সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

arunachal pradesh

৫ হাজাৰ টকাত দেউতাকে বিক্ৰী কৰে নিজৰ কন্যা সন্তানক!

‘'দেউতাই মোক ৫ হাজাৰ টকাত অৰুণাচলৰ মানুহ এঘৰত বিক্ৰী কৰি থৈ আহিছিল৷তাতে মই ঘৰুৱা কাম কৰিছিলো৷ কাপোৰ কানি ধুইছিলো,ৰন্ধা বঢ়া কৰিছিলো৷ৰাতি ৰাতি মোক মদ কিনিবলৈ পঠিয়াইছিল৷কোনোদিনেই ভালকৈ মোক শুবলৈ দিয়া হোৱা নাছিল৷ তেঁওলোকে মোক সদায় মাৰিছিল৷ ঘৰৰ…

দাসত্ব: টকাৰ বাবে দালালৰ হাতত কন্যা সন্তানক তুলি দিছে পিতৃ-মাতৃয়ে

'আমাৰ লগৰ এজনে তাইৰ লগত কথা পাতিছিল৷ তাই তাইক অৰুণাচলৰ পৰা লৈ আনিবলৈ কৈছিল৷ কিন্তু তাইক ঘূৰাই অনাটো দূৰৰ কথা, আমাৰ ঠিকাদাৰে তাইৰ কাষ চাপিবলৈও মানা কৰিছিল আমাক৷ কৈছিল,তাইক বচোৱাৰ চেষ্টা কৰিলে আমি নিজেই বিপদত পৰিম৷’ মাত্ৰ দুহাজাৰ টকাৰ…

চীনা সৈন্যই অপহৰণ কৰা ৫ অৰুণাচলী যুৱকক ভাৰতীয় সেনাৰ হাতত অৰ্পণ

কিছুদিন পূৰ্বে চীনা সৈন্যই অপহৰণ কৰা বুলি অভিযোগ উঠা ৫ জন অৰুণাচলী যুৱকক আজি ভাৰতীয় সেনাৰ হাতত অৰ্পণ কৰে চীনে। জানিব পৰা মতে যুৱক কেইজনক এতিয়া ভাৰতীয় সেনাই কোভিড-১৯ প্ৰট'কল অনুসৰি ১৪ দিন কুৱাৰেণ্টাইন কৰিব। ইয়াৰ পিছতে যুৱক কেইজনক পৰিয়ালৰ…

অৰুণাচল দক্ষিণ তিব্বতৰ অংশ, আমি কোনো ‘অৰুণাচল প্ৰদেশক” স্বীকৃতি নিদিওঁ: চীন

লাডাখ সীমান্তত ভাৰত চীনৰ উত্তেজনা অব্যাহত থকাৰ সময়তে এইবাৰ চীনৰ বিস্ফোৰণ অৰুণাচলক লৈ। যোৱা কিছুদিন পূৰ্বে ৫ জন অৰুণাচলৰ লোকক চীনা সৈন্য PLA য়ে অপহৰণ কৰা বুলি অভিযোগৰ উত্তৰত চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ঝাও লিজিয়ানে কয় যে চীনে কোনো…

লাডাখ সীমান্তৰ উত্তেজনাৰ মাজতে অৰুণাচলৰ ৫ জন লোকক অপহৰণ চীনা সৈন্যৰ

লাডাখ সীমান্তত ভাৰত চীনৰ উত্তেজনা অব্যাহত থাকোতেই ৫ জন ভাৰতীয় লোকক অপহৰণ কৰাৰ অভিযোগ উঠিছে চীনা সৈন্যৰ বিৰুদ্ধে। জানিব পৰা মতে উজনি সোৱণশিৰী জিলাৰ ভাৰত চীন সীমান্তৰ এখন জংঘলত চিকাৰ কৰি থকা অৱস্থাত অপহৰণ কৰিছে চীনা সৈন্যই। ঘটনাটো সংঘটিত…