সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি গৌতম আদানি

আদানি গ্ৰুপৰ প্ৰতিষ্ঠাপক গৌতম আদানিয়ে বৰ্তমান ৰিলায়েন্সৰ অধ্যক্ষ মুকেশ আম্বানীক অতিক্ৰম কৰি এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি হৈ পৰিছে। ব্লুমবাৰ্গ বিলিয়নেয়াৰ ইণ্ডেক্স অনুসৰি, গৌতম আদানিৰ মুঠ সম্পত্তি ৮৮.৫ বিলিয়ন ডলাৰ। আনহাতে, মুকেশ আম্বানীৰ…

ত্ৰিপুৰাত ভাঙিব নেকি বিজেপি চৰকাৰ?

ত্ৰিপুৰা বিজেপিত আভ্যন্তৰীণ কন্দলে ভয়ানক ৰূপ লৈছে ৷ বিজেপিৰ দুই বিধায়ক সুদীপ ৰায় বৰ্মন আৰু আশীষ সাহাই বিধায়কৰ পদ অৰু বিজেপি দল একেলগে ত্যাগ কৰিছে ৷ তেওলোকে সম্প্ৰতি বাহৰ পাতিছে নতুন দিল্লীত ৷ চৰ্চা অনুসৰি দুয়োজন বিধায়কেই কংগ্ৰেছ দলত যোগদান…

কংগ্ৰেছ নাথাকিলে কি হ’লহেঁতেন :কি ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে ?

কংগ্ৰেছক গণতন্ত্ৰ বিৰোধী দল বুলি অভিহিত কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ ৰাজ্যসভাত কংগ্ৰেছ দলক আক্ৰমণৰ লক্ষ্য কৰি লৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে কংগ্ৰেছে পৰিয়ালতন্ত্ৰৰ বাহিৰে আন একো কথা চিন্তাই কৰা নাছিল ৷ ভাৰতৰ গণতন্ত্ৰৰ বাবে…

শ্বাহৰুখ খানক লৈ সাম্প্ৰদায়িক মেৰুকৰণৰ ৰাজনীতি একাংশ বিজেপি নেতাৰ৷

লতা মংগেশকাৰৰ অন্তিম শ্ৰদ্ধাঞ্জলি অনুষ্ঠানক লৈয়ো এইবাৰ সাম্প্ৰদায়িকৰণৰ চেষ্টা বিজেপি নেতাৰ৷টাগের্ট শ্বাহৰুখ খান৷লতাজীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত শ্বাহৰুখ খানৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ ফটো এতিয়া চচিয়েল মেডিয়াত ভাইৰেল হৈ পৰিছে৷সমান্তৰালভাবে ফটোখন…

পৰাজয়ৰ শংকাত মোদীয়ে বাতিল কৰিলে নেকি উত্তৰ প্ৰদেশৰ জনসভা ?

উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণলৈ মাজত মাত্ৰ তিনিদিন বাকী ৷ বিজেপি আৰু সমাজবাদী পাৰ্টীৰ জোটবন্ধনৰ মাজত চলিছে তীব্ৰ প্ৰতিদ্বন্দিতা ৷ ১০ ফেব্ৰুৱাৰীত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব ৷ তাৰ পূৰ্বে প্ৰচাৰ অভিযানো তুংগত…

ৰাজ্যতে আছে লাখ লাখ নিবনুৱা, অবৈধ প্ৰক্ৰিয়াৰে বর্হিৰাজ্যৰ প্ৰার্থীক বৰপীৰা কিয় অইল ইণ্ডিয়া লিমিটেডৰ?

দেশৰ আগশাৰী ৰাজহুৱা খণ্ডৰ তৈল প্ৰতিষ্ঠান অইল ইণ্ডিয়া লিমিটেডৰ নিযুক্তি প্ৰক্ৰিয়াত সংঘটিত হৈছে ভয়াৱহ অনিয়ম৷এই অভিযোগ উত্থাপন কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে৷থলুৱা প্ৰার্থীক বঞ্চিত কৰি,বর্হিৰাজ্যৰ প্ৰার্থীক অনৈতিকভাবে পৰীক্ষাত বহিবলৈ দিয়াৰ…

শিলাবৃষ্টিৰ ক্ষতিপূৰণ গোলাঘাট জিলা উপায়ুক্তৰ যোগেদি পাবলৈ ‘জীপাল’ৰ স্মাৰক পত্ৰ।

"ঘৰৰ কাষৰ কৃষি মন্ত্ৰী অতুল বৰাৰ ওপৰত ভৰষা নাইঃ সোনেশ্বৰ নৰহ শিলাবৃষ্টিৰ ফলত নষ্ট হোৱা পথাৰৰ সৰিয়হ , বড়োধানৰ কঠিয়া-খেতিৰ লগতে ঘৰ বাৰী নষ্ট হোৱা পৰিয়ালবৰ্গক অতিশীঘ্ৰে ক্ষতিপূৰণ আদায় দিয়াৰ দাবীত গোলাঘাট জিলাৰ উপায়ুক্তলৈ স্মাৰক পত্ৰ…

অৰুণাচল প্ৰদেশত হিমস্খলনৰ ফলত প্ৰায় ৭ জন ভাৰতীয় সেনা আৱদ্ধ

দেওবাৰৰ পৰা অৰুণাচল প্ৰদেশৰ কামেং চেক্টৰৰ উচ্চ উচ্চতা অঞ্চলত হোৱা হিমস্খলনৰ ফলত প্ৰায় ৭ জন ভাৰতীয় সেনা আৱদ্ধ।  এটা টহলৰ অংশত আৱদ্ধ হৈ আছে ভাৰতীয় সেনাসকল। বৰ্তমানো সেনাসকলক উদ্ধাৰৰ অভিযান চলাই আছে। উদ্ধাৰ অভিযানত সহায় কৰিবলৈ বিশেষ দলবোৰক…