শ্ৰীলংকাৰ দৰেই দেউলীয়া হব ভাৰত!

Share This Article

শ্ৰীলংকাৰ দৰেই দেউলীয়া হব ভাৰত! চৰকাৰৰ জনমোহিনী আচনিৰ বাবেই ভাৰত দেউলীয়া হব বুলি খোদ নৰেন্দ্ৰ মোদীকেই সকীয়াই দিছে কেন্দ্ৰীয় চৰকাৰৰ দুজন শীর্ষ বিষয়াই৷ প্ৰতি কেজি চাউলৰ তিনিশ টকাতকৈ অধিক দাম৷একাপ চাহৰ মূল্যই অতিক্ৰম কৰিছে এশ টকাৰ ঘৰ৷দেউলীয়া দেশৰ বিক্ষোব্ধ জনতাৰ পৰা হাত হাৰিবলৈ চৰকাৰে ঘোষনা কৰিছে লকডাউন,সান্ধ্য আইন;বন্ধ কৰি দিছে সামাজিক মাধ্যম; অর্থনীতিৰ লগে লগে ভাঙি পৰিছে চৰকাৰ৷ কিন্তু শ্ৰীলংকাৰ দৰেই এই পৰিস্থিতি কেনেকৈ সৃষ্ট হ’ব ভাৰতত? আগবঢ়াইছো এক প্ৰতিবেদন।

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.