সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

CONGRESS

চান্দা সংগ্ৰহত কোন ৰাজনৈতিক দল প্ৰথম , কোন দ্বিতীয় ?

একো একোটা বছৰত ৰাজনৈতিক দলসমূহে কিমান  পৰিমাণৰ চান্দা সংগ্ৰহ কৰে আপুনি জানেনে?কোন কেইজন ব্যক্তি অথবা প্ৰতিষ্ঠানে সর্বাধিক চান্দা প্ৰদান কৰে আপোনাৰ ধাৰণা আছেনে?শেহতীয়াকৈ ‘এচ’চিয়েচন ফৰ ডেমক্ৰেটিক ৰিফ’র্মচে’ ৰাষ্ট্ৰীয় ৰাজনৈতিক দলসমূহে তোলা…

প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি ভূপেন বৰা

প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে নির্বাচিত হল ভূপেন বৰা৷ বিগত নির্বাচনৰ ব্যর্থতাৰ পিছতেই সভাপতি পদৰ পৰা পদত্যাগ কৰিছিল ৰিপুন বৰাই৷তেতিয়াৰে পৰা সভাপতি অবিহনে চলি অসমৰ কংগ্ৰেছ৷ আজি কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতৃত্বই ভূপেন বৰাক অর্পণ কৰে আনফালে ৰানা…

২৪ আকবৰ ৰোড – ক্ষমতাৰ উৱলি যোৱা ঠিকনা -৪

অৰূপ কলিতাৰ কলমত- ১৯৯৮ চনৰ ৫ মাৰ্চত পৰাজয়ৰ বিশ্লেষণৰ বাবে চি ডব্লিউ চিৰ বৈঠক অনুষ্ঠিত হ’ল ৷ বৈঠকত ছোনিয়া গান্ধীয়ে পোনপটীয়াকৈ দলৰ দায়িত্ব লোৱাৰ দাবী উত্থাপন হ’ল ৷ খঙত জ্বলি পকি উঠিল সীতাৰাম কেশৰী ৷ তেও মুকলিকৈ শাৰদ পাৱাৰ , তাৰিক আনৱাৰৰ…

কংগ্ৰেছৰ পৰাজয় অৱধাৰিত

অৰূপ কলিতা কংগ্ৰেছ কেৱল অসমতে বিধ্বস্ত হোৱা নাই ৷ শেহতীয়াকৈ নিৰ্বাচন অনুষ্ঠিত হোৱা প্ৰতিখন ৰাজ্যতে কংগ্ৰেছে শোচনীয় প্ৰদৰ্শন কৰিছে ৷ অসমত ৯৩ খন আসনত প্ৰতিদ্বন্দিতা কৰি জয়লাভ কৰিছে মাত্ৰ ২৯ খন আসনত ৷ পশ্চিমবংগত প্ৰতিদ্বন্দিতা কৰিছিল

নৰেন্দ্ৰ মোদী চৰকাৰক GDP, নিবনুৱা সমস্যাক লৈ পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে পুনৰ আক্ৰমণৰ লক্ষ্য কৰি লৈছে কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰক। আজি টুইটাৰ যোগে নৰেন্দ্ৰ মোদী চৰকাৰক সমালোচনা কৰি ৰাহুল গান্ধীয়ে কয় যে মোদী চৰকাৰে কৰোনা ভাইৰাছ সংক্ৰমণৰ বিৰুদ্ধে যি সু পৰিকল্পিতভাবে যুজঁ দিলে তাৰ…

সুশান্ত সিঙ ৰাজপুতৰ বিহাৰী পৰিচয়ক লৈ বিজেপিয়ে ৰাজনীতি কৰা আখ্যা দি কংগ্ৰেছৰ হুংকাৰ “ৰিয়া…

যোৱা প্ৰায় কেইবা মাহো ধৰি সুশান্ত সিঙ ৰাজপুতৰ মৃত্যু আৰু তেখেতৰ প্ৰাক্তন প্ৰেয়সী ৰিয়া চক্ৰৱৰ্তীয়ে দেশৰ আটাইবোৰ মূলসুঁতিৰ সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছে। যিমানেই ই সংবাদ মাধ্যমত গুৰুত্ব লাভ কৰিছে সিমানেই ৰাজনৈতিক নেতা আৰু দল সমূহেও…

তেওঁলোকে Dislikeৰ সুবিধা বন্ধ কৰিব পাৰে কিন্ত আপোনালোকৰ কণ্ঠক দমন কৰিব নোৱাৰে: ৰাহুল গান্ধী

যোৱা কিছুদিন ধৰি নৰেন্দ্ৰ মোদীৰ 'মন কি বাত'কে আৰম্ভ কৰি বিভিন্ন অনুষ্ঠানৰ Youtube সম্প্ৰচাৰত দেশৰ যুৱ শক্তিয়ে Dislike ৰ পাহাৰ গঢ়াৰ পাছত বিজেপি আৰু প্ৰধান মন্ত্ৰী কাৰ্য্যালয়ে নৰেন্দ্ৰ মোদীৰ ভিডিওত Youtube ত 'Like'-'dislike' ৰ সুবিধা বন্ধ…

ফেচবুকৰ শীৰ্ষ বিষয়া অংখি দাস মোডীৰ সমৰ্থক, ২০১৪ ৰ নিৰ্বাচনৰ সময়ত মোডীৰ প্ৰচাৰতো সহায় কৰিছিল:ৰিপোৰ্ট

ফেচবুক-বিজেপি সম্পৰ্কৰ বিতৰ্কত প্ৰতিদিনে নতুন নতুন তথ্য পোহৰলৈ আহিছে। ফেচবুকৰ শীৰ্ষ বিষয়া অংখি দাসৰ বিজেপিৰ লগত ঘনিষ্ঠতা সম্পৰ্কে ৱাল ষ্ট্ৰীট জাৰ্নেল(WSJ) ৰ পূৰ্বৰ প্ৰতিবেদনত প্ৰকাশ পাইছিল। কিন্ত শেহতিয়াকৈ WSJ ৰ আন এক প্ৰতিবেদনত অংখি দাস…

দেশৰ গণতন্ত্ৰত একনায়কত্ববাদৰ প্ৰভাৱ বৃদ্ধি পাইছে: ছোনিয়া গান্ধী

ছত্তিশগড় বিধানসভাৰ নতুনকৈ নিৰ্মান হ'ব লগা ভৱনৰ শিলান্যাস অনুষ্ঠানত অংশ গ্ৰহণ কৰি কংগ্ৰেছৰ অন্তৱৰ্তীকালীন সভানেত্ৰী ছোনিয়া গান্ধীয়ে কয় যে দেশৰ গণতান্ত্ৰিৰ ওপৰত স্বৰতন্ত্ৰ অৰ্থাৎ একনায়কত্ববাদৰ প্ৰভাৱ দিনক দিনে বৃদ্ধি পাব ধৰিছে। তেওঁ আৰু কয়…

সুশান্ত সিঙ ৰাজপুতৰ মৃত্যুৰ তদন্তৰ আওঁতাত বিজেপিকো আনিবলৈ আহ্বান কংগ্ৰেছৰ, পিছে কি এই বিজেপি…

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্ত বৰ্তমান CBI ৰ হাতত। যিমানে দিন বাগৰিছে জনপ্ৰিয় অভিনেতা জনৰ মৃত্যুক কেন্দ্ৰ কৰি আৰম্ভ হৈছে ৰাজনীতিৰ বোকা ছটিওয়া খেল। এইবাৰ সুশান্ত সিঙৰ মৃত্যুৰ তদন্তৰ আওঁতালৈ বিজেপিকো আনিবলৈ আহ্বান মহাৰাষ্ট্ৰ কংগ্ৰেছৰ।…