আজি উদ্বোধন হ’ব সংসদ টিভি

Share This Article

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উদ্বোধন কৰিব সংসদ টিভি। প্ৰধানমন্ত্ৰীৰ লগতে উপৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু আৰু লোকসভাৰ অধ্যক্ষ ওম বিৰলাই যুটীয়াভাৱে কৰিব উদ্বোধন। আজি আন্তঃৰাষ্ট্ৰীয় গণতন্ত্ৰ দিৱস উপলক্ষে উদ্বোধন কৰা হব সংসদ টিভি। বিগত ফেব্রুৱাৰী মাহত লোকসভা আৰু ৰাজ্যসভা টিভিক একত্ৰিত কৰি সংসদ হিচাপে মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। প্ৰবীণ কংগ্ৰেছ নেতা কৰণ সিং আৰু অৰ্থনীতিবিদ বিবেক দেৱৰয়ে আয়োজন কৰিছে বিশেষ উদ্বোধনী অনুষ্ঠান।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.