সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

assamelection2021

কংগ্ৰেছৰ পৰাজয় অৱধাৰিত

অৰূপ কলিতা কংগ্ৰেছ কেৱল অসমতে বিধ্বস্ত হোৱা নাই ৷ শেহতীয়াকৈ নিৰ্বাচন অনুষ্ঠিত হোৱা প্ৰতিখন ৰাজ্যতে কংগ্ৰেছে শোচনীয় প্ৰদৰ্শন কৰিছে ৷ অসমত ৯৩ খন আসনত প্ৰতিদ্বন্দিতা কৰি জয়লাভ কৰিছে মাত্ৰ ২৯ খন আসনত ৷ পশ্চিমবংগত প্ৰতিদ্বন্দিতা কৰিছিল

সাম্প্ৰতিক (৫): ৰাজনৈতিক/অৰাজনৈতিক-বিশ্বজিৎ বৰা

"এসময়ত ‘অৰাজনৈতিক’ ছাত্ৰ সংগঠন সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰাই গঠন হোৱা অসম গণ পৰিষদৰ দৰে ৰাজনৈতিক দল তথা একেখন মজিয়াৰ পৰাই অহা বৰ্তমান অসমৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দৰে ৰাজনৈতিক নেতাই অসমবাসীৰ জীৱনক লৈ যি হেতালি খেলিছে, তাক…

অখিল গগৈয়ে প্ৰতিদ্বন্দ্বিতা কৰিব ২০২১ৰ নিৰ্বাচনত, কৃষক মুক্তিৰ নতুন দল গঠন

অখিল গগৈৰ নেতৃত্বত গঠন হ'ব ৰাজ্যত নতুন ৰাজনৈতিক দল। আজি সংবাদমেল যুগে এই কথা জানিব দিয়ে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃবৃন্দই। সংগঠনটোৰ নেতা ভাস্ক' দি শইকীয়াই জানিব দিয়া মতে দলটোৰ নীতি, আদৰ্শ, সংবিধান আদিৰ দৰে আটাইবোৰ গুৰুত্বপূৰ্ণ কাম…

জুবিন গাৰ্গ, বিপিন চাউদাংৰ পিছত মন সলনি হৈছে যতীন বৰাৰো

জুবিন গাৰ্গ, বিপিন চাউদাং ৰ পিছত এইবাৰ মন সলনি হৈছে যতীন বৰাৰো। নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত বিজেপি দল ত্যাগ কৰা ‘অভিনেতা’ যতীন বৰাৰ আকৌ বিজেপিলৈ যোৱাৰ মন মেলিছে। বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰি অনুসৰি পুনৰ গেৰুৱা বসন…

নিযুক্তিৰ অনিয়মে বিপদ মাতিছে মন্ত্ৰী ভৱেশ কলিতাৰ : ৰঙিয়াত এইবাৰ কাৰ নজৰ?

অসম চৰকাৰৰ জলসিঞ্চন বিভাগৰ মন্ত্ৰী ভৱেশ কলিতা ৷ বিভাগটোৱে যোৱা ২ ফেব্ৰুৱাৰীত অনুষ্ঠিত কৰিছিল ৩ শতাধিক পদৰ বাবে নিযুক্তি পৰীক্ষা ৷ কিন্তু উক্ত নিযুক্তি পৰীক্ষাৰ আজিলৈকে ফলাফল নোলাল ৷ নোলোৱাৰ এটা মূল কাৰণেই হ’ল পৰীক্ষা অনুষ্ঠিত কৰা…

নিৰ্বাচন ২০২১ : নলবাৰীত জয়ন্ত মল্লৰ অংকত আউল লগাব নেকি আঙুৰলতাই

ড: হিমন্ত বিশ্ব শৰ্মাৰ লগত বিজেপিলৈ অহা প্ৰতিগৰাকী কংগ্ৰেছীয়ে এতিয়া সু- প্ৰতিষ্ঠিত ৷ পীয়ূষ হাজৰিকাৰ পৰা আৰম্ভ কৰি ‘দাদা ব্ৰিগেদ’ৰ আটাইতকৈ কণিষ্ঠতম সদস্য তৰংগ গগৈলৈ সকলোৱে উপযুক্ত মৰ্যদাৰে বিজেপিত প্ৰতিষ্ঠা লাভ কৰিছে ৷ একমাত্ৰ জয়ন্ত মল্ল…

নিৰ্বাচন ২০২১ : প্ৰফুল্ল মহন্তক বঢ়মপুৰতে ঘেৰিছে বিজেপিয়ে

অগপৰ প্ৰতিষ্ঠাপক সভাপতি তথা অসমৰ দুটাকৈ কাৰ্যকালৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ বিৰুদ্ধে এইবাৰ ৰণচালি সাজিছে মিত্ৰদল বিজেপিয়ে ৷ ৰাজ্যত এতিয়া অগপ আৰু বিজেপি মিত্ৰজোটৰ চৰকাৰ চলি থাকিলেও প্ৰফুল্ল কুমাৰ মহন্ত নিজ দলতে একাষৰীয়া হৈ পৰিছে ৷…