ইংৰাজেও পঞ্জাৱলৈ চাকৰি বিচাৰি আহিব
অসমৰ শিক্ষামন্ত্ৰীয়ে কয় যে জব মাৰ্কেটত সোমাবলৈ হ’লে হিন্দী জানিবই লাগিব ৷ পঞ্জাৱৰ মুখ্যমন্ত্ৰীয়ে কয় যে কেইদিনমান সময় দিয়ক ইংৰাজেও পঞ্জাৱলৈ চাকৰি বিচাৰি আহিব ৷ দুই চৰকাৰৰ পার্থক্য টক অফ দ্য টাউনত
স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ…