সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

AAP

কোন আছে আপৰ ‘থিংক টেংক’ হিচাপে?

কাৰ সাহসত গুজৰাট জয়ৰ সপোন কেজৰিৱালৰ? কাৰ আশীৰ্বাদপুষ্ট আপ দলটো? আপৰ আত্মবিশ্বাসৰ আঁৰত কোন? গুজৰাট আৰু হিমাচল প্ৰদেশ বিধানসভাৰ নিৰ্বাচনেই আপৰ ভবিষ্যত কৰ্মপন্থা নিৰ্ধাৰণ কৰিব ।পঞ্জাৱ-দিল্লীত শাসনত থাকিলেও দলটোৱে লাভ কৰা নাই ৰাষ্ট্ৰীয় দলৰ…

আপৰ ‘মৌনতা’ত ক্ষুণ্ন আপ নেতা

প্ৰাক্তন আপ মন্ত্ৰীক সংগ দিয়া নাই আপে। আপে এৰিলেও গৌতমক সংগ দিছে ২০ টা দলিত সংগঠনে । দিল্লীৰ আপ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰাজেন্দ্ৰ পাল গৌতমৰ জনপ্ৰিয়তা মন্ত্ৰীত্ব এৰাৰ পিছত বাঢ়িছেহে।এগৰাকী মন্ত্ৰী হৈয়ো অত্যন্ত সাধাৰণ জীৱন যাপন কৰা ৰাজেন্দ্ৰ…

গৌতম বুদ্ধৰ প্ৰতি আকৰ্ষিত গৌতমক তলব আৰক্ষীৰ

আপক 'হিন্দু বিৰোধী' বনাই ৰোষত পৰিছে গৌতম |  আপ নেতা ৰাজেন্দ্ৰ পল গৌতমক দিল্লী আৰক্ষীয়ে মঙলবাৰে তলব কৰিছে ৷ আপ নেতা গৰাকীৰ বিৰুদ্ধে ধৰ্মৰ বিৰুদ্ধে বিদ্বেষ ভাৱ সৃষ্টি কৰাৰ অভিযোগ তুলিছিল বিজেপিয়ে ৷ দিল্লীত 'বুদ্ধিষ্ট চ’ছাটি অব ইণ্ডিয়া'ই আয়োজন…

আপৰ ভিতৰচৰাত চলিছে কি ?

আপৰ ভিতৰচৰাত সুৰক্ষিত নহয় মহিলা ! আপত চলিছে নেকি ভাঙোন ! আপৰ নেত্ৰীৰ অডিঅ’ টেপে পোহৰলৈ আনিলে বিস্ফোৰক সত্য আপৰ পৰা নিলম্বিত ৰাজীব শইকীয়া – ৰুদ্ৰাংকৰ হাজৰিকা মহিলা নেত্ৰীক দুৰ্ব্যৱহাৰৰ অভিযোগত নিলম্বিত দুই নেতা ৰাজীব শইকীয়া আম আদমি…

৪ মাহতে আপৰ প্ৰতি পঞ্জাৱৰ জনতাৰ মোহভংগ কিয়?

পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ গৃহ সমষ্টিত আপৰ পৰাজয়।অখিলেশ যাদৱৰ সমষ্টিত বিজেপিৰ বিজয়।উপ-নিৰ্বাচনৰ ফলাফলত আৰু কি কি অঘটন ঘটিল?চাওক এই প্ৰতিবেদনত--- https://youtu.be/bTI4l0iJ9Lo

টুইটাৰ যুদ্ধঃ হিমন্ত বিশ্ব শৰ্মাই কি কি বিষয়ত এতিয়াও টুইট কৰা নাই ?

দ্য ক্ৰছকাৰেন্ট আৰু দ্য ৱায়াৰৰ অনুসন্ধানমূলক প্ৰতিবেদন এতিয়া দেশৰ ৰাজনৈতিক বিতৰ্কৰ প্ৰধান কেন্দ্ৰবিন্দু হৈ পৰিছে ৷ দ্য ক্ৰছকাৰেন্ট আৰু দ্য ৱায়াৰৰ অনুসন্ধানত পোহৰলৈ আহিছিল যে অসমত কোভিডকালীন সময়ত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ পত্নী আৰু…

সত্যেন্দ্ৰ জৈনৰ গ্ৰেপ্তাৰ, ধনৰ অবৈধ সৰবৰাহ আৰু আৰ বি এছ ৰিয়েল্টৰ্ছৰ মাজত কি সম্পৰ্ক?

https://youtu.be/GTB6uAp_ppw সত্যেন্দ্ৰ জৈনৰ গ্ৰেপ্তাৰ, ধনৰ অবৈধ সৰবৰাহ আৰু আৰ বি এছ ৰিয়েল্টৰ্ছৰ মাজত কি সম্পৰ্ক? স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে সহযোগ কৰিব পাৰে তলৰ লিংকত ক্লিক কৰি – https://rzp.io/l/ZrpLsROos…

কলকাতাৰ কোম্পেনীৰ জড়িয়তে ধন বিনিয়োগ : ৯ জুনলৈ ইডিৰ জিন্মাত কেজৰিৱালৰ স্বাস্থ্যমন্ত্ৰী

অহা ৯ জুনলৈ ই ডিৰ জিন্মাতে থাকিব দিল্লীৰ স্বাস্থ্যমন্ত্ৰী সত্যেন্দ্ৰ জৈন ৷ অবৈধ ধন সৰবৰাহৰ গোচৰত ই ডিয়ে সোমবাৰে গ্ৰেপ্তাৰ কৰিছিল অৰবিন্দ কেজৰিৱাল মন্ত্ৰীসভাৰ জ্যেষ্ঠ মন্ত্ৰীগৰাকীক ৷ মঙলবাৰে সত্যেন্দ্ৰ জৈনক আদালতত হাজিৰ কৰোৱাৰ পাছত তেওক ৯…

পৌৰ নিগমৰ নির্বাচনত কোন ৱার্ডত কোন জিকিল?

১ নং ৱাৰ্ডত বিজয়ী AJP ৰ হুকুম ছান্দ আলি বক্ষী৷একেদৰে ২ নং ৱাৰ্ড মুকুল কলিতা BJP,৩ ৱাৰ্ড কল্লোল চক্ৰৱৰ্তী BJP,৪ ৱাৰ্ড কনকলতা সাহা BJP,৫ ৱাৰ্ড সঞ্জয় দাস BJP,৬ ৱাৰ্ড সুতাপা চৰকাৰ BJP,৭ ৱাৰ্ড অজয় চক্ৰৱৰ্তী BJP,৮ ৱাৰ্ড সোধন্য মালাকাৰ BJP,৯ ৱাৰ্ড…

মোদীৰ বিকল্প হ’ব নেকি কেজৰিৱাল?

অপৰাজেয় মোদীৰ সন্মুখত বিকল্প হৈ উঠিব নেকি অৰবিন্দ কেজৰিৱাল ? আপৰ পঞ্জাৱ জয়ৰ পাছত এই প্ৰশ্নই এতিয়া সৰ্বাধিক চৰ্চা লাভ কৰিছে৷ পলিটিক্স অৱ দ্য ডেত আলোচনাৰ বিষয় আম আদমি পাৰ্টীৰ ভৱিষ্যত আৰু সম্ভাৱনা – স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ…