সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

accident

আকৌ প্ৰাণ গ’ল ২৪ শ্ৰমিকৰ৷ ক’ত এই ঘটনা?

এক শোকাৱহ পথ দুৰ্ঘটনাত পুণৰ প্ৰাণ গ’ল ২৪ শ্ৰমিকৰ ৷ এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ ঔৰায়া জিলাত ৷ আজি পুৱতি নিশা সংঘটিত দুৰ্ঘটনাটোত আন ৩৭ শ্ৰমিকো আহত হৈছে ৷ ঘটনা বিৱৰণী মতে ,ৰাজস্থানৰ পৰা অহা আটা ভৰ্তি ট্ৰাকখনত ঝাৰখণ্ড, বিহাৰ আৰু…

দুৰ্ঘটনাত প্ৰাণ গ’ল ৫ শ্ৰমিকৰ…

আকৌ এটা দুৰ্ঘটনা আৰু পুণৰবাৰ প্ৰাণ গ’ল শ্ৰমিকৰ৷ এই ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশৰ নৰসিংহপুৰ জিলাত ৷ জিলাখনৰ মুহৱানী থানাৰ অন্তৰ্গত পাঠা গাঁৱত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে এখন ট্ৰাক৷ ফলত ট্ৰাকখনত থকা ৫ জন শ্ৰমিকৰ থিতাতে মৃত্যু হয়৷ ট্ৰাকখনত মুঠ…

ভাগৰত শুই গ’ল ৰেলৱে ট্ৰেকত, প্ৰাণ গ’ল ১৪ শ্ৰমিকৰ

এফালে ক’ৰোনা ,আনফালে লকডাউনে যেন চেপি খুন্দি আনিছে খাটি খোৱা লোকৰ জীৱন৷জীৱিকাৰ তাড়নাত বহি:ৰাজ্যলৈ যোৱা বহু শ্ৰমিক এতিয়া পদব্ৰজে উভটিছে নিজৰ ঘৰলৈ৷ ঘৰলৈ ওভতাৰ পথতে আজি মহাৰাষ্ট্ৰৰ ঔৰংগাবাদ জিলাত সংঘটিত হ’ল এটা অত্যন্ত শোকাৱহ ঘটনা৷ ৰাজ্যখনৰ…