সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ইউক্ৰেইনত গুলীবিদ্ধ আৰু এজন ভাৰতীয় ছাত্ৰ

ৰাছিয়া – ইউক্ৰেইনৰ যুদ্ধত আহত হৈছে আৰু এজন ভাৰতীয় ছাত্ৰ ৷ এখন কেবত লিয়েভ চহৰৰ দিশে গৈ থকা অৱস্থাত গুলীয়ে তেওক আঘাত কৰে ৷ আহত ছাত্ৰজন হৈছে হৰজোৎ সিঙ৷ গুলীয়ে আঘাতত তেওৰ ভাৰিৰ হাড় ভাঙে ৷ চাৰিদিন পূৰ্বে সংঘটিত এই ঘটনাৰ বিষয়ে সদৰী কৰিছে…

ইউক্ৰেইনত আৱদ্ধ ভাৰতীয় শিক্ষাৰ্থীক সহায়ৰ বাবে সাজু ৰাছিয়া

ইউক্ৰেইনত আৱদ্ধ ভাৰতীয় শিক্ষাৰ্থীক সহায়ৰ বাবে সাজু ৰাছিয়া। ১৩০ খন বাছ সাজু ভাৰতীয় শিক্ষাৰ্থীক উদ্ধাৰৰ বাবে। খানকিভ আৰু ছুমীত আৱদ্ধ শিক্ষাৰ্থীক উদ্ধাৰ কৰিব ৰাছিয়াই। ৰাছিয়াৰ বেলগোৰোড অঞ্চললৈ স্থানান্তৰ কৰিব আৱদ্ধসকলক। এই কথা ৰাছিয়াৰ…

ৰুছ সেনাক প্ৰতিহত কৰিবলৈ ৰাজপথত জনতা

ৰাছিয়ান সেনাই ইউক্ৰেইনৰ কেবাটাও অঞ্চল ইতিমধ্যে নিজৰ দখললৈ নিছে ৷ ৰাজধানী কিয়েভৰ পৰা আহিছে ধাৰাবাহিক বিস্ফোৰণৰ খবৰ ৷ তাৰ মাজতে ইউক্ৰেইনে দাবী কৰিছে যে ৰুছ সেনাক প্ৰতিহত কৰিবলৈ দেশখনৰ বৃহৎ সংখ্যক জনতা ৰাজপথত নামি পৰিছে ৷ ইউক্ৰেইনৰ বিদেশ…

ইউক্ৰেইনত আবদ্ধ ২০ হাজাৰ ভাৰতীয় : দেশলৈ উভতিল ৬ হাজাৰ , ২ হাজাৰক আনিলে চৰকাৰে

ইউক্ৰেইনত ক্ৰমাগতভাৱে সপ্তম দিনৰ বাবে আক্ৰমণ অব্যাহত ৰাখিছে ৷ তাৰ মাজতে বিদেশ ৰাজ্য মন্ত্ৰী বি মুৰলীধৰণে ঘোষণা কৰিছে যে ২০ হাজাৰ ভাৰতীয় ইউক্ৰেইনত আবদ্ধ হৈ আছে ৷ ২৪ ফেব্ৰুৱাৰী পৰ্যন্ত ৪০০০ লোক ভাৰতলৈ উভতি আহিছে ৷ মঙলবাৰ পৰ্যন্ত আৰু ২০০০…