সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

lock down

শিক্ষানুষ্ঠান সমূহ কেতিয়া খুলিব?

যি সময়ত কৰোনা মহামাৰীৰ বিভীষিকাৰ ফলত আজি প্ৰায় ৪ মাহ দিন ধৰি বন্ধ হৈ থকা শিক্ষানুষ্ঠান সমূহত পুনৰ পাঠদান কেতিয়া আৰম্ভ হ'ব, সেই প্ৰশ্নই শিক্ষাৰ্থী আৰু অভিভাৱক সকলক উদ্ধিগ্ন কৰি ৰাখিছে, শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি সংবাদ মেলত এই…

পুনৰ খোজ কাঢ়ি গৈ থকা অৱস্থাত প্ৰসৱ কৰিব লগা হ’ল গৰ্ভৱতী মহিলাই

পুনৰ খোজ কাঢ়ি গৈ থকা অৱস্থাত প্ৰসৱ কৰিব লগা হ'ল গৰ্ভৱতী মহিলাই ৷ মহাৰাষ্ট্ৰৰ নাচিকৰ পৰা পৰা মধ্যপ্ৰদেশলৈ সতনালৈ খোজ কাঢ়ি গৈ থকা অৱস্থাত মহিলাগৰাকীয়ে জন্ম দিয়ে এক সন্তানৰ। মহিলাগৰাকীৰ ঘৰ মধ্যপ্ৰদেশলৈ সতনাত৷ স্বামীৰ সৈতে দুয়ো নাচিকত কাম কৰে…

লকডাউন বৃদ্ধিৰ লগতে ২০ লাখ কোটি টকাৰ আর্থিক প্যাকেজ ঘোষণা- প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ

প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ বক্তব্য: • ভাৰতবাসীৰ প্রতিজন নাগৰিকৰ প্রতি আমাৰ আহ্বান, স্বনির্ভৰ ভাৰত গঢ়ি তোলক • চতুর্থ দফাৰ লকডাউন সম্পূৰ্ণ ভিন্ন হব • কৰোনাভাইৰাচ দীর্ঘদিন আমাৰ মাজত থাকিব • ২০ লাখ কোটি টাকাৰ আর্থিক প্যাকেজ ঘোষণা, এই…

প্ৰয়োজন সৰ্বাত্মক নজৰদাৰীঃ লক্ ডাউন শিথিল কৰাক লৈ সতৰ্কতা WHOৰ

লক্ ডাউন তুলি দিবলৈ প্ৰয়োজন হ'ব 'সৰ্বাত্মক নজৰদাৰী'। লক্ ডাউনকালীন নীতি নিয়মৰ বাকী শিথিল হোৱাৰ পিছত সাৱধান নহ'লে পুনৰ দ্ৰুতগতিত সংক্ৰমিত হ'ব ক'ৰোণা। ভাৰতৰ তৃতীয় পৰ্যায়ৰ লক্ ডাউনৰ পৰৱৰ্তী কাৰ্যপন্থাক লৈ প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীসকলৰ…

কাইলৈৰ পৰা সাধাৰণ যাত্ৰীৰ বাবে আৰম্ভ হব ৰেলসেৱা।

কাইলৈৰ পৰা সাধাৰণ যাত্ৰীৰ বাবে আৰম্ভ হব ৰেলসেৱা। প্ৰাৰম্ভিক অৱস্থাত বিভিন্ন স্থানৰ পৰা ১৫ খন ৰেল চলিব আৰু অনলাইন টিকটৰ বাবে IRCTC ৱেবচাইট ইতিমধ্যে মুকলি কৰি দিয়া হৈছে।সন্ধিয়া ৭.৩০ বজালৈ মুঠ ১৮ হাজাৰ টিকট বুকিং হোৱা বুলি ভাৰতীয় ৰেলৱেৰ…

১৭ মে’ৰ পাছত আৰু কিমান দিন লকডাউন?

লক্ ডাউন পুনৰ বৃদ্ধি হ'ব নেকি? নে অহা দেওবাৰেই শেষ হ'ব দেশজোৰা লক্ডাউন? ৰেড,অ'ৰেঞ্জ আৰু গ্ৰীণ জ'নৰ পৰিৱৰ্তে অন্য পদ্ধতিৰে কোভিড-১৯ ৰ সংক্ৰমণ নিয়ন্ত্ৰণ কৰা হ'ব নেকি? এনে বহু প্ৰশ্নৰ মাজতেই কাইলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে ভিডিঅ'…