সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

nagaon

লক্ষীৰাম বৰা আৰু মদন দাস সোঁৱৰণি ফুটবল প্ৰতিযোগিতাৰ সামৰণি

বিগত ২ অক্টোবৰৰ পৰা নগাঁৱৰ কাছমাৰী আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ থকা লক্ষীৰাম বৰা আৰু মদন দাস সোঁৱৰণি প্ৰাইজমাণি ফুটবল প্ৰতিযোগিতাৰ দেওবাৰে সামৰণি পৰে । পলাশতল কাছমাৰী হাইস্কুল খেলপথাৰত অনুষ্ঠিত হোৱা চূড়ান্ত খেলখনত চকলাঘাট…

নগাঁৱত সাহিত্যিক ড° ধ্ৰুৱজ্যোতি বৰাৰ নৱতম গ্ৰন্থ ‘ভক্তিৰ অনিৰুদ্ধ যাত্ৰা’ উন্মোচন

বিশিষ্ট সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° ধ্ৰুৱজ্যোতি বৰাৰ নৱতম গ্ৰন্থ 'ভক্তিৰ অনিৰুদ্ধ যাত্ৰা' বৃহস্পতিবাৰে বিয়লি নগাঁৱত উন্মোচন কৰা হয় । নগাঁও চহৰৰ কেঞাপট্টিৰ 'বুক নুক কেফে'ত সাহিত্যিক গৰাকীয়ে নিজেই উন্মোচন কৰে অসমৰ…

ছাত্ৰ নেতা কীৰ্তিকমল বৰাই পালে অন্তৰ্ৱতীকালীন জামিন

ছাত্ৰ নেতা কীৰ্তিকমল বৰাই লাভ কৰিলে অন্তৰ্ৱতীকালীন জামিন। ১৯ ফেব্রুৱাৰীলৈকে ম্যাদ থাকিব অন্তৱৰ্তীকালীন জামিনৰ। SI প্ৰদীপ বণিয়াৰ এজাহাৰৰ ভিত্তিত 130/22 নম্বৰত নগাঁও সদৰ আৰক্ষী থানাত ৰুজু হৈছিল গোচৰ। নগাঁও জিলা বিশেষ ন্যায়াধীশৰ আদালতে গ্ৰাহ্য…

নগাঁৱত কীৰ্তিকমল বৰাৰ ন্যায় বিচাৰি অসম প্ৰদেশ যুৱ কংগ্রেছৰ প্ৰতিবাদ

শনিবাৰে আৰক্ষী এনকাউণ্টাৰত আহত হোৱা প্ৰাক্তন ছাত্র নেতা কীৰ্তি কমল বৰাৰ ন্যায় বিচাৰি নগাঁৱত আজি অসম প্ৰদেশ যুৱ কংগ্রেছৰ প্ৰতিবাদ। নগাঁৱ যুৱ কংগ্রেছৰ সহযোগত প্ৰতিবাদ কৰা প্ৰতিবাদী সমদলটোৱে নগাঁও জিলা কংগ্ৰেছৰ কাৰ্যালয়ৰ পৰা নগাঁও উপায়ুক্তৰ…

ক’ত কৰায়ত্ত হ’ল গঁড়ৰ খৰ্গৰ চোৰাং ব্যৱসায়ী ?

অসম আৰক্ষীয়ে বৃহস্পতিবাৰে  গঁড়ৰ খৰ্গসহ তিনিজন  চোৰাং ব্যৱসায়ীক কৰায়ত্ত কৰে ৷ জখলাবন্ধা থানাত ৰুজু হৈ থকা ১৬৬/২০১৮ নং গোচৰটোৰ ভিত্তিত মৰিগাঁও আৰক্ষীৰ সহযোগত নগাও আৰক্ষীয়ে অভিযান চলাই এই ব্যক্তিকেইজনক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷ ধৃত…