সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

#2022

১২ দিনত বিক্রী প্ৰায় ৫ কোটি টকাৰ গ্ৰন্থ অসম গ্ৰন্থমেলাত

সামৰণি পৰিল  অসম গ্ৰন্থমেলা । অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত ২৯ ডিচেম্বৰৰ পৰা ৯ জানুৱাৰী জানুৱাৰীলৈকে ১২ দিনীয়াকৈ চানমাৰি অভিযান্ত্ৰিক খেলপথাৰত অনুষ্ঠিত হৈছিল অসম গ্ৰন্থমেলা।প্ৰথমবাৰৰ বাবে অসম…

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন স্থগিত

দেশৰ লগতে ৰাজ্যত কোভিড ৰোগী সংখ্যা দিনে-দিনে পোৱা বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন স্থগিত কৰা হৈছে। অহা ১০জানুৱাৰী তাৰিখে অনুষ্ঠিত হোৱাৰ কথা আছিল এই নিৰ্বাচন। উল্লেখযোগ্য যে, বিশ্ববিদ্যালয়খনত বৰ্তমান ১৪…

নীটৰ নামভর্তি সন্দর্ভত গুৰুত্বপূর্ণ ঘোষণা উচ্চতম ন্যায়ালয়ৰ

বিগত শুক্ৰবাৰে উচ্চতম ন্যায়ালয়ে NEET-PG নামভৰ্তি সন্দৰ্ভত অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে ২৭% আৰু আৰ্থিক ভাৱে দুৰ্বল শ্ৰেণীৰ বাবে ১০% সংৰক্ষণ নির্ধাৰণ কৰে । ইয়াৰোপৰি চলিত নামভৰ্তি প্ৰক্ৰিয়াৰ বাবে অজয় ভূষণ পাণ্ডে সমিতিৰ মত গ্ৰহণ কৰি আৰ্থিক ভাৱে…

৭০ হাজাৰ লোকৰ সমাগম নোহোৱাৰ বাবেহে উভতিল মোদী

বুধবাৰে, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আগন্তক বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ চলাবলৈ গৈছিল পঞ্জাৱলৈ। কিন্তু কৃষক বিদ্ৰোহী নেতাই আগুচি ধৰাৰ বাবেই ১৫-২০ মিনিট সময় ফ্লাই অভাৰতে আৱদ্ধ হৈ থাকি পুনৰ দিল্লীলৈ উভতি আহিবলগীয়া হয় মোদী। যাৰবাবে…