সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

kashmir

জম্মু-কাশ্মীৰৰ সন্ত্ৰাসবাদী আক্ৰমণক লৈ কি ক’লে মেঘালয়ৰ ৰাজ্যপাল সত্যপাল মালিকে?

স্বাধীনতাৰ ৭৪ বছৰৰ পিছতো শান্ত হোৱা নাই পৃথিৱীৰ ভূস্বৰ্গ কাশ্মীৰ। কাশ্মীৰত ধাৰাবাহিকভাৱে অনা-কাশ্মীৰী লোক সকলক লক্ষ্য কৰি থকা হৈছে। এই আক্ৰমণবোৰৰ বাবে মানুহৰ মাজত ক্ষোভ বাঢ়ি আহিছে। ইফালে মেঘালয়ৰ বৰ্তমানৰ ৰাজ্যপাল সত্যপাল মালিকে কাশ্মীৰত…

কাশ্মীৰ সমস্যাক লৈ মাত মতাৰ অধিকাৰ আমাৰ আছেঃ তালিবান

আফগানিস্তানত চৰকাৰ গঠন কৰাৰ পিছতেই এতিয়া ইউ টাৰ্ণ মাৰিছে তালিবানে। ইয়াৰ পূৰ্বে আফগানিস্তান দখল কৰোতে কাশ্মীৰ সমস্যাক লৈ তালিবানে ঘোষণা কৰিছিল যে কাশ্মীৰ ভাৰত আৰু পাকিস্তানৰ আভ্যন্তৰীণ বিষয় গতিকে তালিবানে কাশ্মীৰ সম্পৰ্কে মন্তব্য কৰাৰ পৰা…

আফগানিস্তানত তালিবানৰ বিজয়ক লৈ কাশ্মীৰত তৎপৰতা কিয়?

আমেৰিকান সেনাই আফগানিস্তান এৰাৰ পিছতে এতিয়া নিজকে দেশখনৰ একছত্ৰী সম্ৰাট হিচাপে ঘোষণা কৰিছে তালিবানে। কিন্তু জম্মু-কাশ্মীৰৰ উগ্ৰপন্থী আক্ৰমণৰ ঘটনাৰ লগত তালিবানৰ সম্পৰ্ক কি? আফগানিস্তানত তালিবানৰ বিজয়ক লৈ কাশ্মীৰত তৎপৰতা কিয়? কেন্দ্ৰীয়…

কৃষ্ণ জন্মাষ্টমীৰ দিনটোত হিন্দু-মুছলমানৰ সম্প্ৰীতিৰে জিলিকি উঠিল অগ্নিগৰ্ভা কাশ্মীৰ

সোমবাৰে সমগ্ৰ দেশতে ধুমধামেৰে উদযাপন কৰা হ'ল শ্ৰী কৃষ্ণৰ জন্মোৎসৱ। জম্মু আৰু কাশ্মীৰৰ জনতাইয়ো উলহ মালহেৰে পালন কৰিলে জন্মাষ্টমী। কিন্তু আকৰ্ষণীয় কথাটো হ'ল যে ৩২ বছৰৰ পিছত আজি এসময়ত সন্ত্ৰাসবাদৰ দুৰ্গ হিচাপে গণ্য কৰা উত্তৰ কাশ্মীৰৰ…

কালিলৈ এবছৰ সম্পূৰ্ণ হ’ব অনুচ্ছেদ ৩৭০ ৰ বিলুপ্তিৰ- কেনে আছে কাশ্মীৰ?

যোৱাবছৰৰ জুলাই মাহৰ ঠিক শেষৰ ফালৰ ঘটনা। লাখে লাখে ভাৰতীয় শূন্য বাহিনীৰ জোৱান ৰাওনা হৈছিল কাশ্মীৰলৈ। ছ'ছিয়েল মেডিয়াত ব্যাপক চৰ্চা লাভ কৰিছিল কাশ্মীৰৰ ৰাজপথত লাখ লাখ ভাৰতীয় সেনাই পেৰেড কৰাৰ কিছুমান বিশেষ ভিডিও। সকলোৰে মনত এটাই প্ৰশ্ন পুনৰ…