জাফাৰ সাংবাদিকতাৰ বটা ঘোষণা-

Share This Article

জাৰ্ণেলিষ্ট এচোচিয়েছন ফৰ আসাম চমুকৈ জাফাই সংগঠনটোৰ জাফা এচিভাৰ্ছ এৱাৰ্ড-২০২১ৰ বিভিন্ন শিতানৰ বঁটা প্ৰাপকৰ নাম সমুহ বুধবাৰে ঘোষণা কৰিছে। সাংবাদিকতাৰ শিতানত জাফা এচিভাৰ্ছ এৱাৰ্ড ২০২১ লাভ কৰিছে দৈনিক অসম কাকতৰ জিতেন্দ্ৰ কুমাৰ চৌধুৰী , দা চেন্টিনেলৰ মৌচম জ্যোতি বৈশ্য ,নিউজ লাইভৰ ছায়ামনি ভূঞা , অসমীয়া প্ৰতিদিনৰ ধ্ৰুৱজ্যোতি পাঠক আৰু প্ৰতিদিন টাইমৰ নয়ন প্ৰতীম কুমাৰে । ভিডিঅ’ জাৰ্নেলিজিম শিতানত বঁটা লাভ কৰিছে ডি-ৱাই ৩৬৫ ৰ প্ৰদীপ বৰ্মনে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.