Browsing Tag
bihar election
বিহাৰ বিধান সভাৰ নিৰ্বাচন কাষ চাপি অহাৰ লগে লগে এতিয়া আৰম্ভ হৈছে বহুতো জলপনা কল্পনা। নীতিশ কুমাৰৰ নেতৃত্বাধীন শাসনাধিষ্ট জেডিইউ(JD-U) আৰু বিজেপিৰ চৰকাৰক অনাগত বিধান সভাত প্ৰত্যাহ্বান দিবলৈ টঙালি বান্ধিছে বিৰোধীয়েও।
লালু প্ৰসাদ যাদৱ জেইলত…
সমুখত বিহাৰ নিৰ্বাচন: PM CARES ৰ ধনেৰে বিহাৰত নিৰ্মান হ’ব ৫০০ বিচনা যুক্ত দুখনকৈ হস্পিতাল
CAG অথবা RTI ৰ পৰিসৰৰ পৰা দূৰত ৰখা PM CARES ৰ ধনেৰে এইবাৰ নিৰ্মান হ'ব বিহাৰত ৫০০ বিছনা যুক্ত হস্পিতাল। প্ৰধানমন্ত্ৰী অফিচৰ (PMO) ৰ পৰা হোৱা এই ঘোষণা অনুসৰী বিহাৰৰ পাটনা আৰু মুজ্জাফৰনগৰ ত PM CARES ৰ ধনেৰে ৫০০ বিচনা যুক্ত দুখন কৈ হস্পিতাল…
কৰোনা ভাইৰাছৰ সংক্ৰমণৰ মাজতে কেনেদৰে অনুষ্ঠিত কৰিব পাৰিব নিৰ্বাচন!- নিৰ্বাচন আয়োগৰ নিয়মাৱলী ঘোষণা
দেশত কৰোনা ভাইৰাছৰ বিভীষিকা চলি থকাৰ সময়তে চমু চাপি আহিছে বিহাৰ বিধান সভাৰ নিৰ্বাচন।
গতিকে বিহাৰৰ নিৰ্বাচনক কেন্দ্ৰ কৰি ভাৰতৰ নিৰ্বাচন আয়োগে ঘোষণা কৰিছে কিছুমান নতুন নিয়মাৱলী। সেই নতুন নিয়মাৱলী অনুসৰি কেৱল মাত্ৰ ৫ জন ব্যক্তিয়েহে ঘৰে ঘৰে গৈ…