সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

Cross current News

নিউয়ৰ্ক টাইমচৰ প্ৰথম পৃষ্ঠাত কিয় নাই কোনো খবৰ!

দেওবাৰৰ নিউয়ৰ্ক টাইমচৰ প্ৰথম পৃষ্ঠা। প্ৰথম পৃষ্ঠাত নাছইল কোনো খবৰ, নাছিল কোনো বিজ্ঞাপন। আৰম্ভণিৰ পৰা শেষলৈকে কেৱল শাৰী শাৰী নাম, লগত বয়স আৰু এশাৰী পৰিচয়। যেনে- ৰোমি কোন, ৯১, গেষ্টাগোৰ হাতৰ পৰা ৫৬জন ইহুদিক বচাইছিল। ফ্ৰেডগে, ৭৫, মুৰমুৰীয়া…

তেলেংগনাত মোবাইল কোভিড-১৯ আইচিইউ নিৰ্মাণ

তেলেংগনাত এটা স্বেচ্ছাসেৱী সংগঠনে এখন বাছক ৰূপান্তৰ কৰি নিৰ্মাণ কৰি উলিয়াইছে এখন মোবাইল কোভিড-১৯ আইচিইউ, চমুকৈ MCICUলৈ। মোবাইল বাহন খনত দুটাকৈ ভেণ্টিলেটৰ আৰু ৩খনকৈ বিচনা সংযুক্ত থাকিব। জানিব পৰামতে টেলি ৰেডিঅ'লজী, ই-আইচিইউ আৰু…

দেশীয় বিমান সেৱা আৰম্ভ হ’বলৈ আছে মাথো ২৪ঘণ্টা

২৫ জুনৰ পৰা দেশীয় বিমান সেৱা আৰম্ভ হোৱাৰ কথা ঘোষণা কৰিছিল অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ে। 'লক্ ডাউন-৪'ৰ মাজত আৰম্ভ কৰিবলগীয়া এই বিমানসেৱাক লৈ যাত্ৰীৰ মাজত এতিয়াও বিভ্ৰান্তিৰ শেষ নাই। বিভিন্ন ৰাজ্যৰ এই বিষয়ক লৈ মতামতো ভিন্ন। পশ্চিমবংগৰ…

বেতনবিহীন পৰিয়ালৰ অনিশ্চিত ভৱিষ্যত

লক্ ডাউনৰ বাবে দুমাহ ধৰি বেতনবিহীনভাৱে চলিব লগা হৈছিল। নিশ্চিত হৈ পৰিছিল জীৱন-যাপন। পৰিয়ালসহ উপায়বিহীন হৈ ল' ভয়ংকৰ সিদ্ধান্ত। একেলগে ৯জনে কৰিলে আত্মহত্যা। আত্মহত্যা কৰাসকলৰ ৬জন কলকতাৰ একেটা পৰিয়ালৰ, দুগৰাকী বিহাৰৰ আৰু এগৰাকী ত্ৰিপুৰাৰ।…

২০লাখ কোটি টকাৰ পেকেজ এক “ঠাট্টা”- ছোনিয়া গান্ধী

দেশত ক'ৰোনাৰ পৰিস্থিতিক লৈ আজি এক বৈঠকত মিলিত হয় বিৰোধী শিবিৰ, ছোনিয়া গান্ধী, ৰাহুল গান্ধী, মমতা বেনাৰ্জীকে ধৰি বিৰোধী দলৰ ৩গৰাকী মুখ্যমন্ত্ৰী, এনচিপি নেতা শাৰদ পাৱাৰ, প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱগৌড়া, ডিএমকে নেতা ষ্টেলিন, চিপিএম নেতা…