বিজেপি সভাপতিয়ে চিঠিত যি কথা নিলিখিলে?
চিঠি লিখি বিৰোধীক প্ৰত্যুত্তৰ দিলে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই ৷ তেওঁৰ চিঠিত কেৱল উল্লেখ নাথাকিল মোদীৰ শাসনত দেশত সংঘটিত বহু সাম্প্ৰদায়িক হিংসাৰ তথ্য ৷ জে পি নাড্ডাই নিলিখা বহু কথাৰে এই বিশেষ প্ৰতিবেদন-
স্বতন্ত্ৰতাৰ বাবে…