সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

GDP

নৰেন্দ্ৰ মোদী চৰকাৰক GDP, নিবনুৱা সমস্যাক লৈ পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে পুনৰ আক্ৰমণৰ লক্ষ্য কৰি লৈছে কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰক। আজি টুইটাৰ যোগে নৰেন্দ্ৰ মোদী চৰকাৰক সমালোচনা কৰি ৰাহুল গান্ধীয়ে কয় যে মোদী চৰকাৰে কৰোনা ভাইৰাছ সংক্ৰমণৰ বিৰুদ্ধে যি সু পৰিকল্পিতভাবে যুজঁ দিলে তাৰ…

বিত্তীয় বৰ্ষ ২০২১ টো দেশৰ অৰ্থনীতি ঋণাত্মকেই হ’ব: FITCH

বিত্তীয় বৰ্ষ ২০২১ টো দেশৰ অৰ্থনীতিৰ কোনো বিশেষ পৰিৱৰ্তন নহয়। দেশৰ GDP ২০২১ বিত্তীয় বৰ্ষটো ঋণাত্মক হোৱাৰ সম্ভাৱনা প্ৰবল। এই তথ্য প্ৰকাশ পাইছে আমেৰিকাৰ ৰেটিং ব্যৱস্থা FITCH ৰ শেহতীয়া এক প্ৰতিবেদনত। FITCH ৰ অনুমান অনুসৰি বিত্তীয় বৰ্ষ ২০২১ ত…

এপ্ৰিল -জুন মাহৰ ভাৰতৰ অৰ্থনীতি উন্নয়নৰ হাৰ ঋণাত্মক অৰ্থাৎ -২৩.৯%

আজি পৰিসংখ্যা আৰু আঁচনি ৰূপায়ন মন্ত্ৰালয়ে ভাৰতৰ অৰ্থনৈতিক উন্নয়নৰ হাৰ যোৱা এপ্ৰিল ৰ পৰা জুন মাহলৈ ঋণাত্মক বুলি জানিব দিছে। ভাৰত চৰকাৰৰ এই তথ্য অনুসৰি যোৱা তিনি মাহত ভাৰতৰ GDP হৈছে -২৩.৯%। ভাৰতৰ অৰ্থনৈতিক দুৰৱস্থাৰ কথা যোৱা কেইবাদিনো ধৰি…

দেশৰ অৰ্থনীতিৰ অৱস্থা শোচনীয়, বৃদ্ধি পাইছে মুদ্ৰাস্ফীতি

কৰোনা ভাইৰাচৰ সংকট আৰু লকডাউনৰ প্ৰভাৱত দেশৰ অৰ্থনৈতিক অৱস্থা হৈ পৰিছে শোচনীয়। এইকথা জনাইছে ৰিজাৰ্ভ বেংকৰ গৱৰ্নৰ শক্তিকান্ত দাসে। ৰিজাৰ্ভ বেংকৰ মুদ্ৰানীতি সমীক্ষা বৈঠকৰ পাছত এখন সংবাদ মেলত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰি শক্তিকান্ত দাসে…