সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

australia

বিশ্বৰ শীৰ্ষস্থানীয় মহিলা টেনিচ খেলুৱৈ এশ্লেইগ বাৰ্টিয়ে বিদায় জনালে টেনিচ জগতৰ পৰা

বিশ্বৰ শীৰ্ষস্থানীয় মহিলা টেনিচ খেলুৱৈ এশ্লেইগ বাৰ্টিয়ে বিদায় জনালে টেনিচ জগতৰ পৰা। ২৫ বছৰীয়া খেলুৱৈগৰাকীয়ে সমগ্র বিশ্ববাসীকে হতভম্ব কৰি ঘোষণা কৰিলে এই সিদ্ধান্ত। উল্লেখ্য যে, ৪৪ বছৰৰ পিছত চলিত বছৰত অষ্ট্ৰেলিয়ান খেলুৱৈৰূপে বছৰৰ প্ৰথম…

ভেকছিন নলয় : অষ্ট্ৰেলিয়া এৰিব লাগিব টেনিছ তাৰকা জকোভিচে

বিশ্ববিখ্যাত টেনিছ খেলুৱৈ নোভাক জকোভিচৰ কেইদিনমানৰ পাছতেই অষ্ট্ৰেলিয়াৰ ভিছাৰ ম্যাদ শেষ হ'ব। তাৰ পিছতেই অষ্ট্ৰেলিয়া এৰিব লাগিব নোভাক জকোভিচে। ক'ভিড টিকাকৰণ নকৰাৰ বাবেই অষ্ট্ৰেলিয়াই জনস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি জকোভিচৰ ভিছা আবেদন নাকচ…

আগ্ৰাসী অষ্ট্ৰেলিয়া নে পৰিপাটী নিউজিলেণ্ড : টি ২০ ত কোন হ’ব চেম্পিয়ন ?

অৱশেষত আহি পালে সেই দিনটো ৷ টি ২০ ক্ৰিকেটৰ চেম্পিয়ন কোন , সেয়া আজি নিৰ্ধাৰণ হ’ব ডুবাইৰ ষ্টেডিয়ামত ৷ টি ২০ বিশ্বকাপৰ ফাইনেলত মুখামুখি হ’ব অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড৷ এতিয়ালৈকে কোনো এটা দলেই টি ২০ বিশ্বকাপ জয় কৰিব পৰা নাই ৷ ২০১০ চনত…

ক’ৰ পৰা বিয়পিল ক’ৰোনা ? WHO ৰ পৰা উত্তৰ লাগে ভাৰতক

ক’ৰ পৰা বিয়পিল ক’ৰোনা ? ভাৰতেও এই প্ৰশ্নৰ উত্তৰ বিচাৰিলে বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা ৷ আনহাতে , এই ভাইৰাছৰ সংক্ৰমন প্ৰতিৰোধৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাই এতিয়ালৈকে কি কাৰ্যব্যৱস্থা গ্ৰহণ কৰিলে -তাৰো নিৰপেক্ষ মূল্যায়ন বিচাৰিছে ভাৰতসহ বিশ্বৰ…