্ৰেপ্তাৰ…

প্ৰধানমন্ত্ৰীৰ জন্মদিনৰ দিনা ২.৩১ কোটি পালি কিন্তু পিছদিনা মাত্ৰ ৮৫.৪২ লাখ পালি ভেকচিনহে প্ৰদান কৰা…

১৭ ছেপ্টেম্বৰ। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন। মোডীৰ জন্মদিনৰ দিনটোতেই প্ৰায় ২.৩১ কোটি পালি ভেকচিন প্ৰদানেৰে ৰেকৰ্ড গঢ়িলে ভাৰত চৰকাৰে। কিন্তু তাৰ পিছদিনাই ঘটিল এটা আশ্চৰ্যজনক ঘটনা। ১৮ ছেপ্টেম্বৰ অৰ্থাৎ মোডীৰ জন্মদিনৰ পিছদিনা দেশত…

জন্ম দিনৰ দিনা সৰ্বত্ৰ প্ৰশ্নঃ ক’ত হেৰাল মোডীৰ এশ স্মাৰ্ট চিটি কিম্বা সহস্ৰাধিক আদৰ্শ গাওঁ?

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন। বিজেপিৰ আটাইতকৈ ডাঙৰ ইভেণ্ট এইটো। হেৰুওৱা জনপ্ৰিয়তা ঘূৰাই আনিবলৈ আৰু লাহে লাহে ৰাইজৰ পৰা বিচ্ছিন্ন হোৱা সম্পৰ্ক জোৰা লগাবলৈ মোডীৰ জন্ম দিনটোক বিজেপিয়ে হাথিয়াৰ হিচাপে লৈছে। এইখিনি কথা আজি আৰু নতুন…

আজি উদ্বোধন হ’ব সংসদ টিভি

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উদ্বোধন কৰিব সংসদ টিভি। প্ৰধানমন্ত্ৰীৰ লগতে উপৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু আৰু লোকসভাৰ অধ্যক্ষ ওম বিৰলাই যুটীয়াভাৱে কৰিব উদ্বোধন। আজি আন্তঃৰাষ্ট্ৰীয় গণতন্ত্ৰ দিৱস উপলক্ষে উদ্বোধন কৰা হব সংসদ টিভি। বিগত…

দেশত নতুনকৈ মুকলি কৰা হ’ল ১২৫ টকাৰ মুদ্ৰা

দেশত নতুনকৈ মুকলি হ'ল ১২৫ টকাৰ মুদ্ৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰীল ভক্তিবেদান্ত স্বামী প্ৰভুপদৰ ১২৫ তম জন্ম জয়ন্তী উপলক্ষে এক বিশেষ ১২৫ টকাৰ স্মাৰক মুদ্ৰা মুকলি কৰে। ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে অনুষ্ঠানটোত অংশগ্ৰহণ কৰা প্ৰধানমন্ত্ৰী…

পুনৰ এবাৰ ভুৱা প্ৰচাৰৰ বাবে সাজু হৈছে নেকি বিজেপি?

অভূতপূৰ্ব প্ৰচাৰ শৈলী আৰু অবাস্তৱ কথাৰ বাবে সদায়েই চৰ্চাত থাকে শাসকীয় দল বিজেপি। এইবাৰ আন এক প্ৰচাৰৰ চমক দিবলৈ সাজু হৈছে বিজেপি। বিজেপিৰ শীৰ্ষ নেতৃত্বই দাবী কৰিছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ অৰ্থনীতি পুনৰুদ্ধাৰ কৰিলে। পৰিসংখ্যাই…

চৰকাৰে বিক্ৰী কৰি থকা সম্পত্তি দেশৰ সম্পদ, বিজেপি বা মোডীৰ নহয়ঃ মমতা বেনাৰ্জী

ৰাজহুৱা সম্পত্তিৰ পৰা অধিক ৰাজহ সংগ্ৰহ কৰাৰ উদ্দেশ্যে নৰেন্দ্ৰ মোডী চৰকাৰে গ্ৰহণ কৰিছে নেশ্যনেল মনিটাইজেশ্বন পাইপলাইন(NMP) শীৰ্ষক এক বিশেষ পলিচি। মালিকীস্বত্ব হস্তান্তৰ নকৰাকৈ ৰাজহুৱা খণ্ডৰ সম্পত্তি ব্যক্তিগত খণ্ডক ব্যৱহাৰৰ অনুমতি দি…

দেশৰ কি কি ৰাজহুৱা সম্পত্তি যাব ব্যক্তিগত খণ্ডৰ হাতলৈ?

দেশৰ প্ৰতিটো ক্ষেত্ৰতে তীব্ৰ হাৰত বৃদ্ধি পাইছে ব্যক্তিগতকৰণ। হয়তো চৰকাৰে ৰাজহুৱা খণ্ডৰ উদ্যোগ কিম্বা সম্পত্তি ব্যক্তিগত খণ্ডৰ হাতত গতাই দিয়াৰ খবৰ আপোনাৰ বাবে নতুন নহয়। কিন্তু উদ্বেগজনক কথা এইটোৱেই যে এইবাৰ ব্যক্তিগত খণ্ডক গতাই দিয়া হব…