Tag #afghanistan

দুটা দশকৰ অন্তত আফগানিস্তানত আজি চৰকাৰ গঠন কৰিব তালিবানে

আজিৰে পৰা আফগানিস্তানত তালিবানৰ নেতৃত্বত নতুন চৰকাৰ। তালিবানে ১৫ আগষ্টত কাবুল দখলৰ পাছত প্ৰায় দুই সপ্তাহ অতিক্ৰম কৰিলে আৰু এফালৰ পৰা আফগানিস্তানত বিভীষিকা ৰ সৃষ্টি কৰি অৱশেষত চৰকাৰ গঠনৰ দিশৰ আগবাঢ়িছে। আন্তঃ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত আগবঢ়োৱা তথ্য অনুসৰি শুকুৰবাৰ…

মানৱীয়তাৰ চূড়ান্ত স্খলনঃ তালিবানে হেলিকপ্টাৰত ওলোমাই লৈ ফুৰিছে মৃতদেহ

সোমবাৰে আমেৰিকান সেনাই আফগানিস্তান ত্যাগ কৰাৰ পিছতে কান্দাহাৰৰ আকাশৰ এটা দৃশ্যই এতিয়া বুকু কঁপাই তুলিছে আফগানী জনতাৰ৷ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এটা ভিডিঅ’ত দেখা গৈছে যে আমেৰিকান সেনাৰ এখন ব্লেক হক হেলিকপ্টাৰে এজন লোকৰ মৃতদেহ ওলোমাই আকাশত ঘূৰি ফুৰিছে৷…

আমেৰিকাৰ ড্ৰোন আক্ৰমণত আফগানিস্তানত ৭ শিশু সহ একেটা পৰিয়ালৰে ১০ জন নিহত

আফগানিস্তানৰ কাবুল বিমানবন্দৰৰ সমীপত দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী সংগঠন ISIS-খোৰাচানে সংঘটিত কৰা বোমা বিস্ফোৰণত ১৩ গৰাকী মাৰ্কিন নাগৰিকসহ প্ৰায় ১৭০ জন লোকৰ মৃত্যু হৈছিল। এই আক্ৰমণৰ প্ৰতিশোধ লবলৈ আমেৰিকাই ISIS-খোৰাচানৰ বিৰুদ্ধে ড্ৰোনেৰে অভিযান চলাইছিল। প্ৰাপ্ত খবৰ অনুযায়ী আমেৰিকাই ৰবিবাৰে সংঘটিত কৰা এটা…

আফগানিস্তানত তালিবানৰ বিজয়ক লৈ কাশ্মীৰত তৎপৰতা কিয়?

আমেৰিকান সেনাই আফগানিস্তান এৰাৰ পিছতে এতিয়া নিজকে দেশখনৰ একছত্ৰী সম্ৰাট হিচাপে ঘোষণা কৰিছে তালিবানে। কিন্তু জম্মু-কাশ্মীৰৰ উগ্ৰপন্থী আক্ৰমণৰ ঘটনাৰ লগত তালিবানৰ সম্পৰ্ক কি? আফগানিস্তানত তালিবানৰ বিজয়ক লৈ কাশ্মীৰত তৎপৰতা কিয়? কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ (আইবি) এটা সূত্ৰই শেহতীয়াকৈ প্ৰকাশ কৰা তথ্য…

এইবাৰ সাধাৰণ লোকৰ ব্যক্তিগত ধনৰ ওপৰতো শেনচকু ফেছিষ্ট তালিবানৰ

আফগানিস্তানত তালিবানৰ শাসন প্ৰৱৰ্তন হোৱাৰ পাছৰে পৰা সকলো ক্ষেত্ৰতে বাধা আৰোপ কৰাৰ খবৰ পোহৰলৈ আহিছে। তালিবানে ইটোৰ পাছত সিটো ফেচিষ্ট নীতি প্ৰৱৰ্তন কৰাৰ পাছত আজি ‘খামা নিউজ’ৰ তথ্য অনুসৰি তালিবানে ঘোষণা কৰে যে আগানিস্তানৰ লোকসকলে সীমিত অংকৰ ধনহে বেংকৰ পৰা…

আফগানিস্তানত কিমান অস্ত্ৰ এৰি গ’ল আমেৰিকাই ?

বিশ্বৰ বৃহৎ বৃহৎ শক্তি সমূহৰ বাবে ১৯ দশকৰ পৰাই আফগানিস্তান এখন খেলপথাৰ হিচাপে পৰিগণিত হৈ আহিছে৷ ১৯ দশকত ইংলেণ্ড,বিংশ দশকত ৰাছিয়া আৰ একবিংশ দশকত আমেৰিকাই আফগানিসতানত নিজৰ প্ৰভূত্ব সাব্যস্ত কৰি দেখুৱাইছে৷ কিন্তু এই তিনটা শক্তিয়েই বিভিন্ন সময়ত উচনো গৈছে আফগানিস্তানৰ…

ISIS-তালিবানৰ মাজত সংঘটিত হৈছে ভয়ানক সংঘৰ্ষ, কোন দিশে আফগানিস্তানৰ ভৱিষ্যত?

বৰ্তমান সময়ত বিশ্বত আটাইতকৈ চৰ্চিত খবৰটো হৈছে যে আফগানিস্তানৰ কাবুল বিমানবন্দৰৰ কাষত দুটাকৈ ভয়ানক বিস্ফোৰণ সংঘটিত হৈছে আৰু এই বিস্ফোৰণত অতি কমেও ১৩ জন লোকৰ মৃত্যু হোৱাৰ লগতে বৃহৎ সংখ্যক লোক আহত হৈছে। আমেৰিকায়ো এই আক্ৰমণত নিজৰ নাগৰিকৰ মৃত্যুৰ তথ্য…

মোক তালিবানে হত্যা কৰা নাইঃ কোন সাংবাদিকে দিলে স্পষ্টীকৰণ?

আফগানিস্তানৰ টিভি চেনেল Tolo Newsৰ সাংবাদিক জিয়াৰ খান হত্যাৰ বাতৰিটোৱে ভাৰতকে ধৰি চুবুৰীয়া দেশসমূহত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল। কিন্তু এই বাতৰি ভাইৰেল হৈ পৰাৰ কিছু সময় পিছতে সাংবাদিকজনে টুইটাৰ যোগে স্পষ্ট কৰিছে যে তেওঁক তালিবান উগ্ৰপন্থীয়ে আক্ৰমণহে কৰিছিল। সংবাদ মাধ্যমে…

সচাঁকৈয়ে তালিবানে হাইজেক কৰিছে নেকি ইউক্ৰেইনৰ বিমান?

আফগানিস্তানলৈ উদ্ধাৰ অভিযানৰ বাবে যোৱা ইউক্ৰেইনৰ এখন বিশেষ বিমান হাইজেক কৰিছে কোনো অচিনাক্ত দুৰ্বৃত্তই। ইউক্ৰেইন চৰকাৰৰ উপ বিদেশ মন্ত্ৰী গৰাকীয়ে সদৰি কৰে এই চাঞ্চল্যকৰ তথ্য। প্ৰাপ্ত তথ্য অনুযায়ী ইতিমধ্যেই ইৰানলৈ লৈ যোৱা হৈছে বিমানখন। বিদেশ মন্ত্ৰী গৰাকীৰ মতে দেওবাৰেই কোনো…

মাছুদ বাহিনীৰ হাতত নিহত হৈছে নেকি ১০০ তালিবান?

আফগানিস্তানত উত্তেজনা অব্যাহত থকাৰ মাজতে দেশখনৰ পাঞ্জশিৰৰ পৰা আহিছে এটা ৰহস্যজনক খবৰ। বহু ৰাষ্ট্ৰীয় সংবাদে মাধ্যমে পাঞ্জশিৰ অঞ্চলত মাছুদ বাহিনীৰ হাতত ১০০ গৰাকী তালিবান সদস্য নিহত হোৱাৰ বাতৰি পৰিৱেশন কৰিছে। আহমেদ শ্বাহ মাছুদৰ পুত্ৰ তথা লণ্ডন কিংছ কলেজৰ প্ৰাক্তন ছাত্ৰ…