সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

সংকটত দেশ : বন্দুক লৈ নাগৰিক নামিছে ৰাজপথত

যুদ্ধৰ তৃতীয়টো দিনত ৰাছিয়ান সৈন্যই ইউক্ৰেইনৰ ৰাজধানী কিয়েভত প্ৰৱেশ কৰিছে ৷ কিয়েভৰ আশে পাশে ইউক্ৰেইনৰ সৈনিক আৰু ৰাছিয়ান সৈনিকৰ মাজত তয়াময়া যুদ্ধ অব্যাহত আছে ৷ মাতৃভূমিৰ সংকটৰ সময়ত কিয়েভত সাধাৰণ নাগৰিকেও হাতত বন্দুক লৈ ৰাজপথত নামি পৰা দেখা…

আমেৰিকাৰ প্ৰস্তাৱ কিয় নাকচ কৰিলে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে ?

অবিৰাম যুদ্ধৰ মাজতে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি বোলোডিমিৰ জেলেনষ্কিয়ে নাকচ কৰিছে আমেৰিকাৰ প্ৰস্তাৱ ৷ আমেৰিকাই জেলেনস্কিক দেশৰ পৰা বাহিৰলৈ লৈ যোৱাৰ প্ৰস্তাৱ দিছিল ৷ কিন্তু সেই প্ৰস্তাৱ নাকচ কৰি জেলেনস্কিয়ে কয় যে ইয়াত যুদ্ধ চলিছে ৷ আমাক অস্ত্ৰ…

ইউক্ৰেইনৰ ৰাজধানীত আৰু দুটাকৈ মিছাইল আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত আজি পুৱাই দুটাকৈ মিছাইল আক্ৰমণ সংঘটিত হয় ৷ ছোচিয়েল মেডিয়াত ভাইৰেল হোৱা এটা ভিডিওত দেখা গৈছে যে এটা মিছাইলে আবাসিক অট্টালিকাত আক্ৰমণ কৰিছে ৷ তাৰ মাজতে ৰাছিয়াৰ সৈনিকে ইউক্ৰেইনৰ দক্ষিণত থকা চহৰ মেলিতোপোল চহৰ দখল…

আজি কি ঘটিছে ইউক্ৰেইনত ?

• ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে টুইটাৰত নিজৰ এটা ভিডিও পোষ্ট কৰি ঘোষণা কৰিছে যে তেওলোকে অস্ত্ৰ সম্বৰণ নকৰে ৷ • ইউক্ৰেইনৰ ৰাজধানী কিয়েভৰ ৰাজপথত অব্যাহত আছে যুদ্ধ ৷ • শণিবাৰে কিয়েভত কেবাটাও বিস্ফোৰণ সংঘটিত হয় ৷ • ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা…

‘ৰাছিয়াৰ সন্মুখত আমাক অকলে এৰি দিয়া হ’ল৷ ৰাছিয়াৰ বিৰুদ্ধে যুজিবলৈ আমাৰ লগত কোনো…

https://www.youtube.com/watch?v=e33ILXZw7BI ৰাছিয়াৰ বিৰুদ্ধে যুজিবলৈ আমাক অকলে এৰি দিয়া হল৷আমাৰ সৈতে যুজিবলৈ সাজু থকা,কাকোয়েই আমি দেখা নাই৷এই গুৰুত্বৰ আৰু আবেগিক অভিযোগ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ৷বৃহস্পতিবাৰে আৰম্ভ হৈছিল ৰাছিয়াৰ ইউক্ৰেইন…

কমেডিয়ানৰ পৰা কেনেকৈ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি হৈছিল জেলেনস্কি?

https://www.youtube.com/watch?v=t0iGmQW7H8c এসময়ত তেও এগৰাকী জনপ্ৰিয় কমেডিয়ান৷প্ৰথমে এখন চিৰিজত তেও এজন শিক্ষকৰ পৰা এখন দেশৰ ৰাষ্ট্ৰপতি হৈছিল৷কিন্তু সেইজন কমেডিয়ানেই এসময়ত বাস্তবতো নির্বাচিত হল দেশৰ ৰাষ্ট্ৰপতি হিচাপে৷কমেডিয়ান অভিনেতাৰ…

চমনৰ পিছতো আদালতত উপস্থিত নহল কিয় হিমন্ত বিশ্ব শর্মা?

https://www.youtube.com/watch?v=O4GxxCCHrx4 আদালতত উপস্থিত নহল হিমন্ত বিশ্ব শর্মা৷২৫ ফেব্ৰুৱাৰীত এক চমন জাৰি কৰি চিজিএম আদালত উপস্থিত থাকিবলৈ নিদের্শনা দিয়া হৈছিল হিমন্ত বিশ্ব শর্মাক৷কিন্তু শুক্ৰবাৰে আদালতত উপস্থিত নহল হিমন্ত বিশ্ব…

কোন পথেৰে ইউক্ৰেইনৰ পৰা বাহিৰলৈ ওলাব আৱদ্ধ ভাৰতীয় ?

ইউক্ৰেইনত আৱদ্ধ হৈ আছে কমেও ২০ হাজাৰ ভাৰতীয় নাগৰিক ৷ অধিকাংশই ছাত্ৰ – ছাত্ৰী ৷ বিমানসেৱা বন্ধ হৈ পৰাৰ বাবে আৱদ্ধ ভাৰতীয় লোকসকলক উদ্ধাৰত জটিলতাৰ সৃষ্টি হৈছে ৷ ইউক্ৰেইনৰ ভাৰতীয় দূতাবাসে সদৰী কৰা অনুসৰি , ভাৰত চৰকাৰে ৰোমানিয়া আৰু হাংগেৰীৰ…