সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

#afghanistan

কাবুল বিমানবন্দৰত কেনেকৈ মৃত্যু হ’ল ৭ গৰাকীকৈ আফগান নাগৰিকৰ?

তালিবানে ক্ষমতা দখল কৰাৰ সাতটাতকৈও অধিক দিন পাৰ হৈ যোৱাৰ পিছতো আফগানিস্তানত শাম কটা নাই উত্তেজনা। আজিৰ পৰা এসপ্তাহ পূৰ্বে তালিবান সশস্ত্ৰ বাহিনীয়ে ৰাজধানী কাবুলত প্ৰৱেশ কৰাৰ পিছতে তালিবানৰ কৱলৰ পৰা ৰক্ষা পাবলৈ দেশ এৰাৰ উদ্দেশ্যে হাজাৰ হাজাৰ…

মহিলা হোৱাৰ বাবেই কাম এৰিবলৈ বাধ্য কৰোৱা হ’ল এগৰাকী সাংবাদিকক

তালিবান অধিকৃত আফগানিস্তান এতিয়া অশান্ত। অবৈধ সামৰিক শক্তিৰ অপপ্ৰয়োগেৰে সাধাৰণ জনতাক পণবন্দী কৰি চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে তালিবান। কিন্তু নিৰ্দয় তালিবানৰ অধীনত কেনে আছে আফগানী জনতা? শোষণ-নিষ্পেষণে জুৰুলা কৰা আফগানী মহিলাৰ খবৰ ৰাখিব কোনে?…

আফগানিস্তানস্থিত ভাৰতীয় দূতাবাসৰ তলা কিয় ভাঙিছে তালিবানে?

ইংৰাজী বাতৰি কাকত হিন্দুস্তান টাইমছে প্ৰকাশ কৰা বাতৰি অনুসৰি তালিবানে বিগত বুধবাৰে কান্দাহাৰ আৰু হেৰাতৰ বন্ধ ভাৰতীয় দূতাবাসত তালাচী চলাইছিল। তালিবান উগ্ৰপন্থীসকলে তলা ভাঙি ভাৰতীয় দূতাবাসত প্ৰৱেশ কৰিছিল। কান্দাহাৰ দূতাবাসত নথিপত্ৰ বিচাৰি…