সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

পুনৰ ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

◆ দিনৰ ১.১১ বজাত ভূমিকম্পই জোকাৰ গ'ল ৰাজ্য ◆ গুৱাহাটী মহানগৰীকে ধৰি অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহত অনুভূত হৈছে জোকাৰণি ◆ ৰিখটাৰ স্কেলত ভূমিকম্পটোৰ প্ৰাবল্য আছিল ৪.৪ ◆ বৰ্তমানো ক্ষয়-ক্ষতিৰ পৰিমাণ জানিব পৰা হোৱা নাই ◆…

গুৱাহাটীত উপস্থিত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধর্মেন্দ্ৰ প্ৰধান

গুৱাহাটীত উপস্থিতি হলহি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান।জি এম চিএইছৰ সভাগৃহত এক বিশেষ সন্মিলনত ভাগ লৈছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।সন্মিলনত নতুন শিক্ষা নীতিৰ আধাৰত শৈক্ষিক উত্তৰণ সন্দৰ্ভত চলিছে আলোচনা।শুকুৰবাৰৰ পৰা শনিবাৰলৈ…

এক হাজাৰ টকা বিনিয়োগ কৰি এদিনতে কেনেকৈ পাব পাৰি ২ কৌটি?

বিট কইনত মাত্ৰ এক হাজাৰ টকা বিনিয়োগ কৰি এদিনতে পাব পাৰি ২ কৌটি। কিন্তু কি এই বিট কইন? বিট কইনৰ সৈতে কি সম্পৰ্ক ক্ৰিপ্টোকাৰেন্সীৰ? বৰ্তমান সময়ত সমগ্ৰ বিশ্বতে বিশেষভাৱে চৰ্চিত এটা শব্দ হৈছে ক্ৰিপ্টোকাৰেন্সী। আপোনালোক বহুতৰ বাবেও হয়তো…

গৃহীতৰ পৰা প্ৰত্যাহাৰলৈ- কৃষকৰ দাবী মানিবলৈ কেনেকৈ বাধ্য হল মোদী চৰকাৰ?

বাতিল ঘোষণা তিনি কৃষি আইনৰ।এই আইন তিনিখন আছিল ক্ৰমান্বয়ে–  কৃষকৰ দ্বাৰা উৎপাদিত কৃষিজাত সামগ্ৰীৰ বাণিজ্য অথবা বাণিজ্য সম্পৰ্কীয় আইন , অত্যাৱশ্যকীয় সামগ্ৰী আইন আৰু ,কৃষিজাত সামগ্ৰী আৰু কৃষি সেৱাৰ মূল্য নিৰ্ধাৰণৰ ওপৰত কৃষক চুক্তি আইন।এই…

তৃণমূল কংগ্ৰেছলৈ বৰুণ গান্ধী !

এইবাৰ তৃণমূল কংগ্ৰেছত যোগদান কৰিব নেকি গান্ধী পৰিয়ালৰ সদস্যই ? এই লৈ দিল্লী আৰু কলকাতাত ব্যাপক চৰ্চা আৰম্ভ হৈছে ৷ অহা সপ্তাহত দিল্লী ভ্ৰমণ কৰিব তৃণমূল কংগ্ৰেছৰ নেত্ৰী তথা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৷ মমতা বেনাৰ্জীৰ এই ভ্ৰমনক…

কি আছিল তিনি কৃষি আইনত ?

অৱশেষত তিনি বিতৰ্কিত কৃষি আইন প্ৰত্যাহাৰ কৰিব বুলি ঘোষণা কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ বিগত প্ৰায় এটা বছৰ ধৰি কৃষক সকলে এই আইন বাতিলৰ দাবীত আন্দোলন অব্যাহত ৰাখিছে ৷ কি আছিল এই তিনিখন কৃষি আইনত ? বিগত বছৰৰ ছেপ্তেম্বৰ…

যৌন কেলেংকাৰিয়ে জোকাৰিছে ক্ৰিকেট অষ্ট্ৰেলিয়া

টি ২০ বিশ্বকাপ বিজয়ৰ পাছত যৌন কেলেংকাৰিয়ে জোকাৰিছে অষ্ট্ৰেলিয়াৰ ক্ৰিকেট জগতক ৷ এনে বিতৰ্কত সাঙোৰ খাই পৰাৰ পাছত পদত্যাগ কৰিবগীয়া হৈছে টেষ্ট দলৰ অধিনায়ক টিম পেনে ৷ ক্ৰিকেট অষ্ট্ৰেলিয়াৰ এক মহিলা কৰ্মীয়ে টিম পেনৰ বিৰুদ্ধে যৌন আতিশয্যৰ অভিযোগ…

বাতিল কৃষি আইন , তাৰ পাছতো আন্দোলনত অটল কিয় কৃষক ?

অৱশেষত কৃষক সমাজৰ ওচৰত শিৰণত কৰিলে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে ৷ বিগত প্ৰায় এবছৰ ধৰি অব্যাহত আছিল কৃষক আন্দোলন ৷ দাবী আছিল – বিতৰ্কিত কৃষি আইন প্ৰত্যাহাৰ কৰা ৷ কিন্তু আকোৰগোজ স্থিতি গ্ৰহণ কৰিছিল কেন্দ্ৰীয় চৰকাৰে ৷ তাৰ পাছতো…

অৰুণাচল প্ৰদেশত চীনে পাতিলে দ্বিতীয়খন গাও

ভাৰতৰ মাটিত চীনে নিৰ্মান কৰিলে দ্বিতীয়খন গাও ৷এন ডি টি ভিয়ে প্ৰকাশ এক ছেটেলাইট ইমেজত চীনে গাও নিৰ্মান কৰাৰ তথ্য পোহৰলৈ আহিছে ৷ লক্ষণীয় কথাটো হ’ল – এই গাওখনো নিৰ্মান হৈছে অসমৰ চুবুৰীয়া অৰুণাচল প্ৰদেশত ৷ ইয়াৰ পূৰ্বে অৰুণাচল প্ৰদেশৰ আপাৰ…

সোণোৱালৰ আমোলৰ আন এক দুৰ্নীতি ফাদিল : ২৩০ পদৰ নিযুক্তি বাতিল

চন্দ্ৰৰ গাত দাগ থাকিলেও দাগ নাছিল সৰ্বানন্দ সোণোৱাল চৰকাৰৰ ৷ এই মন্তব্য আছিল মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ ৷কিন্তু সেই একেজন মানুহেই এতিয়া সোণোৱালৰ আমোলৰ এটাৰ পাছত আন এটা কলংক উদঙাই গৈছে ৷ এপিডিচিএলৰ পাছত এইবাৰ বাতিল কৰা হ’ল প্ৰাথমিক…