সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

পুত্ৰৰ জন্মদিনত কেক কটা নহল সুমন স্বর্গীয়াৰীৰ….

কথা আছিল পুত্ৰৰ জন্মদিনত ঘৰলৈ অহাৰ৷কথা আছিল পুত্ৰৰ জন্মদিনত একেলগে কেক কটাৰ৷ফোনযোগে কনমানি পুত্ৰক সেই কথা কৈছিল সুমন স্বর্গীয়াৰীয়ে৷কিন্তু আজি সুমন স্বর্গীয়াৰী ঘৰলৈ আহিব নশ্বৰ দেহ হৈ৷ শনিবাৰে মণিপুৰৰ চূড়াচান্দপুৰ জিলাৰ ইণ্ডো-ম্যানমাৰ…

২৪ বছৰ বয়সতে বিয়াত বহিবলৈ বাধ্য হ’ল নেকি মালালা ?

বিশ্বজুৰি এটা চৰ্চাৰ বিষয় হৈ পৰিছে নোবেল বিজয়ী মালালাৰ বিয়া ৷ যোৱা ৯ নৱেম্বৰত ২৪ বছৰীয়া মালালাৰ নিকাহ সম্পন্ন হয় অছৰ মালিকৰ সৈতে ৷ কিন্তু কিয় ইমান কম বয়সতে মালালা বিয়াত বহিব লগীয়া হ’ল ? এই বিষয়টো লৈ চৰ্চা অব্যাহত থকাৰ মাজতে মুখ খুলিছে…

পুণৰ তিনিমাহলৈ বৃদ্ধি আলফা(স্বাধীন)ৰ অস্ত্ৰবিৰতি

সশস্ত্ৰ বিদ্ৰোহী সংগঠন আলফা(স্বা)য়ে পুণৰ তিনিমাহলৈ অস্ত্ৰবিৰতিৰ সময়সীমা বৃদ্ধি কৰিছে ৷ পৰেশ বৰুৱা স্বাক্ষৰিত এক বিবৃতিত কোৱা হয় যে যোৱা ১৪ মে’ৰ পৰা আলফা(স্বা) য়ে অব্যাহত ৰখা একপক্ষীয় যুদ্ধবিৰতিৰ ম্যাদ পুণৰ তিনিমাহলৈ বৃদ্ধি কৰা হৈছে ৷…

এই জাহাজ মাস্তুল ছাৰখাৰ …: বিবাহ বিচ্ছেদৰ পাছত অনুপম ৰায়ৰ কাতৰ স্বীকাৰোক্তি

এই জাহাজ মাস্তুল ছাৰখাৰ , তবু স্বপ্ন দেখছি বাৰবাৰ ৷- এটা দশক আগতে এই গীত লিখিছিল ভাৰতীয় সংগীতৰ উদীয়মান নক্ষত্ৰ অনুপম ৰায়ে ৷ এটা দশক পাছত আজি নিজেই মুখামুখি হৈছে এক বিধ্বস্ত ব্যক্তিগত জীৱনৰ ৷ কিছুদিন পূৰ্বে পাঁচ বছৰীয়া বৈবাহিক জীৱনত অন্ত…

আগ্ৰাসী অষ্ট্ৰেলিয়া নে পৰিপাটী নিউজিলেণ্ড : টি ২০ ত কোন হ’ব চেম্পিয়ন ?

অৱশেষত আহি পালে সেই দিনটো ৷ টি ২০ ক্ৰিকেটৰ চেম্পিয়ন কোন , সেয়া আজি নিৰ্ধাৰণ হ’ব ডুবাইৰ ষ্টেডিয়ামত ৷ টি ২০ বিশ্বকাপৰ ফাইনেলত মুখামুখি হ’ব অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড৷ এতিয়ালৈকে কোনো এটা দলেই টি ২০ বিশ্বকাপ জয় কৰিব পৰা নাই ৷ ২০১০ চনত…

ভুৱা ক্লিনিকৰ বিৰুদ্ধে বাতৰি : সাংবাদিকক অপহৰণ কৰি হত্যা

ভাৰতত সাংবাদিকতা যে মুঠেও নিৰাপদ বৃত্তি নহয় , সেয়া আকৌ এবাৰ প্ৰমান হ’ল ৷ বিহাৰৰ মধুবনীত উদ্ধাৰ হৈছে এগৰাকী সাংবাদিকৰ অগ্নিদগ্ধ মৃতদেহ ৷ মৃত সাংবাদিকজনৰ নাম অবিনাশ ঝা ৷ তেও স্থানীয় এটা সংবাদ মাধ্যমৰ লগত জড়িত ৷ মঙলবাৰে নিশাৰ পৰা নিখোজ হৈ থকা…

কিডনী সৰবৰাহৰ জড়িত চিকিৎসক গুৱাহাটীত গ্ৰেপ্তাৰ

গুৱাহাটীত অতি নাটকীয়ভাৱে গ্ৰেপ্তাৰ হৈছে মানৱ অংগ সৰবৰাহত জড়িত এজন চিকিৎসক ৷ মহানগৰ আৰক্ষীৰ জালত পৰা চিকিৎসকজন হৈছে ডা: অক্ষয় ৰাও ওৰফে ডা: ৰিচাৰ্ড আব্ৰাহাম লৰেন্স ৷ দিছপুৰ থানাত ৰুজু হৈ থকা এটা গোচৰৰ ভিত্তিত আৰক্ষীয়ে তেওক গ্ৰেপ্তাৰ কৰে ৷…

আজি শিশু দিৱস

স্বাধীন ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ আজি জন্মদিন ৷ ১৪ নৱেম্বৰৰ নেহৰুৰ জন্মদিনটোক শিশু দিৱস হিচাপে পালন কৰা হয় ৷ শিশুসকলৰ বাবে নেহৰু আছিল আপোন ‘নেহৰু খুৰা’ ৷শিশুৰ লগত থকা আত্মীয়তাৰ বাবেই তেওৰ জন্মদিনটো শিশু দিৱস হিচাপে পালন…

মণিপুৰ এম্বুছ : দিপাৱলী উদযাপন কৰি এসপ্তাহ পূৰ্বে চট্টিছগড়লৈ উভতিছিল কৰ্ণেল ত্ৰিপাঠীৰ পিতৃ – মাতৃ

মণিপুৰত সন্দেহজনক পি এল এ উগ্ৰপন্থীৰ ভয়াৱহ আক্ৰমণত পত্নী – পু্ত্ৰসহ নিহত হ’ল ভাৰতীয় সেনাৰ কৰ্ণেল বিপ্লৱ ত্ৰিপাঠী ৷ শণিবাৰে পুৱাৰ ভাগত সংঘটিত উগ্ৰপন্থীৰ ভয়াৱহ এম্বুছত কৰ্ণেল বিপ্লৱ ত্ৰিপাঠী , তেওৰ পত্নী অনুজা ত্ৰিপাঠী , ৮ বছৰীয়া পুত্ৰ আবিৰ…

কোভিডৰ বাতৰি-

বিগত ২৪ঘন্টাত ভাৰততত কোৰোনাত আক্ৰান্ত হৈছে ১১হাজাৰ ৮৫০গৰাকী ৰোগী।৫৫৫গৰাকী ৰোগীৰ মৃত্যু হৈছে এই সময়চোৱাত।আনহাতে বৰ্তমান দেশত চিকিতসাধীন হৈ আছে ১লাখ ৩৬হাজাৰ ৩০৮গৰাকী ৰোগী।