সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

আপোনাৰ মেডিক্লেইম(স্বাস্থ্য বীমা)পলিচি আছেনে?

বিপুল কলিতা জীৱন বীমা কৰোৱা মানুহ দেখিলে দুৰতে নমস্কাৰ কৰিব খোজা ভাৰতীয় মানুহৰ এটা মানসিকতা আছে।আনফালে আমেৰিকা কে ধৰি বিশ্বৰ উন্নত দেশ সমুহ জীৱনবীমা বাধ্যবাধক আৰু প্ৰত্যেক পৰিয়ালৰ অবিচ্ছেদ্য অংগ।যিদৰে ভাৰতত আপোনাৰ বাহনখনৰ বীমা কৰোৱাতো…

নৱম-দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে বিশেষ ছয়মহীয়া পৰীক্ষা অনুষ্ঠিত কৰিব ছেবাই

অসম মাধ্যমিক শিক্ষা পৰিষদে অক্টোবৰ মাহত একেটা শ্ৰেণীত অৱতীৰ্ণ হ'ব নোৱাৰা নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ বাবে এক বিশেষ ছয়মহীয়া পৰীক্ষা অনুষ্ঠিত কৰিব। ছেবাই এক জাননী যোগে প্ৰকাশ কৰিছে যে বিদ্যালয়সমূহে অক্টোবৰত অনুষ্ঠিত কৰোৱা পৰীক্ষাত…

ক’ভিডৰ নতুন ভেৰিয়েণ্ট প্ৰতিৰোধ কৰাৰ বাবে কি ব্যৱস্থা লৈছে ভাৰত চৰকাৰে?

বিশ্বজুৰি কভিডৰ দ্বিতীয় ঢৌৰ আতংক অব্যাহত থকাৰ মাজতে নতুনকৈ পোহৰলৈ আহিছে আন এটা ক'ভিড ভেৰিয়েণ্ট। শুক্ৰবাৰে এক বিবৃতি যোগে বিশ্ব স্বাস্থ্য সংস্থাই ক'ভিডৰ নতুন প্ৰকাৰটোক গ্ৰীক বৰ্ণমালাৰ আখৰ ওমাইক্ৰন নাম দি ক'ভিডৰ এটা উদ্বেগজনক প্ৰকাৰ হিচাপে…

মানুহ কমিব ভাৰতত!

দেশত জনসংখ্যা বৃদ্ধিৰ সলনি এতিয়া কমিছেহে নেকি?জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে চৰকাৰে হাতত লোৱা পৰিয়াল পৰিকল্পনা আদিৰ প্ৰয়োজনীয়তা নোহোৱা হৈ আহিছে নেকি?অসম আৰু উত্তৰ প্ৰদেশে জন্মনিয়ন্ত্ৰণৰ বাবে আইন প্ৰণয়নৰ চিন্তা চর্চা কৰিছে৷মুছলমান জনসংখ্যা বৃদ্ধিক…

কি আছে মমতাৰ মিশ্যন মুম্বাইত?

মমতা বেনার্জীয়ে এটা নতুন সমীকৰন আবিস্কাৰ কৰিছে৷দিল্লীলৈ গৈ ছোনীয়া গান্ধীক সাক্ষাৎ নকৰা মমতা বেনার্জীয়ে,এইবাৰ মুম্বাইলৈ গৈ সাক্ষাৎ কৰিব উদ্ধব থাকৰে আৰু শৰদ পাৱাৰক৷মমতা বেনার্জী সোনকালেই মুম্বালৈ যাব আৰু পূর্বৰ ইগ’ পৰিহাৰ কৰি শৰদ পাৱাৰক…

বিদ্যুৎ সংশোধনী বিধয়েকক লৈ কিয় ইমান চৰ্চা?

কৃষি আইন গল৷থাকিল কা৷এইবাৰ আহিব এখন নতুন আইন৷২৯ নবেম্বৰৰ পৰা সংসদৰ শীতকালীন অধিবেশন৷এই অধিবেশনতেই মোদী চৰকাৰে উত্থাপন কৰিব আন এখন জনবিৰোধী বিধেয়ক৷নাম বিদ্যুৎ সংশোধনী বিধেয়ক ২০২১। সংসদত উত্থাপনৰ পূর্বেই বির্তকত বিদ্যুৎ সংশোধনী…

‘হিন্দী বলয়ৰ হেঁচাত বিসর্জন দিয়া হ’ল অসমীয়া ভাষাক !’

লোকসভা আয়োগৰ পৰীক্ষাত অসমীয়া ভাষা প্ৰত্যাহাৰ সন্দর্ভত Fight Against Injustice of APSC প্ৰতিক্ৰিয়া৷ Fight Against Injustice of APSC ৰ অভিযোগ-“চৰকাৰে নিজৰ ভুলৰ বাবে হোৱা আইনী মেৰপেঁচ তথা জটিলতাৰ পৰা হাত সাৰিবলৈকে প্ৰত্যাসাৰ কৰিলে যোগ্যতামূলক…

ভাৰতত আৰম্ভ হ’ব ৰিমোট ভোটিঙ

ই ভি এমক লৈ সততে উত্থাপন হয় টেম্পাৰিঙৰ অভিযোগ ৷ এই অভিযোগৰ বাট বন্ধ কৰিবলৈ নিৰ্বাচন আয়োগে লৈছে এটা গুৰুত্বপূৰ্ণ পদক্ষেপ ৷ এই পদক্ষেপ অনুসৰি ভাৰতত আৰম্ভ হ’ব ৰিমোট ভোটিঙ ৷ ইয়াৰ ফলত ঘৰৰ পৰা আঁতৰত থকা কোনো লোকে ভোট দিবলৈ ঘৰলৈ যোৱাৰ কোনো প্ৰয়োজন…

এটা বছৰ সম্পূৰ্ণ কৃষক বিদ্ৰোহৰ-

আজি ঐতিহাসিক কৃষক বিদ্ৰোহৰ এটা বছৰ সম্পূৰ্ণ হল।এটা বছৰৰ প্ৰাক ক্ষণত ঐতিহাসিক বিজয় সাব্যস্ত কৰিলে কৃষক বিদ্ৰোহে।কৃষকৰ বিদ্রোহত নতশিৰ কৰি মোদী চৰকাৰে বাতিল কৰিলে তিনি আইন।এই আইন তিনিখন আছিল ক্ৰমান্বয়ে– কৃষকৰ দ্বাৰা উৎপাদিত কৃষিজাত সামগ্ৰীৰ…

উত্তৰ প্ৰদেশৰ বুলি বিজেপি মন্ত্ৰীয়ে শ্বেয়াৰ কৰিলে বেইজিঙৰ বিমাবন্দৰৰ ফটো

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে নয়দাৰ জেৱৰত এটা বিশাল বিমানবন্দৰৰ আধাৰশিলা স্থাপন কৰে ৷কিন্তু একেসময়তে ভাৰতীয় জনতা পাৰ্টীৰ কিছুসংখ্যক নেতাই এটা বিমানবন্দৰৰ ফটো শ্বেয়াৰ কৰি সেয়া জেৱৰ বিমান বন্দৰ বুলি অভিহিত কৰে ৷ কিন্তু ততালিকে…