সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

india

দোহাত প্ৰথমবাৰৰ বাবে আলোচনাত মিলিত হ’ল ভাৰত চৰকাৰ আৰু তালিবান

মঙলবাৰে প্ৰথমখন আনুষ্ঠানিক বৈঠকত মিলিত হয় ভাৰত চৰকাৰ আৰু তালিবান। ইতিমধ্যেই কাটাৰত ভাৰতৰ ৰাষ্ট্ৰদূত দীপক মিত্তাল আৰু তালিবান নেতা শ্বেৰ মহম্মদ আব্বাছ ষ্টানেকজাইৰ মাজত প্ৰথম লানি আলোচনা সম্পন্ন হৈছে। প্ৰাপ্ত খবৰ অনুসৰি মিত্তাল আৰু শ্বেৰ…

ভাৰতে আফগানিস্তানৰ পৰা ঘূৰাই আনিলে কিন্তু আমেৰিকাই নানিলেঃ কিহৰ বাবে সমালোচনাৰ সন্মুখীন হৈছে…

আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক বাহিনীয়ে ইতিমধ্যেই আফগানিস্তান ত্যাগ কৰিছে। প্ৰাপ্ত খবৰ অনুসৰি আমেৰিকাই আফগানিস্তানত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু সামৰিক বাহন এৰি থৈ গৈছে। শেহতীয়া খবৰটো হ'ল যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাই বহুসংখ্যক সামৰিক…

NHPC ত পুনৰ ভয়ংকৰ অঘটন !

পুনৰ অঘটন গেৰুকামুখৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত। ৫নং টানেলখহি বৰ্তমানেও তীব্ৰ গতিত ঢল বাগৰি আছে আৰু প্লাবিত হৈ পৰিছে অঞ্চলযুৰি। পানীৰ ভৰত ভূমিস্থ খলন হৈ জলবিদ্যুৎ প্ৰকল্পৰ পৰা খহি পৰিল পাহাৰৰ বৃহৎ অংশ। বৰ্তমানেও আতংকময় পৰিবেশৰ…

ভাৰতবৰ্ষৰ ২৫ খন উচ্চ ন্যায়ালয়ৰ কেইগৰাকী মহিলা ন্যায়াধীশ ?

২০১৮ চনৰ ১৫ আগষ্টত লালকিল্লাত দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ভাষণত কয় যে " আমাৰ বাবে গৌৰবৰ বিষয়‌ যে আমাৰ ন্যায় ব্যৱস্থাৰ সবাটোতকৈ শিখৰ অৰ্থাৎ উচ্চতম ন্যায়ালয়ত তিনি গৰাকী মহিলা অধিষ্ঠিত হৈ আছে। ভাৰতবৰ্ষৰ সকলো নাৰীয়ে গৰ্বৰে কব…

১৩০ কোটি জনসংখ্যাৰ দেশত প্ৰতিভাৰ অভাৱ হৈছে নেকি ?

১৩০ কোটি জনসংখ্যাৰে বিশ্বৰ দ্বিতীয় সৰ্বাধিক জনসংখ্যাৰ দেশ ভাৰতত প্ৰতিভাৰ অভাৱ হৈছে নেকি? দেশৰ খালী হৈ থকা উচ্চ স্তৰীয় পদবী সমূহৰ তালিকা ৰাজহুৱা হোৱাৰ পিছতে সচেতন মহলৰ মাজত উদয় হৈছে এই প্ৰশ্নৰ। প্ৰাপ্ত তথ্য অনুযায়ী বিশ্বৰ পঞ্চম সৰ্ববৃহৎ…

দেশৰ আটাইতকৈ কনিষ্ঠ পাইলট গৰাকী কোন জানেনে ?

১১মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰা অন্তত গুজৰাটৰ চুৰাটৰ কৃষক কান্তি পেটেলৰ কন্যা ১৯ বছৰীয়া মৈত্ৰী পেটেলে বাণিজ্যিক বিমান চলোৱাৰ বাবে অনুজ্ঞাপত্ৰ লাভ কৰিবলৈ সক্ষম হৈছে। মৈত্ৰীয়ে শৈশৱৰ পৰাই পাইলট হোৱাৰ সপোন দেখিছিল। দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ…

এইবাৰ ভাৰতত ‘খিলাফত’ প্ৰতিষ্ঠাৰ লক্ষ্য আইছিছৰ

কাবুলৰ ভয়ংকৰ বিস্ফোৰণ সংঘটিত কৰা ইছলামিক সন্ত্ৰাসবাদী সংগঠনে এতিয়া চকু দিছে ভাৰতত ৷ এই দেশতো তেওলোকে ‘খিলাফত’ প্ৰতিষ্ঠা কৰিব বিচাৰে ৷চোৰাংছোৱা সংস্থাৰ উদ্ধৃতিৰে সংবাদ মাধ্যমে প্ৰকাশ কৰিছে এই ভয়ংকৰ তথ্য ৷ বাতৰি অনুসৰি , ভাৰতসহ সমগ্ৰ মধ্য…

প্ৰধানমন্ত্ৰী মোদীক উভতি ধৰি তালিবানে কি ক’লে ?

গুজৰাটৰ সোমনাথত কেবাটাও আঁচনি উদ্বোধনৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছিল যে সন্ত্ৰাসৰ বলত কিছুসময়ৰ বাবে সাম্ৰজ্য দখল কৰিব পাৰি কিন্তু সেয়া স্থায়ী হ’ব নোৱাৰে ৷কোনোৱে বেছি দিনৰ বাবে মানৱতাক পদানত কৰি ৰাখিব নোৱাৰে ৷ প্ৰধানমন্ত্ৰী…

মুছলমান হৈ জন্ম লাভ কৰাটো অপৰাধ নেকি?

উৰ্দু সাহিত্যিক মুনাব্ৱৰ ৰাণাৰ এটা বিশেষ মন্তব্যই এতিয়া সমগ্ৰ দেশতে সৃষ্টি কৰিছে বিতৰ্ক আৰু উত্তেজনাৰ। সাহিত্যিক গৰাকীয়ে উত্তৰ প্ৰদেশত মুছলমান হৈ জন্ম লাভ কৰাটো বা মুছলমান হোৱাটো পাপ বুলি মন্তব্য কৰাৰ লগে লগে উত্তেজিত হৈ পৰিছে দেশৰ সচেতন…

দেশৰ সাংসদ-বিধায়কৰ বিৰুদ্ধে কিমান বিচাৰাধীন গোচৰ আছে ন্যায়ালয়ত?

বিগত মঙলবাৰে দেশৰ উচ্চতম ন্যায়ালয়ত দাখিল কৰা হ'ল এখন বিশেষ প্ৰতিবেদন। CBI আৰু Directorate of Enforcementৰ দ্বাৰা দাখিল কৰা সাংসদ আৰু বিধায়কসকলৰ বিৰুদ্ধে থকা অমীমাংসিত গোচৰৰ বহু বিস্ফোৰক তথ্য উন্মোচন কৰিছে এই প্ৰতিবেদনখনে। উচ্চতম…