সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

অসমলৈ আহিব গুজৰাটী গাই৷

মুখ্যমন্ত্ৰীৰ নিৰ্দেশত অসমলৈ ২০০০ গিৰ গাই অনাৰ ব্যৱস্থা গ্ৰহণৰ বাবে পদ্ম হাজৰিকাৰ নেতৃত্বত অসমৰ এটা প্ৰতিনিধি দল বুধবাৰে গুজৰাটত উপস্থিত হৈ ৰাজ্যখনৰ পশুপালন মন্ত্ৰী ৰাঘৱ জি. পেটেলক সাক্ষাৎ কৰে। অসমৰ প্ৰতিনিধি দলটোৱে বুধবাৰে আবেলি ৪ বজাৰ পৰা…

অতিবৃষ্টিত প্ৰাণ গল ১২ জনৰ৷তামিলনাডুত অতিবৃষ্টিয়ে ব্যাহত কৰি ৰাখিছে সাধাৰণ জীৱন যাপন৷

অতিবৃষ্টিত প্ৰাণ গল ১২ জনৰ৷তামিলনাডুত অতিবৃষ্টিয়ে ব্যাহত কৰি ৰাখিছে সাধাৰণ জীৱন যাপন৷বন্ধ ঘোষনা কৰা হৈছে স্কুল কলেজ৷এতিয়ালৈ অতিবৃষ্টিৰ ফলত প্ৰাণ হেৰুৱালে ৰাজ্যখনৰ ১২ জন লোকে৷

কেতিয়া বিজেপিত যোগদান কৰিব ৰকিবুল হুছেইনে?

চর্চাত ৰকিবুল হুছেইনৰ বিজেপি গমনৰ প্ৰসংগ৷তাৰমাজতে আজি সংবাদমাধ্যমৰ আগত প্ৰতিক্ৰিয়া বিধায়কজনৰ৷সম্ভাব্য বিজেপি গমনক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়া প্ৰকাশেৰে চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইনৰ মন্তব্য, ‘যিদিনা গছত গৰু উঠিব সেইদিনাহে মই বিজেপিত যোগদান…

আজি অসম বিধানসভাত শপত গ্ৰহন কৰে নবনির্বাচিত তিনি বিজেপি বিধায়ক আৰু দুই ইউপিপিএলৰ বিধায়কে৷

আজি অসম বিধানসভাত শপত গ্ৰহন কৰে নবনির্বাচিত তিনি বিজেপি বিধায়ক আৰু দুই ইউপিপিএলৰ বিধায়কে৷মৰিয়নি সমষ্টিৰ ৰুপজ্যোতি কুর্মী,থাওৰাৰ সুশান্ত বৰগোহাই আৰু ভবানীপুৰৰ ফণী তালুকদাৰে শপত লয় বিধায়কৰ৷

কৰিমগঞ্জৰ বৈঠাখালত ভয়ংকৰ পথ দুৰ্ঘটনা৷ভয়াৱহ পথ দুৰ্ঘটনাত নিহতৰ সংখ্যা ১০জনলৈ বৃদ্ধি পাইছে।

কৰিমগঞ্জৰ বৈঠাখালত ভয়ংকৰ পথ দুৰ্ঘটনা৷ভয়াৱহ পথ দুৰ্ঘটনাত নিহতৰ সংখ্যা ১০জনলৈ বৃদ্ধি পাইছে।অসম-ত্ৰিপুৰা ৮নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই দুৰ্ঘটনা।অট’ৰিক্সা আৰু এখন চিমেণ্ট কঢ়িয়াই অনা গাড়ীৰ মুখামুখি সংঘৰ্ষৰ ফলত দূৰ্ঘটনা সংঘটিত হয় ।

বিজেপি শূন্য দিছপুৰ৷আজিৰে পৰা দিছপুৰত নাথাকিব মন্ত্ৰী অথবা বিজেপি বিধায়ক৷

আজি মুম্বাইলৈ যাব মুখ্যমন্ত্ৰীসহ বিজেপিৰ সকলো বিধায়ক। প্ৰশিক্ষণৰ বাবে মুম্বাইলৈ নিয়া হ’ব বিজেপিৰ সকলো বিধায়কক। বিশেষ বিমানেৰে মুম্বাইলৈ লৈ যোৱা হ’ব বিধায়কসকলক। মুম্বাইত দেশৰ সকলো বিজেপি বিধায়কৰ সুশাসনৰ প্ৰশিক্ষণ প্ৰদান কৰা হব।

জাফাৰ সাংবাদিকতাৰ বটা ঘোষণা-

জাৰ্ণেলিষ্ট এচোচিয়েছন ফৰ আসাম চমুকৈ জাফাই সংগঠনটোৰ জাফা এচিভাৰ্ছ এৱাৰ্ড-২০২১ৰ বিভিন্ন শিতানৰ বঁটা প্ৰাপকৰ নাম সমুহ বুধবাৰে ঘোষণা কৰিছে। সাংবাদিকতাৰ শিতানত জাফা এচিভাৰ্ছ এৱাৰ্ড ২০২১ লাভ কৰিছে দৈনিক অসম কাকতৰ জিতেন্দ্ৰ কুমাৰ চৌধুৰী , দা…

শ্ৰেষ্ঠ নবাগত পৰিচালক আৰু শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মানেৰে আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত আকৌ উজ্জলিল…

ধাৰাবাহিক ভাৱে আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত কেইবাটাও বঁটা লাভ লাভ কৰিবলৈ সক্ষম হোৱা"ব্ৰিজ" চিনেমা খনে শেহতিয়াকৈ ৫-৯ নবেম্বৰ ২০২১ লৈ ৰাছিয়াৰ অ'লিম্পিক চহৰ চ'চি (Sochi) ত অনুষ্ঠিত (Russian-British Sochi International Film Festival and Awards…

ৰাজকন্যা বৰুৱাৰ গাড়ী খুন্দাত আহত শ্ৰমিকৰ মৃত্যু

মৃত্যুৰ ওচৰত হাৰ মানিলে যোছেফ মাৰাকে।ৰাজকন্যা বৰুৱাৰ গাড়ীৰ খুন্দাত দুয়োটা ভৰি হেৰুৱাইছিল শ্ৰমিকজনে।জি এম চি এইছত ১ অক্টোবৰৰ পৰা চিকিৎসাধীন হৈ আছিল মাৰাক।বুধবাৰে পূৱা মৃত্যু হয় শ্ৰমিকজনৰ৷

আজি প্ৰধানমন্ত্ৰীৰে কি আলোচনা কৰিব মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ?

মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই আজি সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৷ তিনিদিনীয়া ভ্ৰমনসূচী লৈ সোমবাৰে ড: শৰ্মা নতুন দিল্লীত উপস্থিত হৈছে ৷ এই সময়ছোৱাত তেও গৃহমন্ত্ৰী অমিত শ্বাহ ,প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙ আৰু দেশৰ নিৰাপত্তা…