সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

farmersprotest

ভাৰত বন্ধঃ ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ যানযঁট – ব্যাহত ৰেল সেৱা

তিনিখন কৃষি আইনৰ বিৰুদ্ধে চলি থকা আন্দোলনক চৰকাৰে যিমানেই অগ্ৰাহ্য কৰিবলৈ বিচাৰিছে আন্দোলন সিমানেই তীব্ৰতৰ হৈছে। নিজৰ স্থিতি লৰ-চৰ কৰিবলৈ সাজু নহয় দেশৰ কৃষক সমাজ। সেই উদ্দেশ্যেই আজি দেশৰ সৰ্বত্ৰ কৃষক সকলে আহ্বান জনাইছিল ভাৰত বন্ধৰ। ৪০…

২৭ ডিচেম্বৰত ভাৰত বন্ধৰ আহ্বান ভাৰতীয় কিষাণ ইউনিয়নৰ

দেশত এতিয়াও অব্যাহত আছে কৃষি আইন বিৰোধী কৃষক বিদ্ৰোহ। নিজৰ অধিকাৰৰ বাবে সময়ৰ সকলো প্ৰত্যাহ্বানক নেওচি প্ৰতিবাদ সাব্যস্ত কৰি আছে দেশৰ অন্নদাতা সকলে। ইয়াৰ মাজতে ভাৰতীয় কিষাণ ইউনিয়নে ২৭ ডিচেম্বৰত ভাৰত বন্ধ পালন কৰাৰ কথা ঘোষণা কৰিছে। কৃষি আইন…

কৃষক বিদ্রোহক সমৰ্থন জনাই এজন DIGৰ পদত্যাগ।

কৃষক বিদ্রোহে ১৯ দিনত ভৰি দিলে। আৰু এই কৃষক বিদ্রোহক সমৰ্থন জনাই এজন DIG য়ে পদত্যাগ কৰিছে নিজৰ DIG পদৰ পৰা। পাঞ্জাৱৰ কাৰাগাৰৰ DIG লক্ষ্মীন্দৰ সিং জাখৰেই নিজৰ পদ ত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইতিমধ্যে চৰকাৰলৈ ইস্তফা পত্ৰ প্ৰেৰণ কৰিছে

দিল্লীত কৃষকৰ অন্নশন কাৰ্যসূচীত অংশগ্ৰহণ ‘আপ’ৰ।

ক্ৰমে তীব্ৰতৰ হৈ পৰিছে কৃষক আইন বিৰোধী আন্দোলন। আজি দিল্লীৰ সিংঘু সীমান্তত বিদ্ৰোহী কৃষকৰ সংগঠনে পুৱা ৮ বজাৰ পৰা অন্নশনত অংশগ্ৰহণ কৰিছে। জানিব পৰা মতে এই অন্নশন কাৰ্যসূচীত অংশগ্ৰহণ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। আজি প্ৰত্যক্ষভাবে

১২০০ ট্ৰেক্টৰৰ সৈতে দিল্লী অভিমুখে বিদ্রোহী কৃষক।কি আছে এই ট্ৰেক্টৰ সমূহত?

কৃষক বিদ্রোহে ১৬দিন অতিক্ৰম কৰিলে। কৃষক বিদ্ৰোহ সাম কটাৰ সলনি অধিক তীব্ৰ হৈ পৰাহে দেখা গৈছে। ভাৰতবর্ষৰ লগতে আমেৰিকা, কানাডা, অষ্ট্ৰেলিয়া আদিৰ পৰাও সমাজিক মাধ্যমসমূহত কৃষি আইন বাতিল কৰা আৰু কৃষক বিদ্রোহক সমৰ্থন কৰা দেখা গৈছে। দিল্লীৰ সিংঘু

মহামাৰী আইনৰ অধীনত গোচৰ ৰুজু প্রতিবাদকাৰী কৃষকৰ বিৰুদ্ধে

কৃষি আইন বাতিলৰ দাবীত ৰাষ্ট্ৰজুৰি প্ৰতিবাদ অব্যাহত আছে কৃষকৰ। দিল্লীৰ সিংঘু সীমান্তত পথ অৱৰোধ কাৰ্যসূচীৰে কৃষকে সাব্যস্ত কৰিছে প্ৰতিবাদ। কিন্তু এই প্রতিবাদকাৰী কৃষকসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে। প্রতিবাদকাৰীৰ বিৰুদ্ধে মহামাৰী আইনৰ

JIO বৰ্জন কৰিব কৃষকে।

কৃষি আইন বাতিলৰ দাবীত ১৪ ডিচেম্বৰত ৰাষ্ট্ৰজুৰি প্ৰতিবাদ সাব্যস্ত কৰিব প্ৰতিবাদী কৃষকে। কৃষক আৰু চৰকাৰৰ মাজত হোৱা আলোচনাত কোনো সমাধান নোলোৱাৰ বাবেই ৰাষ্ট্ৰজুৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ কৃষকৰ। লগতে সমগ্ৰ দেশত JIO বর্জনৰ হুংকাৰ দিছে

কি কি বন্ধ থাকিব আৰু কি কি খোলা থাকিব ৮ চেপ্তেম্বৰৰ ভাৰত বন্ধত !

সিন্ধু সীমাত আন্দোলনৰত যোগেন্দ্ৰ য়াদবে জনাই: ৮ তাৰিখে কৃষক বিদ্ৰোহৰ সমৰ্থনত বন্ধ থাকিব সমগ্ৰ দেশ। গধুলি ৩ বজালৈ অব্যাহত থাকিব চকা বন্ধৰ কাৰ্যসূচী। দূগ্ধ, ফল-মূল, শাক-পাছলিৰ সৰবৰাহ বন্ধ কৰিব বিদ্ৰোহীয়ে। আনহাতে, তৎকালীন সেৱাসমূহত কোনো ধৰণৰ…

৮ ডিচেম্বৰত সমগ্ৰ দেশত ভাৰত বন্ধ ঘোষণা।

দেশৰ ৰাজধানীৰ সীমাত আজি ১০ দিনে অব্যাহত আছে কৃষক বিদ্ৰোহ। তিনি খনকৈ কৃষি আইনৰ বিৰুদ্ধে দেশৰ বিভিন্ন স্থানৰ কৃষক দিনে দিনে উগ্ৰ হৈ পৰা দেখা গৈছে। এই কৃষি আইন বাতিলৰ দাবীত এদিনীয়া ভাৰতবন্ধৰ আহ্বান জনাইছে কৃষক সংগঠনসমূহে।আৰু ৮ ডিচেম্বৰত সমগ্ৰ…