সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

Petrol

কালিলৈ পৰা অসম তথা উত্তৰ-পূৰ্বাঞ্চলত নাপাব বিশুদ্ধ পেট্ৰল

১০ জানুৱাৰীৰ পৰা অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকলে নাপাব বিশুদ্ধ পেট্ৰল। কিয়নো অসম তথা উত্তৰ-পূবত বিক্ৰী হোৱা পেট্ৰলত বৃদ্ধি পাব ইথানলৰ মাত্ৰা। অসমত বিক্ৰী হোৱা পেট্ৰলত বৃদ্ধি পাব ১০ শতাংশ ইথানল।  ইথানলৰ মাত্ৰা বৃদ্ধি পোৱা পাছত পেট্ৰল দেশৰ…

জনতাক মাধমাৰ : পেট্ৰ’ল-ডিজেলৰ পৰা কিমান কৰ সংগ্ৰহ কৰিলে মোদী চৰকাৰে ?

পেট্ৰ’ল – ডিজেলৰ অভাবনীয় মূল্যবৃদ্ধিয়ে দেশবাসীক জুৰুলা কৰিছে ৷ কিন্তু তাৰ পাছতো জনসাধাৰণক সকাহ দিবলৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই কেন্দ্ৰীয় চৰকাৰে ৷ বৰং জনতাৰ মূৰত মাধমাৰ সোধাই পেট্ৰ’ল – ডিজেলৰ পৰা অধিক কৰ সংগ্ৰহ কৰাতহে ব্যস্ত হৈ পৰিছে মোদী…

এক লিটাৰ পেট্ৰ’লত আপুনি কিমান কৰ দিয়ে ?

পেট্ৰ'ল-ডিজেল আৰু ৰন্ধন গেছৰ মূল্যবৃদ্ধিয়ে এতিয়া মাধমাৰ শোধাইছে দেশৰ জনতাক। স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে ইমান তীব্ৰ গতিত বৃদ্ধি পাইছে ইন্ধনৰ মূল্য। ইন্ধনৰ মূল্যক কেন্দ্ৰ কৰি প্ৰতিবাদো হৈছে, কিন্তু তাৰ পিছতো চৰকাৰে হ্ৰাস কৰিব পৰা নাই…

পুনৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ দাম

দেওবাৰে পুনৰ বৃদ্ধি পালে পেট্ৰ'ল আৰু ডিজেলৰ দাম। প্ৰতি লিটাৰ পেট্ৰ'লত ৬২ পইচা আৰু ডিজেলৰ ৬৩পইচাকৈ বৃদ্ধি পালে দেশত। উল্লেখ্য যে আন্তৰ্জাতিক বজাৰৰ সৈতে সামঞ্জস্য ৰাখি ২০১৭ চনৰ পৰা প্ৰায়ে সলনি হৈছিল পেট্ৰ'ল-ডিজেলৰ দাম। তাৰ সৈতে তুলনা কৰিলে…