টেগ AAP

ইংৰাজেও পঞ্জাৱলৈ চাকৰি বিচাৰি আহিব

অসমৰ শিক্ষামন্ত্ৰীয়ে কয় যে জব মাৰ্কেটত সোমাবলৈ হ’লে হিন্দী জানিবই লাগিব ৷ পঞ্জাৱৰ মুখ্যমন্ত্ৰীয়ে কয় যে কেইদিনমান সময় দিয়ক ইংৰাজেও পঞ্জাৱলৈ চাকৰি বিচাৰি আহিব ৷ দুই চৰকাৰৰ পার্থক্য টক অফ দ্য টাউনত   স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে…

হিমাচল জয় কৰিব পাৰিবনে অৰবিন্দ কেজৰিৱাল ?

দিল্লীৰ পাছত পঞ্জাৱ ৷ পঞ্জাৱৰ পাছত হিমাচল প্ৰদেশ ৷ কিমান সফল হ’ব অৰবিন্দ কেজৰিৱাল ?   স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে সহযোগ কৰিব পাৰে তলৰ লিংকত ক্লিক কৰি – Visit: Follow Us Facebook: YouTube: …

পঞ্জাৱৰ ৰাজ্যসভাৰ বাবে আম আদমী পাৰ্টিৰ পাঁচ প্ৰাৰ্থীৰ নাম ঘোষণা

পঞ্জাৱৰ ৰাজ্যসভাৰ বাবে আম আদমী পাৰ্টিৰ পাঁচ প্ৰাৰ্থীৰ নাম ঘোষণা- ● জলন্ধৰ নিবাসী ক্ৰিকেটাৰ হৰভজন সিং। ● ফগৱাৰাত অৱস্থিত লাভলি প্ৰফেচনেল ইউনিভাৰ্চিটিৰ উপ-আচাৰ্য্য অশোক মিট্টল। ● আপ দলৰ পঞ্জাৱৰ উপ-কাৰ্যবাহী ৰাঘব চাধা। ● লুধিয়ানাৰ উদ্যোগপতি সঞ্জীৱ আৰোৰা । ● দিল্লীৰ…

পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে নিৰ্ধাৰণ কৰিছে প্ৰত্যেকজন মন্ত্ৰীৰ বাবে সুকীয়া সুকীয়া লক্ষ্য

নৱনিৰ্বাচিত পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে নিজ মন্ত্ৰী মণ্ডলৰ প্ৰত্যেকজন মন্ত্ৰীৰ বাবে নিৰ্ধাৰণ কৰিছে সুকীয়া সুকীয়া লক্ষ্য। আৰু যদিহে কোনো মন্ত্ৰী এই লক্ষ্যত উপনীত হ’ব নোৱাৰে তেনেহলে মন্ত্ৰী গৰাকীক নিজ পদৰ পৰা আঁতৰাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে। এই কথা সদৰী…

কেজৰিৱালৰ ৭ টা জব গেৰাণ্টিক লৈ দেশজুৰি চৰ্চা

পুনৰ ৭ ট বৃহৎ জব গেৰাণ্টিক লৈ চৰ্চাৰ শীৰ্ষত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল।কেজৰিৱালে ক’লে মই যি কওঁ, সেয়া কৰো। গোৱাত আম আদমি পাৰ্টিৰ চৰকাৰ আহিলেই ল’ব লগীয়া বিশেষ কিছু প্ৰতিশ্ৰুতি প্ৰদান কৰে দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকীয়ে। প্ৰতিটো পৰিয়ালে একোটাকৈ চাকৰি লাভ…

এইবাৰ বিজেপিক উভতি ধৰিলে আন্না হাজাৰেই

এইবাৰ ভাৰতীয় জনতা পাৰ্টিক উভতি ধৰিলে আন্না হাজাৰেই। ২০১১ চনৰ সমগ্ৰ ভাৰত বৰ্ষ জুৰি হোৱা দুৰ্নীতি বিৰোধী আন্দোলনৰ গুৰি ধৰোতা আন্না হাজাৰেক বিজেপি দলৰ দিল্লী ৰাজ্যিক সমিতিয়ে আম আদমী পাৰ্টিৰ চৰকাৰৰ বিৰুদ্ধে দুৰ্নীতি বিৰোধী আন্দোলনৰ গুৰি ধৰিবলৈ আহ্বান জনাইছিল। কিন্তু…

শ্বাহীনবাগৰ প্ৰতিবাদকাৰীৰ বিজেপিত যোগদানক লৈ অস্বস্তিত গেৰুৱা দলটো

photo courtesy: Newslaundry

যোৱা কিছুদিন পূৰ্বে প্ৰায় শতাধিক শাহীনবাগৰ ‘কা’ বিৰোধী প্ৰতিবাদকাৰীয়ে যোগদান কৰিছিল বিজেপিত। গেৰুৱা দলটোৰ বহুতো জ্যোষ্ঠ নেতাৰ উপস্থিতিত হোৱা এই যোগদান কার্যসূচীয়ে এতিয়া শলঠেকত পেলাইছে দলটোক। শ্বাহীনবাগৰ এই প্ৰতিবাদকাৰী সকলৰ বিজেপিত যোগদানৰ পিছতে অৰবিন্দ কেজৰীৱালৰ নেতৃত্বাধীন আম আদমী পাৰ্টিয়ে গেৰুৱা…