সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

কেনে চলিছে ক্ৰিপ্টোকাৰেন্সীৰ বেহা

বৰ্তমান সময়ত দেশত এটা বহুল চৰ্চিত বিষয় হৈছে ক্ৰিপ্টোকাৰেন্সী। আনকি ক্ৰিপ্টোকাৰেন্সীত ধন বিনিয়োগ কৰি এদিনতে কোটিপতি হোৱাৰ নজীৰো ভাৰতত আছে। কিছু সংখ্যক ব্যক্তিগত কোম্পানীয়ে এই ক্ৰিপ্টোকাৰেন্সী নিয়ন্ত্ৰণ কৰে। এই বিশেষ ডিজিটেল মুদ্ৰা বিধৰ…

মেঘালয়ত মমতা বাহিনীৰ চমক- ১২ কংগ্ৰেছী বিধায়ক তৃণমূললৈ

মেঘালয় কংগ্ৰেছত মোক্ষম আঘাত৷কংগ্ৰেছ এৰি তৃণমূল কংগ্ৰেছলৈ ১২ জন বিধায়ক৷উল্লেখনীয় যে,মেঘালয় বিধানসভাৰ প্ৰধান বিৰোধী দল কংগ্ৰেছত আছিল ১৮ জন বিধায়ক৷ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাসহ ১২ জন বিধায়কৰ তৃণমূল গমনে এতিয়া ৰাজ্যখনত কংগ্ৰেছ…

কবি সনন্ত তাঁতি আৰু নাই—

অসমীয়া কাব্য সাহিত্যৰ এক উজ্জ্বল নক্ষত্ৰ, সাহিত্য অকাডেমী বঁটাপ্ৰাপক বিশিষ্ট কবি সনন্ত তাঁতিৰ নিশা ১.০৫ মিনিটত নতুন দিল্লীত দেহাৱসান হয়।কবি সনন্ত তাঁতিৰ নশ্বৰ দেহ আজি নতুন দিল্লীৰ পৰা এয়াৰ ইণ্ডিয়া যোগে গুৱাহাটীলৈ অনাৰ ব্যৱস্থা কৰিছে…

খাৰুৱা তেলৰ মূল্য হ্ৰাস কৰাৰ বাবে কি কৰিব ভাৰত আৰু আমেৰিকাই?

ক্ৰমাৎ বিশ্বব্যাপী বৃদ্ধি পাবলৈ লৈছে ইন্ধনৰ মূল্য। খাৰুৱা তেলৰ অনিয়ন্ত্ৰিত মূল্যই বিশ্বৰ বহু দেশৰ অৰ্থনৈতিক পৰিকাঠামোত আঘাত হানিছে। ভাৰতৰ দৰে উন্নয়নশীল দেশত পেট্ৰল-ডিজেল আৰু অত্যাৱশ্যকীয় ইন্ধনৰ মূল্য বৃদ্ধিয়ে যথেষ্ট নেতিবাচক প্ৰভাৱ…

কৃষকে কিদৰে বাধ্য কৰাই আহিছে চৰকাৰক?

প্ৰধানমন্ত্ৰী নৰেন্দ্রমোদীয়ে অৱশেষত কেন্দ্ৰীয় চৰকাৰৰ তিনিখন কৃষি আইনৰ বিৰুদ্ধে আন্দোলন কৰা কৃষকসকলৰ ওচৰত নমস্কাৰ জনাই আইনকেইখন প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰে। প্ৰধানমন্ত্ৰী মোডীয়ে নিজেই ১৯ নৱেম্বৰত দেশবাসীৰ সন্মুখত এই কথা ঘোষণা কৰে।যোৱা ৭…

গুৱাহাটীৰ পৰা নিৰুদ্দেশ হোৱা মাজুলীৰ যুৱকৰ মৃতদেহ উদ্ধাৰ হ’ল মেঘালয়ত

অৱশেষত মেঘালয়ৰ বৰ্ণিহাতত উদ্ধাৰ কৰা হল গুৱাহাটীৰ দিছপুৰৰ সৰু মতৰিয়া অঞ্চলৰ পৰা বিগত চাৰি দিন ধৰি নিৰুদ্দেশ হৈ থকা মাজুলীৰ সন্দীপ ভূঞা নামৰ যুৱক জনৰ মৃতদেহ। পল্টন বজাৰ আৰক্ষীৰ ভাষ্য অনুসৰি ২৯ বছৰীয়া মৃত যুৱক জন গুৱাহাটীৰ এটা বিত্তীয়…

কেতিয়ালৈ পাব গৰীৱ কল্যান অন্ন যোজনাৰ চাউল ?

চলিত নৱেম্বৰ মাহত বন্ধ নহয় প্ৰধানমন্ত্ৰী গৰীৱ কল্যান অন্ন যোজনা ৷ ২০২২ চনৰ নৱেম্বৰ মাহলৈ হিতাধিকাৰীসকলে লাভ কৰিব এই আঁচনিৰ অধীনত লাভ কৰি থকা চাউল ৷ বুধবাৰে অনুষ্ঠিত কেন্দ্ৰীয় চৰকাৰৰ কেবিনেট বৈঠকত এই সিদ্ধান্ত লোৱা হয় ৷ মন্ত্ৰী অনুৰাগ ঠাকুৰে…

মই মমতাৰ লগত আছো -বিজেপি নেতা সুব্ৰমনিয়াম স্বামীয়ে কিয় ক’লে এইদৰে ?

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী সম্প্ৰতি নতুন দিল্লীত আছে ৷ মমতাৰ উপস্থিতিত তৃণমূল কংগ্ৰেছত যোগ দিছে জেডি(ইউ)ৰ জ্যেষ্ঠ নেতা পৱন বাৰ্মা , প্ৰাক্তন বিজেপি সাংসদ কীৰ্তি আজাদে ৷ বুধবাৰে দিল্লীৰ ৰাজনৈতিক চৰ্চাক নতুন মাত্ৰা দি মমতা…

যুৱ আয়োগ, শ্বহীদ ন্যাসৰ কাম কি হ’ব ?

অসম চৰকাৰৰ কেবিনেট বৈঠকত এখন যুৱ আয়োগ গঠনৰ সিদ্ধান্ত লোৱা হয় ৷ এই আয়োগে বিভিন্ন সৰ্বভাৰতীয় পৰীক্ষাৰ বাবে অসমৰ ছাত্ৰ – ছাত্ৰীসকলক প্ৰস্তুতি চলোৱাত সহায় কৰিব বা প্ৰশিক্ষণ প্ৰদান কৰিব ৷ নীটৰ পৰা আৰম্ভ কৰি সৰ্বভাৰতীয় প্ৰতিযোগিতামূলক পৰীক্ষাৰ…

প্ৰদীপ হাজৰিকাক নতুন কি দায়িত্ব দিয়া হ’ল ?

অসমৰ সত্ৰসমুহৰ কিমান ভূমি বেদখল হৈ আছে , তাৰ জৰীপ আৰু অধ্যয়ন চলাবলৈ গঠন কৰা হৈছে এখন বিশেষ সমিতি ৷ অসম চৰকাৰৰ কেবিনেট বৈঠকত এই সিদ্ধান্ত লোৱা হয় ৷ সমিতিখনৰ অধ্যক্ষৰ দায়িত্ব দিয়া হৈছে আমগুৰিৰ অগপ বিধায়ক প্ৰদীপ হাজৰিকাক ৷ আন দুজন সদস্য হৈছে…