সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

Maharastra

মণিপুৰৰ পৰা আৰম্ভ নীতিশ কুমাৰৰ খেল

এইবাৰ নীতিশ কুমাৰে খেল আৰম্ভ কৰিছে মণিপুৰৰ পৰা৷ বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে পৰৱৰ্তী ৰাজনৈতিক পদক্ষেপ কি ল’ব পাৰে, সেয়া তেওঁৰ ছাঁটোৱেও নাজানে৷ অন্ততঃ শেহতীয়া সময়ছোৱাত নীতিশ কুমাৰে সেই কথাকেই বাৰে বাৰে প্ৰমাণ কৰি আহিছে৷ নিজা উদ্যোগত…

সুশান্ত সিঙ ৰাজপুতৰ মৃত্যুৰ তদন্তৰ আওঁতাত বিজেপিকো আনিবলৈ আহ্বান কংগ্ৰেছৰ, পিছে কি এই বিজেপি…

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্ত বৰ্তমান CBI ৰ হাতত। যিমানে দিন বাগৰিছে জনপ্ৰিয় অভিনেতা জনৰ মৃত্যুক কেন্দ্ৰ কৰি আৰম্ভ হৈছে ৰাজনীতিৰ বোকা ছটিওয়া খেল। এইবাৰ সুশান্ত সিঙৰ মৃত্যুৰ তদন্তৰ আওঁতালৈ বিজেপিকো আনিবলৈ আহ্বান মহাৰাষ্ট্ৰ কংগ্ৰেছৰ।…

মহাৰাষ্ট্ৰত বিল্ডিং খহি ৬ জনৰ মৃত্যু,উদ্ধাৰ অভিযান অব্যাহত

মহাৰাষ্ট্ৰৰ ৰায়গড় জিলাৰ মাহাদ নামৰ এক আবাসীক অঞ্চলত বিল্ডিং এটা খহি পৰাৰ ফলত প্ৰায় ৬ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৭৮ জন লোকক ঘটনাস্থলীৰ ধংসস্তুপৰ পৰা উদ্ধাৰ কৰা হৈছে। প্ৰায় ৪০ টা পৰিয়াল বসবাস কৰা বিল্ডিংটোৰ কালি বিয়লি ৬.৫০ বজাত ওপৰৰ তিনিটা…

ভাৰতত ত্ৰিশৰো অধিক ৰাজনীতিক কৰোনাত আক্ৰান্ত, ৩ জনৰ মৃত্যু

আগষ্ট মাহটো যেন হৈ পৰিছে ভাৰতৰ ৰাজনীতিক সকলৰ বাবে অতিশয় দু:সহ। এজনৰ পাছত আনজন ৰাজনীতিকৰ দেহত ধৰা পৰিছে কৰোনা ভাইৰাছ। শেহতীয়াকৈ অমিত শ্বাহৰ দেহত ক'ভিড-১৯ ধৰা পৰাৰ পাছতে কংগ্ৰেছৰ সাংসদ তথা প্ৰাক্তন গৃহমন্ত্ৰী পি চিডাম্বৰমৰ পুত্ৰ কাৰ্তি…

ব্যক্তিগত চিকিত্সালয়ৰ ৮০ শতাংশ বিচনাত নিয়ন্ত্ৰণ মহাৰাষ্ট্ৰ চৰকাৰৰ

মহাৰাষ্ট্ৰৰ উদ্ধৱ থাকৰেৰ চৰকাৰে ৰাজ্যখনৰ ব্যক্তিগত চিকিত্সালয়ৰ ৮০শতাংশ বেড ৰাজ্য চৰকাৰৰ নিয়ন্ত্ৰণলৈ আনিছে। ৰাজ্যখনত অত্যাধিক হাৰত টকা লোৱাৰ অভিযোগৰ বাবে চৰকাৰখনে ৩১ আগষ্টলৈকে এই নিয়ম বলৱত্ হোৱাকৈ লৈছে সিদ্ধান্ত। যোৱা নিশা চৰকাৰে লোৱা এই…