কেতিয়া বিজেপিত যোগদান কৰিব ৰকিবুল হুছেইনে?

Share This Article

চর্চাত ৰকিবুল হুছেইনৰ বিজেপি গমনৰ প্ৰসংগ৷তাৰমাজতে আজি সংবাদমাধ্যমৰ আগত প্ৰতিক্ৰিয়া বিধায়কজনৰ৷সম্ভাব্য বিজেপি গমনক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়া প্ৰকাশেৰে চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইনৰ মন্তব্য,
‘যিদিনা গছত গৰু উঠিব সেইদিনাহে মই বিজেপিত যোগদান কৰিম’৷কংগ্ৰেছৰ ২৭ বিধায়কৰ পৰা ৬৩ কৰিবলৈ কংগ্ৰেছৰ বেছি সময় নালাগিব বুলি দাবী বিধায়ক ৰকিবুলৰ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.