সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

আই চি ইউত জুই : ৪ টা শিশুৰ মৃত্যু

চিকিৎসালয়ত সংঘটিত অগ্নিকাণ্ডৰ ফলত চাৰিটা শিশুৰ মৃত্যু হৈছে ৷ এই ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশত ৷ সোমবাৰে নিশা ভূপালৰ কমলা নেহৰু হাস্পতালৰ পেডিয়েট্ৰিক আই চি ইউত অগ্নিকাণ্ডৰ সূত্ৰপাত হয় ৷ সেই সময়ত ৫০ টা শিশু আই চি ইউত ভৰ্তি হৈ আছিল ৷ খবৰ পোৱাৰ…

প্ৰবল বৰষুণে ক’ত প্ৰাণ কাঢ়িলে চাৰিজনৰ ?

ধাৰাষাৰ বৰষুণে বিপৰ্যস্ত কৰিছে তামিলনাডুৰ জনজীৱন ৷ বিগত কেবাদিনো ধৰি হৈ থকা মূষলধাৰ বৰষুণৰ ফলত চেন্নাইকে ধৰি ৰাজ্যখনৰ কেবাখনো চহৰ জলমগ্ন হৈ পৰিছে ৷ পৰিস্থিতি ইমানেই ভয়ানক হৈ পৰিছে যে ৪ জন লোকৰ ইতিমধ্যে মৃত্যু হৈছে ৷ বিদ্যালয় –…

কোভাক্সিনৰ লগত চীনে কি ভেকছিনক স্বীকৃতি দিলে ব্ৰিটেইনে ?

বিশ্ব স্বাস্থ্য সংস্থাৰ পাছত কোভাক্সিন ভেকছিনক স্বীকৃতি দিলে ব্ৰিটেইনেও ৷ কোভাক্সিনৰ দুটা ড’জ লোৱা লোকসকলে ব্ৰিটেইন ভ্ৰমন কৰিলে কোৱাৰেন্টাইনত থাকিব নালাগে ৷ অহা ২২ নৱেম্বৰৰ পৰা এই নিৰ্দেশনা বলবৎ হ’ব ৷ সোমাবাৰে ব্ৰিটিছ চৰকাৰে এই কথা সদৰী…

টি২০ দলৰ অধিনায়ক হিচাপে শেষ বাৰ্তা কি দিলে বিৰাট কোহলিয়ে ?

টি ২০ দলৰ আধিনায়ক হিচাপে ৫০ খন মেচ খেলিছে বিৰাট কোহলিয়ে ৷ ৩২ খন বিজয়, ১৬ খনত পৰাজয় ৷ ২ খনৰ ফলাফল অমিমাংসিত ৷ কোহলিৰ নেতৃত্বত এইবাৰেই প্ৰথম টি ২০ বিশ্বকাপত অৱতীৰ্ণ হৈছিল ভাৰত৷ কিন্তু ফলাফল আশ্প্ৰদ নহ’ল ৷ ইয়াৰ পাছতেই বিৰাট কোহলিয়ে টি ২০ দলৰ…

নোটবন্দীৰ ৫ বছৰ : মোদী চৰকাৰৰ ব্যৰ্থতাৰ ৫ বছৰ সম্পূৰ্ণ নেকি ?

আজিৰ পৰা ঠিক ৫ বছৰ আগৰ কথা ৷ দিনটো আছিল ৮ নৱেম্বৰ , ২০১৬ ৷ সেইদিনা নিশা ৮ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক সম্বোধন কৰি জনাইছিল যে ৮ নৱেম্বৰৰ নিশা ১২ বজাৰ পৰাই প্ৰচলিত ৫০০ আৰু ১০০০ টকাৰ নোটসমূহ অচল হৈ পৰিব ৷ প্ৰধানমন্ত্ৰী মোদীৰ…

সাগৰৰ মাজত পাকিস্তানীৰ গুলীত নিহত ভাৰতীয় মাছমৰীয়া

পাকিস্তানৰ এখন জাহাজৰ পৰা ভাৰতীয় নাও এখনলৈ গুলীচালনা কৰা ঘটনাত এজন ভাৰতীয় মাছমৰীয়া নিহত হয় আৰু তেওৰ সহযোগী এজন গুৰুতৰভাৱে আহত হয় ৷ এই ঘটনা সংঘটিত হৈছে গুজৰাটৰ দ্বাৰকা সাগৰীয় ক্ষেত্ৰত ৷ গুজৰাটৰ দ্বাৰকাৰ লগত পাকিস্তানৰ সমুদ্ৰ সীমা সংলগ্ন…

বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকত কি কি আলোচনা হ’ল ?

উত্তৰ প্ৰদেশসহ দেশৰ পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনক লৈ প্ৰস্তুতি আৰম্ভ কৰিছে বিজেপি দলে ৷ দুবছৰৰ মূৰত দলৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক বৈঠক অনুষ্ঠিত কৰি বিজেপিয়ে সমাগত নিৰ্বাচনৰ বাবে নিজকে সাজু কৰাৰ কাম আৰম্ভ কৰিছে ৷ নতুন দিল্লীত অনুষ্ঠিত…

কেন্দ্ৰক সমালোচনা কৰি মেঘালয়ৰ ৰাজ্যপালে এইবাৰ কি ক’লে ?

বিজেপিৰ বাবে মূৰৰ কামোৰণি হৈ উঠিছে মেঘালয়ৰ ৰাজ্যপাল সত্যপাল মালিক ৷ দেশত চলি থকা কৃষক আন্দোলনৰ সমৰ্থন মন্তব্য কৰি তেও আকৌ এবাৰ কেন্দ্ৰীয় চৰকাৰক কঠোৰ সমালোচনা কৰিছে ৷ সত্যপাল মালিকে শেহতীয়াকৈ কয় যে দেশত ইমান বৃহৎ কৃষক আন্দোলন আজিলৈকে হোৱা…

বিদায় বেলাতো ৰছিদ খানৰ নতুন অভিলেখ

ৰছিদ খান ৷ বিশ্বৰ এগৰাকী আগশাৰীৰ স্পিনাৰ ৷ আফগানিস্তানৰ দৰে দেশৰ পৰা আহিও তেও দুৰ্দমনীয় প্ৰদৰ্শনেৰে ক্ৰিকেটপ্ৰেমীৰ হৃদয় জয় কৰিছে ৷ দেওবাৰে নিউজিলেণ্ডৰ হাতত পৰাজিত হৈ টি২০ বিশ্বকাপৰ পৰা বিদায় মাগিলে আফগানিস্তানে ৷ কিন্তু বিদায় বেলাতো এক…

পৃথিৱীৰ আটাইতকৈ জনপ্ৰিয় নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

•পৃথিৱীৰ আটাইতকৈ জনপ্ৰিয় নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী •দ্বিতীয়ত মেক্সিকোৰ ৰাষ্ট্ৰপতি, ৩নং স্থানত ইটালীৰ প্ৰধানমন্ত্ৰী •চতুৰ্থ স্থানত এঞ্জেলা মাৰ্কেল, পঞ্চম স্থানত অষ্ট্ৰেলিয়াৰ PM •আমেৰিকাৰ ইণ্টেলিজেঞ্চ ফাৰ্ম দ্য মৰ্নিং…