পঞ্জাৱৰ ৰাজ্যসভাৰ বাবে আম আদমী পাৰ্টিৰ পাঁচ প্ৰাৰ্থীৰ নাম ঘোষণা

Share This Article

পঞ্জাৱৰ ৰাজ্যসভাৰ বাবে আম আদমী পাৰ্টিৰ পাঁচ প্ৰাৰ্থীৰ নাম ঘোষণা-
● জলন্ধৰ নিবাসী ক্ৰিকেটাৰ হৰভজন সিং।
● ফগৱাৰাত অৱস্থিত লাভলি প্ৰফেচনেল ইউনিভাৰ্চিটিৰ উপ-আচাৰ্য্য অশোক মিট্টল।
● আপ দলৰ পঞ্জাৱৰ উপ-কাৰ্যবাহী ৰাঘব চাধা।
● লুধিয়ানাৰ উদ্যোগপতি সঞ্জীৱ আৰোৰা ।
● দিল্লীৰ আইআইটিৰ অধ্যাপক ডক্টৰ সন্দ্বীপ পাঠক।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.