সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

শূণ্যৰ পৰা কিমান আগুৱাব পাৰিব কংগ্ৰেছ দল ?

শেহতীয়া ৰাজ্যসভা নিৰ্বাচনে দেশৰ প্ৰাচীনতম ৰাজনৈতিক দল কংগ্ৰেছৰ ভৱিষ্যত সন্দৰ্ভত বহু নতুন প্ৰশ্নৰ অৱতাৰণা কৰিছে ৷ কাৰণ , ২০১৪ আৰু ২০১৯ ৰ লোকসভা নিৰ্বাচনৰ উপৰি অধিকাংশ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দল কেৱল পৰাজয়ৰে সন্মুখীন হৈ আহিছে ৷ শেহতীয়া ৰাজ্যসভাৰ নিৰ্বাচনে সেই পৰাজয়ৰ ধাৰাক আৰু অধিক গতি দিলে ৷ যাৰ বাবে কংগ্ৰেছৰ ভৱিষ্যতক লৈ সৃষ্টি হৈছে নতুন শংকাৰ ৷ এই বিষয়টোৰেই আৰম্ভ পলিটিক্স অৱ দ্য ডে –

- Donation -

Leave A Reply

Your email address will not be published.