সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ডেৰশ টকাৰে ক্ৰয় কৰক মাহটোৰ বাবে শাক পাচলি!

ভেন্দি ১২০ টকা,জিকা ১৮০ টকা,পটল ১০০ টকা আৰু ভাত কেৰেলা ২৮০ টকা৷ কিন্তু এমাহৰ বাবে শাক পাচলি আৰু ফলমূল কিনিবলৈ এটা পৰিয়ালক চৰকাৰে দিছে মাত্ৰ ডেৰশ টকা৷ বজাৰত জুই,এখন হাস্যকৰ আচনিত পৰিণত হৈছে অৰুনোদয় আচনি৷ দ্য ক্ৰছকাৰেণ্ট এক্সপ্লেইন- …

দেশ দুখীয়া হৈছে, কেনেকৈ ধনী হৈছে বিজেপি আৰু আদানী?

আজিৰ ৰাউণ্ড দ্য ক্লকত আছে তিনিটা বিশেষ ডাঙৰ খবৰ৷ ইয়াৰে দুটা খবৰ বিজেপি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে নিসন্দেহে অতি ভাল আৰু গৌৰবৰ খবৰ৷ তৃতীয়টো খবৰ দেশৰ বাবেই বেয়া খবৰ৷ চাওঁক ৰাউণ্ড দ্য ক্লক৷- …

শ্ৰীলংকাৰ দৰেই দেউলীয়া হব ভাৰত!

শ্ৰীলংকাৰ দৰেই দেউলীয়া হব ভাৰত! চৰকাৰৰ জনমোহিনী আচনিৰ বাবেই ভাৰত দেউলীয়া হব বুলি খোদ নৰেন্দ্ৰ মোদীকেই সকীয়াই দিছে কেন্দ্ৰীয় চৰকাৰৰ দুজন শীর্ষ বিষয়াই৷ প্ৰতি কেজি চাউলৰ তিনিশ টকাতকৈ অধিক দাম৷একাপ চাহৰ মূল্যই অতিক্ৰম কৰিছে এশ টকাৰ ঘৰ৷দেউলীয়া…

শূণ্যৰ পৰা কিমান আগুৱাব পাৰিব কংগ্ৰেছ দল ?

শেহতীয়া ৰাজ্যসভা নিৰ্বাচনে দেশৰ প্ৰাচীনতম ৰাজনৈতিক দল কংগ্ৰেছৰ ভৱিষ্যত সন্দৰ্ভত বহু নতুন প্ৰশ্নৰ অৱতাৰণা কৰিছে ৷ কাৰণ , ২০১৪ আৰু ২০১৯ ৰ লোকসভা নিৰ্বাচনৰ উপৰি অধিকাংশ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দল কেৱল পৰাজয়ৰে সন্মুখীন হৈ আহিছে ৷…

আদৰ্শ বিদ্যালয়ৰ নামত ভেল্কিবাজী হিমন্ত চৰকাৰৰ

চাহ বাগিচাৰ এলেকাত আদৰ্শ বিদ্যালয়ৰ নামত চৰকাৰে নিৰ্মাণ কৰিব কেৱল গৃহ।শিক্ষক নিযুক্তি দিব পূৰ্বে প্ৰাদেশীকৃত বিদ্যালয়ত শিক্ষকতা কৰি থকা শিক্ষকক।কিন্তু সেইসমূহ প্ৰাদেশীকৃত বিদ্যালয়ত পাঠদান কৰিব কোনে?আদৰ্শ বিদ্যালয় নিৰ্মাণৰ নামত ভেল্কিবাজী…

ধনী হৈছে চৰকাৰ, দুখীয়া হৈছে কিয় জনতা ?

পেট্ৰ’ল-ডিজেলৰ পৰা চৰকাৰে উপাৰ্জন কৰিলে ৮ লাখ কৌটি টকা, জনতাৰ উপাৰ্জন হ্ৰাস পালে ১ .২৬ লাখৰ পৰা ৯৯ হাজাৰ টকালৈ ৷ জনতাৰ জেপ লুণ্ঠনৰ সবিশেষ খবৰ দ্য ক্ৰছকাৰেন্ট এক্সপ্লেইনত- https://www.youtube.com/watch?v=HzGlNcKjuA4

লকডাউনত ক’ত দাঢ়ি চুলি কাটিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে?

লকডাউনত কেনেকৈ দাড়ি চুলি কাটিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে?কেনেকৈ দাড়ি-চুলি কাটিছিল মোদী কেবিনেটৰ সতীর্থ মন্ত্ৰীয়ে?যদি তেওলোকে কাটিছিল,তেন্তে ইয়াৰ পৰা সাধাৰণ জনতাক বঞ্চিত কৰা হৈছিল নেকি?আৰু এটা প্ৰশ্ন,প্ৰধানমন্ত্ৰী মোদীয়ে কিমান টকাৰ…

মানুহ কিনা বেচা কৰিবলৈ ৰাজনৈতিক দললৈ ক’ৰ পৰা আহে ধন ?

অসমৰ ৰাজনীতিত ধনৰ উজান উঠিছে ৷ ধন দিয়া, ধন লোৱাৰ অভিযোগে তোলপাৰ লগাইছে ৰাজ্যৰ ৰাজনীতিত ৷ এ আই ইউ ডি এফৰ মতে অখিল গগৈয়ে বিজেপিৰ পৰা লৈছে ১৫ লাখ টকা , কংগ্ৰেছ নেতাৰ মতে এ আই ইউ ডি এফে ৰিপুন বৰাৰ পৰা লৈছে ১ কৌটি ৬০ লাখ টকা , নীলমনি সেন ডেকাৰ…

কিয় বিপদত পৰিল পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খান ?

এফালে পাকিস্তানৰ ৰাজনৈতিক সংকট , আনফালে শ্ৰীলংকাৰ অভূতপূৰ্ব অৰ্থনৈতিক দুৰ্যোগ – চুবুৰীয়া দেশৰ এই অস্থিৰতা এতিয়া ভাৰতৰ বাবেও চিন্তাৰ কাৰণ হৈ পৰিছে ৷ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ বিৰুদ্ধে উত্থাপণ হোৱা অনাস্থা প্ৰস্তাৱ সংসদত খাৰিজ হোৱাৰ…